• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

37 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

55 minutes ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

3 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

3 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

4 hours ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

6 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

7 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

7 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

7 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

8 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

9 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

10 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

২৫,০০০ তকৈও অধিক পদৰ বাবে খালী

editor by editor
August 27, 2026
in নিয়োগ, বিবিধ, লেখা
0
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগে গ্ৰামীন ডাক সেৱক (GDS) নিযুক্তি ২০২৬ৰ বাবে অধিসূচনা প্ৰকাশ কৰিছে। ইয়াৰ অধীনত সমগ্ৰ দেশৰ বিভিন্ন ডাকঘৰত শাখা ডাক সেৱক (বিপিএম), সহকাৰী শাখা ডাক সেৱক (এবিপিএম) আৰু ডাক সেৱকৰ পদত নিযুক্তি দিয়া হ’ব।

২০২৬ চনৰ ৩১ আগষ্টৰ পৰা অনলাইন এককালীন পঞ্জীয়ন আৰম্ভ হোৱাৰ বিপৰীতে ২০২৬ চনৰ ২ ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হ’ব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব।

যোগ্যতা কি কি লাগিব?

  • প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব।
  • দশমত গণিত আৰু ইংৰাজী বিষয়ত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক।
  • প্ৰাৰ্থীজনে দশম শ্ৰেণীলৈকে পদটোৰ বাবে নিৰ্ধাৰিত স্থানীয় ভাষা অধ্যয়ন কৰিব লাগিব।
  • অৰুণাচল প্ৰদেশ, গোৱা, ছিকিম আৰু নাগালেণ্ডৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত স্থানীয় ভাষা সম্পৰ্কীয় বিশেষ নিয়ম প্ৰযোজ্য।
  • এই ৰাজ্যসমূহত ইংৰাজী/হিন্দীৰ বাহিৰেও সংশ্লিষ্ট স্থানীয় জনজাতীয় ভাষা বা উপভাষাৰ জ্ঞানৰ প্ৰয়োজন হ’ব পাৰে।
  • য’ত দশম শ্ৰেণীলৈকে স্থানীয় ভাষা শিকোৱা নহয়, তেনে ক্ষেত্ৰত নিৰ্ধাৰিত কৰ্তৃপক্ষৰ দ্বাৰা প্ৰমাণ পত্ৰৰ জৰিয়তে ভাষাৰ জ্ঞান পৰীক্ষা কৰা হ’ব।

আবেদন মাচুল কিমান হ’ব?

আবেদন মাচুল ১০০ টকা।অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), বিশেষভাৱে সক্ষম ব্যক্তি (PwD), মহিলা আৰু তৃতীয় লিংগৰ প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

ইমান দৰমহা পাব

বিপিএম পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে ১২,০০০ টকাৰ পৰা ২৯,৩৮০ টকা TRCA লাভ কৰিব। ইফালে এবিপিএম আৰু ডাক কৰ্মচাৰীয়ে লাভ কৰিব ১০,০০০ৰ পৰা ২৪,৪৭০ টকা। এই পদসমূহত প্ৰতিদিনে নূন্যতম চাৰি ঘণ্টা আৰু সৰ্বাধিক পাঁচ ঘণ্টা কামৰ প্ৰয়োজন হয়।

প্ৰয়োজনীয় নথিপত্ৰ

  • দশম শ্ৰেণীৰ মাৰ্ক শ্বীট
  • পৰিচয় পত্ৰ
  • জাতিগত প্ৰমাণ পত্ৰ, যদি প্ৰযোজ্য হয়
  • অক্ষমতা প্ৰমাণপত্ৰ (PwBD), যদি প্ৰযোজ্য
  • EWS প্ৰমাণপত্ৰ, যদি প্ৰযোজ্য
  • জন্ম তাৰিখৰ প্ৰমাণ
  • চৰকাৰী চিকিৎসালয় বা ঔষধৰ দোকানৰ পৰা প্ৰদান কৰা চিকিৎসাৰ প্ৰমাণ পত্ৰ
  • স্থানীয় বা জনজাতীয় ভাষাৰ জ্ঞানৰ প্ৰমাণপত্ৰ, য’ত প্ৰযোজ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24central governmentJob alertPost Office
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

August 27, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

August 27, 2026
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ
জীৱনশৈলী

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

August 27, 2026
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ
জীৱনশৈলী

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

August 27, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.