• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য নমস্কাৰ কৰি প্ৰতিৰোধ কৰক মহামাৰী কৰ’নাক… 

সূৰ্য নমস্কাৰ কৰি প্ৰতিৰোধ কৰক মহামাৰী কৰ’নাক… 

3 years ago
মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

15 hours ago
আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

21 hours ago
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

21 hours ago
বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

21 hours ago
পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

22 hours ago
ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

2 days ago
শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম

শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম

2 days ago
বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

2 days ago
৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা

৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা

2 days ago
আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

2 days ago
অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

2 days ago
বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 24, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সূৰ্য নমস্কাৰ কৰি প্ৰতিৰোধ কৰক মহামাৰী কৰ’নাক… 

editor by editor
January 13, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
সূৰ্য নমস্কাৰ কৰি প্ৰতিৰোধ কৰক মহামাৰী কৰ’নাক… 
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  ১৪ জানুৱাৰীত বিশ্বজুৰি সূৰ্য নমস্কাৰ প্ৰদৰ্শন কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়ুষ মন্ত্ৰ্যালয়ে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিয়ে যে শুকুৰবাৰে ১ কোটি লোকে সূৰ্য নমস্কাৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব পাৰিব। স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে এই প্ৰদৰ্শনীত মানুহৰ অংশগ্ৰহণ চৰকাৰীভাৱে ৭৫ লাখ নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও অংশগ্ৰহণকাৰীৰ সংখ্যা নিৰ্দ্ধাৰিত লক্ষ্যক অতিক্ৰম কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে আশা কৰিছে।

এখন ভাৰ্চুৱেল সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে সূৰ্য নমস্কাৰে জীৱনীশক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো এক প্ৰমানিত সত্য। ইয়ে কৰ’না প্ৰতিৰোধত সহায় কৰিব পাৰে। লগতে তেখেতে কয়, ‘আমাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৭৫ লাখ লোকৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। কিন্তু পঞ্জীয়ন তথা আমাৰ প্ৰস্তুতিৰ ফালৰ পৰা আমি এই কাৰ্যসূচীত ১ কোটিতকৈয়ো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছো’।

এই কাৰ্যসূচীত দেশ-বিদেশৰ পৰা সকলো আগশাৰীৰ যোগ প্ৰতিষ্ঠান, ভাৰতীয় যোগ সংস্থা, নেশ্যনেল যোগ ফেডাৰেশ্যন, যোগ চাৰ্টিফিকেশ্যন ব’ৰ্ড, এফআইটি ইণ্ডিয়াকে ধৰি চৰকাৰী তথা বেচৰকাৰী সংস্থাই অংশগ্ৰহণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam live 24axom live 24sarbananda sonowalsurya namaskar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা
বিবিধ

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

May 23, 2025
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি
ক্ৰীড়া

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

May 23, 2025
বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে
বিবিধ

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

May 23, 2025
পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ
জীৱনশৈলী

পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

May 23, 2025
Next Post
চুৰি কৰা দূৰৰে কথা, চাবিপাতেই দাঙিব নোৱাৰিব চোৰে! ৰাম মন্দিৰৰ বাবে নিৰ্মাণ বিশ্বৰ সৰ্ববৃহৎ তলা

চুৰি কৰা দূৰৰে কথা, চাবিপাতেই দাঙিব নোৱাৰিব চোৰে! ৰাম মন্দিৰৰ বাবে নিৰ্মাণ বিশ্বৰ সৰ্ববৃহৎ তলা

পশ্চিম বংগত দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ, সুৰক্ষিত অসমৰ ২৯০ গৰাকী যাত্ৰী

পশ্চিম বংগত দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ, সুৰক্ষিত অসমৰ ২৯০ গৰাকী যাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.