• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিউক্লিয়েৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে, পাক চৰকাৰক কি কি ধমক দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

নিউক্লিয়েৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে, পাক চৰকাৰক কি কি ধমক দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

1 year ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

17 minutes ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

53 minutes ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

1 hour ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

3 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

3 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

3 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

4 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

6 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

7 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিউক্লিয়েৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে, পাক চৰকাৰক কি কি ধমক দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

নিউক্লিয়েৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে, পাক চৰকাৰক কি কি ধমক দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

editor by editor
May 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
নিউক্লিয়েৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে, পাক চৰকাৰক কি কি ধমক দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিউক্লিয়াৰ ব্লেকমেইলৰ সন্মুখত শিৰণত নকৰে ভাৰতে স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ৷ অপাৰেছন সিন্দূৰৰ পাছতেই সোমবাৰে নিশা প্ৰথমবাৰ দেশবাসীৰ সন্মুখত ভাষণ দিলে প্রধানমন্ত্ৰী মোদীয়ে৷ আৰু তাতেই তেওঁ জনাইছে, পাৰমাণৱিক আক্ৰমণৰ ধমকি দিলেও পিছুৱাই নাযায় ভাৰত৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবই৷ অপাৰেছন সিন্দূৰ ভাৰতৰ নীতি বুলিও জনাইছে তেওঁ৷ এই সামৰিক অভিযানক তেওঁ নিউ নৰ্মাল বুলিও উল্লেখ কৰিছে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতি কি, সেয়া অপাৰেছন সিন্দূৰৰ মাধ্যমেৰে ভাৰতে বুজাই দিয়া বুলি জনাইছে তেওঁ৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতো কোনো নিউক্লিয়েৰ ব্লেকমেইল সহ্য নকৰে৷ নিউক্লিয়েৰ ব্লেকমেইলৰ ছত্ৰছায়াত পৰিচালিত সন্ত্ৰাসবাদী পৰিকাঠামোসমূহত ভাৰতে আক্ৰমণ চলাব৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অৱস্থান অত্যন্ত দৃঢ়৷ তেওঁ জনায় যে, কোনো সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত জৱাবো দিব ভাৰতে৷

কেৱল সেয়াই নহয় ভৱিষ্যতে পাক মদতপুষ্ট সন্ত্ৰাসবাদীয়ে ভাৰতত আক্ৰমণ চলালে পাকিস্তান ৰাষ্ট্ৰক সন্ত্ৰাসবাদীৰ পৰা পৃথককৈ ধৰা নহ’ব৷ এই কথা স্পষ্ট কৰি মোদীয়ে কয়, ‘আমি সন্ত্ৰাসবাদৰ সমৰ্থক চৰকাৰ আৰু সন্ত্ৰাসবাদীক পৃথক সত্ত্বা হিচাপে নাচাওঁ৷ অপাৰেছন সিন্দূৰ কিন্তু প্ৰাথমিকভাৱে সন্ত্ৰাসবাদী ঘাঁটিসমূহ ধ্বংসৰ লক্ষ্যৰেই আৰম্ভ কৰা হৈছিল৷ পাছত পাকিস্তানে ভাৰতক ওলোটাই আক্ৰমণ কৰে সেইবাবে পাকিস্তান সেনাৰ কেইবাটাও ঘাঁটি ভাৰতে ধ্বংস কৰিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

July 11, 2026
Next Post
দৈনিক ৰাশিফল- মেষ-বৃষ ৰাশিৰ আজি চৰকাৰী কামত সফলতাৰ যোগ, বাকি সকলৰ ভাগ্যত কি

দৈনিক ৰাশিফল- মেষ-বৃষ ৰাশিৰ আজি চৰকাৰী কামত সফলতাৰ যোগ, বাকি সকলৰ ভাগ্যত কি

আফগানিস্তানত খেলিব নোৱাৰিব দবা খেল, নিষিদ্ধ ঘোষণা, কাৰণ জানি আচৰিত হ’ব আপুনি

আফগানিস্তানত খেলিব নোৱাৰিব দবা খেল, নিষিদ্ধ ঘোষণা, কাৰণ জানি আচৰিত হ'ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.