• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টি-২০ দলৰ নেতৃত্ব নাপালে, এইবাৰ হাৰ্দিকক ফিটনেছৰ প্ৰমাণ দিয়াৰ নিৰ্দেশ কিয় কোচ গম্ভীৰৰ?

টি-২০ দলৰ নেতৃত্ব নাপালে, এইবাৰ হাৰ্দিকক ফিটনেছৰ প্ৰমাণ দিয়াৰ নিৰ্দেশ কিয় কোচ গম্ভীৰৰ?

2 years ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

33 minutes ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

1 hour ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

4 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

5 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

7 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

7 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

7 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

8 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টি-২০ দলৰ নেতৃত্ব নাপালে, এইবাৰ হাৰ্দিকক ফিটনেছৰ প্ৰমাণ দিয়াৰ নিৰ্দেশ কিয় কোচ গম্ভীৰৰ?

টি-২০ দলৰ নেতৃত্ব নাপালে, এইবাৰ হাৰ্দিকক ফিটনেছৰ প্ৰমাণ দিয়াৰ নিৰ্দেশ কিয় কোচ গম্ভীৰৰ?

editor by editor
July 21, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
টি-২০ দলৰ নেতৃত্ব নাপালে, এইবাৰ হাৰ্দিকক ফিটনেছৰ প্ৰমাণ দিয়াৰ নিৰ্দেশ কিয় কোচ গম্ভীৰৰ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টি-২০ বিশ্বকাপত তেওঁ নেতৃত্ব লাভ নকৰিলে৷ হাৰ্দিক পাণ্ডিয়াৰ ব্যক্তিগত জীৱনতো নামিছে অন্ধকাৰ৷ নাতাশ স্তানকোভিচৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছে৷ ইয়াৰোপৰি একেসময়তে গৌতম গম্ভীৰো কঠোৰ হৈছে হাৰ্দিকৰ বিৰুদ্ধে৷ হাৰ্দিকক কঠোৰ নিৰ্দেশ গৌতম গম্ভীৱে৷ গম্ভীৰে তেঁওক ফিটনেছৰ প্ৰমাণ দিবলৈ কাঢ়া নিৰ্দেশ দিচে নৱনিযুক্ত কোচে৷

দায়িত্ব লাভ কৰাৰ পাছতেই টি-২০ দলৰ অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱক বাছি লৈছে গম্ভীৰে৷ টি-২০ বিশ্বকাপৰ দলৰ সহ অধিনায়ক হাৰ্দিকক ফিটনেছ প্ৰমাণ কৰাৰ নিৰ্দেশ দিছে তেওঁ৷ বগা বলৰ ক্ৰিকেটত দেশৰ অন্যতম অলৰাউণ্ডাৰে বাৰে বাৰে ভূগিছে ফিটনেছৰ সমস্যাত৷ বিষয়টোক লৈ তেওঁ উদ্বিগ্ন হৈ পৰিছে গম্ভীৰ৷ শ্ৰীলংকা যাত্ৰাৰ বাবে দলটোৰ নিৰ্বাচনৰ পূৰ্বে অলৰাউণ্ডাৰগৰাকীৰ ফিটনেছক লৈ দিয়া হৈছে ফিটনেছ পৰীক্ষাৰ নিৰ্দেশ৷

সৰ্বভাৰতীয় ইংৰাজী দৈনিকৰ প্ৰতিবেদন অনুসৰি জাতীয় নিৰ্বাচকসকলৰ সৈতে হাৰ্দিকক লৈ দীঘলীয়া আলোচনা কৰিছে গম্ভীৰে৷ তাৰপাছতেই হাৰ্দিকক বিজয় হাজাৰে ট্ৰফী খেলাৰ নিৰ্দেশ দিছে ভাৰতীয় দলৰ কোচে৷ ফিটনেছ প্ৰমাণ কৰাৰ বাবে প্ৰতিযোগিতাৰ মেচসমূহত ১০ অভাৰ কৈ বল কৰাৰ নিৰ্দেশ দিছে হাৰ্দিকক৷ গম্ভীৰৰ দৰে বগা বলৰ ক্ৰিকেটত ভাৰতীয় দলৰ অত্যন্ত গুৰুত্বপূৰ্ণ সদস্য হৈছে হাৰ্দিক৷ তেওঁক লৈয়েই সেয়ে পৰিকল্পনা আৰম্ভ হৈছে৷ আন্তৰ্জাতিক পৰ্যায়ত নিয়মিত খেলাৰ বাবে ফিটনেছৰ গুৰুত্বৰ কথা হাৰ্দিকক বুজাই দিছে গম্ভীৱে৷

ভাৰতীয় ক্ৰিকেট বৰ্ডৰ এগৰাকী কৰ্মচাৰীৰ মত, ‘হাৰ্দিকৰ সৈতে দীৰ্ঘ সময় বাৰ্তালাপত মিলিত হৈছে গম্ভীৰ৷ এদিনীয়া ক্ৰিকেটত তেওঁ হাৰ্দিকক কেনেকৈ বিচাপে সেই বিষয়েও বুজাই কৈছিল হাৰ্দিকক৷ এদিনীয়া ক্ৰিকেট খেলত হাৰ্দিকে ১০ অভাৰকৈ বল কৰিব লাগিব বুলি জনাই দিছে কোচ গম্ভীৰে৷ ৰোহিত শৰ্মাৰ অনুপস্থিতিত ২০২২ চনৰ টি-২০ বিশ্বকাপৰ পাছতেই বেছ কিছু ২০ অভাৰৰ মেচত ভাৰতীয় দলক নেতৃত্ব দিছে হাৰ্দিকে৷ কিন্তু ৰোহিতৰ পৰবৰ্তী টি-২০ৰ অধিনায়ক হিচাপে হাৰ্দিকক বিচাৰো বুলিও জনাইছে গম্ভীৰে৷ যাৰবাবে ঘৰুৱা ক্ৰিকেটতেই হাৰ্দিকক ফিটনেছ প্ৰমাণ কৰাৰ নিৰ্দেশ দিছে৷ ব্যক্তিগত কাৰণত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া চিৰিজৰ পৰা অব্যাহতি বিচাৰিছে হাৰ্দিকে৷ তাৰবাবে আবেদনো কৰিছে হাৰ্দিকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
Next Post
কেদাৰনাথ নাপালেগৈ… আধাবাটতে ভূমিস্খলনত শেষ হৈ গ’ল ৩ভক্ত

কেদাৰনাথ নাপালেগৈ... আধাবাটতে ভূমিস্খলনত শেষ হৈ গ’ল ৩ভক্ত

উচ্চতম ন্যায়ালয় গৈ পালেগৈ বোলে বোম যাত্ৰাৰ নাম ফলক বিষয়, কাইলৈ শুনানি

উচ্চতম ন্যায়ালয় গৈ পালেগৈ বোলে বোম যাত্ৰাৰ নাম ফলক বিষয়, কাইলৈ শুনানি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.