• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

2 years ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

11 minutes ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

22 minutes ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

57 minutes ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

1 hour ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

2 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

2 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

3 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

4 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

5 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

5 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

7 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

editor by editor
September 29, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

সময় অতি শক্তিশালী, কেতিয়া সলনি হ’ব কোনেও নাজানে। এই কথাষাৰ ভাৰতৰ মুদ্ৰা ব্যৱস্থাৰ লগতো খাপ খাই পৰে। ভাৰতীয় মুদ্ৰা ব্যৱস্থাত বহু ধৰণৰ নোট আহিছিল আৰু সময়ৰ লগে লগে বিদায় লৈছিল। ২০২৩ চনৰ ১৯ ​মে’ত বিমুদ্ৰাকৰণৰ পিছত অহা ২০০০ টকীয়া নোটখন বজাৰৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে আৰ বি আইয়ে।

ভাৰতত বিমুদ্ৰাকৰণ প্ৰথম নহয়। বহুবাৰ এনেকুৱা হৈছে। আপুনি জানি আচৰিত হ’ব যে এটা সময় আছিল যেতিয়া ৫,০০০ আৰু ১০,০০০ টকীয়া নোটো ভাৰতৰ বিত্তীয় ব্যৱস্থাৰ এটা অংশ আছিল। ভাৰতত ৪০ বছৰ ধৰি চলিছিল ১০ হাজাৰ টকীয়া নোট। কিন্তু, সময়ৰ লগে লগে এইটোৱেও বিদায় ল’বলগীয়া হ’ল৷

‘বৃহৎ কামৰ বাবে ডাঙৰ নোট’ৰ ধাৰণাৰে ইংৰাজে ১৯৩৮ চনত ১০,০০০ টকীয়া নোট জাৰি কৰিছিল। এইখন ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজেই ছপা কৰিছিল। এই নোটখন কেৱল সেই সময়ৰ নহয়, ভাৰতীয় মুদ্ৰাৰ ইতিহাসৰ সৰ্বোচ্চ মূল্যৰ নোট আছিল।

ইয়াক মূলতঃ বৃহৎ ব্যৱসায়িক লেনদেনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অৰ্থাৎ স্বাধীনতাৰ আগতে এজন সাধাৰণ মানুহৰ পকেটত হয়তো ৫০ পইচা নাথাকিলেও দহ হাজাৰ টকীয়া নোট ব্যৱসায়ীৰ হাতত দেখা গৈছিল।

৮ বছৰৰ ভিতৰতে ১০ হাজাৰ টকীয়া নোট পৰিত্যাগ কৰে আৰু ১৯৪৬ চনৰ জানুৱাৰী মাহত ব্ৰিটিছ চৰকাৰে এই নোট বন্ধ কৰাৰ সিদ্ধান্ত লয়। ক’লা ধন আৰু জমা বন্ধ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছিল।

কিন্তু বন্ধ হোৱাৰ মাত্ৰ আঠ বছৰৰ পাছত অৰ্থাৎ ১৯৫৪ চনত পুনৰ ১০ হাজাৰ টকাৰ নোট ঘূৰি আহে ভাৰতলৈ। স্বাধীন ভাৰতত ১০ হাজাৰ টকীয়া নোটৰ লগতে ৫ হাজাৰ টকীয়া নোটৰ প্ৰচলন আৰম্ভ হৈছিল। কিন্তু, আগৰ দৰে এই দুয়োবিধ ডাঙৰ নোট সাধাৰণ জনতাৰ বাবে বৰ উপকাৰী নাছিল। এই নোটসমূহ সাধাৰণ জনতাৰ মাজত খুব কমেইহে ব্যৱহাৰ কৰা হৈছিল আৰু বেছিভাগেই ক’লা ধনৰ লেনদেনৰ বাবেহে ব্যৱহাৰ কৰিছিল।

১৯৭৮ চনত পুনৰ সময় সলনি হ’ল। ১৯৭৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই ক’লা ব্যৱসায় বন্ধ কৰাৰ অভিযানত লিপ্ত হয়। তেওঁ উপলব্ধি কৰিলে যে ক’লা ব্যৱসায়ৰ বাবে ৫,০০০ আৰু ১০,০০০ টকীয়া নোট ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে।

আৰ বি আইৰ তথ্য অনুসৰি ১৯৭৬ চনত মুঠ নগদ ধনৰ মাত্ৰ ২%হে এই উচ্চ মূল্যৰ নোটত আছিল। ইয়াৰ পিছত ১০ হাজাৰ টকীয়া নোট কেতিয়াও ভাৰতলৈ ঘূৰি নাহে। কিন্তু সামগ্ৰিকভাৱে এই নোটখন ৩২ বছৰ ধৰি ভাৰতীয় অৰ্থনীতিৰ অংশ হৈয়েই থাকিল

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: EconomyIndian Currencyindian economyIndian Rupee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি
ভাৰত

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

September 14, 2026
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
Next Post
কাইলৈ বিশেষ ৰাজযোগত ৩টা ৰাশি সূৰ্য্যৰ দৰে জিলিকি উঠিব, লাভ কৰিব শিৱৰ আশিৰ্বাদ

কাইলৈ বিশেষ ৰাজযোগত ৩টা ৰাশি সূৰ্য্যৰ দৰে জিলিকি উঠিব, লাভ কৰিব শিৱৰ আশিৰ্বাদ

১ কোটিৰো অধিক স্মাৰ্টফোনত নতুন ভাইৰাছ; OTPৰ ক্ষেত্ৰত হওক সাৱধান, এতিয়াই ডিলিট কৰক…

১ কোটিৰো অধিক স্মাৰ্টফোনত নতুন ভাইৰাছ; OTPৰ ক্ষেত্ৰত হওক সাৱধান, এতিয়াই ডিলিট কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.