• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যি মিছাইল বনাবলৈ বিফল আমেৰিকা, সেই মিছাইল প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰে চকু কপালত তুলিলে ভাৰতে

1 year ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

7 minutes ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

2 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

24 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যি মিছাইল বনাবলৈ বিফল আমেৰিকা, সেই মিছাইল প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰে চকু কপালত তুলিলে ভাৰতে

editor by editor
December 15, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
যি মিছাইল বনাবলৈ বিফল আমেৰিকা, সেই মিছাইল প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰে চকু কপালত তুলিলে ভাৰতে
0
SHARES
819
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যি মিছাইল বনাবলৈ বিফল আমেৰিকা, সেই মিছাইল প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰে চকু কপালত তুলিলে ভাৰতে

মহাশক্তিধৰ আমেৰিকাৰ শক্তিৰ কথা সকলো বিশ্বৰে জ্ঞাত। পাছে সেই আমেৰিকা বিফল হাইপাৰছ’নিক মিছাইল প্ৰস্তুতৰ ক্ষেত্ৰত। এতিয়া চেষ্টা অব্যাহত ৰাখিছে আমেৰিকাই। তেনে ক্ষেত্ৰত ভাৰতে কৰিলে সপোন পূৰণ।

যি ভাৰতক টেকনিকৰ ক্ষমতাৰ ক্ষেত্ৰত বহু পিছত বুলি ধৰা হয়, সেই ভাৰতেই সমগ্ৰ বিশ্বৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে চকু কপালত তুলিছে ভাৰতৰ চিৰ বৈৰী চীন-পাকিস্তানৰ। কিয়নো ভাৰতে বনাই দিলে ৩-৩ মহামিছাইল।

প্ৰযুক্তিগত সামৰ্থ্যৰ ক্ষেত্ৰত পিছ পৰি থকা দেশখন আজি বিশ্বৰ আগশাৰীৰ দেশৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ইয়াৰ কৃতিত্ব ভাৰতীয় বিজ্ঞানীসকলৰ আবেগ আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ কঠোৰ পৰিশ্ৰমৰ বাবে।

হাইপাৰছ’নিক মিছাইল সেই অস্ত্ৰবোৰক কোৱা হয়, যিয়ে শব্দৰ গতিতকৈ পাঁচগুণ অধিক বেগেৰে অৰ্থাৎ প্ৰতি ঘণ্টা ৬,২০০ কিলোমিটাৰ বেগেৰে গৈ লক্ষ্যত আক্ৰমণ কৰে। ইয়াৰ বেগ আৰু কম উচ্চতাত উৰণৰ বৈশিষ্ট্যৰ বাবে এই হাইপাৰছ’নিক মিছাইলবোৰ অতি বিপজ্জনক হৈ পৰে, যিবোৰ কোনো ৰাডাৰে ধৰা পেলাব নোৱাৰে।

ডি আৰ ডি অ’ৰ এই হাইপাৰছ’নিক প্ৰযুক্তি সম্পূৰ্ণ থলুৱা। হাইপাৰছনিক মিছাইল ৰকেট ইঞ্জিনৰ জৰিয়তে নিক্ষেপ কৰা হয় আৰু বায়ুমণ্ডলত ৬ৰ পৰা ৭ মেক (Mach) বেগত উৰি যায়। একে সময়তে ই ১৫০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত পেলোড কঢ়িয়াই নিবলৈ সক্ষম।

শব্দৰ গতিবেগতকৈ ৫ গুণ বেছি বেগেৰে উৰণৰ ক্ষমতা আৰু কোনো ৰাডাৰে ধৰা নপৰা বাবে এই হাইপাৰছ’নিক মিছাইল ভাৰতৰ তিনিওটা সেনা (সেনা, নৌসেনা আৰু বায়ুসেনা)ৰ বাবে অতি উপযোগী। ইয়াত ক্ষেপণাস্ত্ৰত স্ক্ৰেমজেট ইঞ্জিন ব্যৱহাৰ কৰা হয়, যিয়ে উৰণৰ সময়ত ক্ষেপণাস্ত্ৰৰ গতি বজাই ৰাখে। ভাৰতৰ ব্ৰহ্মছ-২ এই হাইপাৰছ’নিক প্ৰযুক্তিৰ এক নিখুঁত উদাহৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hypersonic Missilemissile
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
আজি আঘোণৰ পূৰ্ণিমাত নামমি অসমত বিশেষ উৎসৱ, জানেনে ইয়াৰ বিষয়ে !

ওস্তাদ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক, আমেৰিকাৰ চিকিৎসালয়ত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন