• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী ভাৰতৰ জোঁৱাই আনগৰাকী ভাৰতৰ সন্তান, যি হ’বলৈ গৈ আছে আমেৰিকাৰ উপৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা সংস্থাৰ মুৰব্বী

এগৰাকী ভাৰতৰ জোঁৱাই আনগৰাকী ভাৰতৰ সন্তান, যি হ’বলৈ গৈ আছে আমেৰিকাৰ উপৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা সংস্থাৰ মুৰব্বী

2 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

51 minutes ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

2 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

3 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

5 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

6 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

9 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

9 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

10 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এগৰাকী ভাৰতৰ জোঁৱাই আনগৰাকী ভাৰতৰ সন্তান, যি হ’বলৈ গৈ আছে আমেৰিকাৰ উপৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা সংস্থাৰ মুৰব্বী

editor by editor
November 7, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
এগৰাকী ভাৰতৰ জোঁৱাই আনগৰাকী ভাৰতৰ সন্তান, যি হ’বলৈ গৈ আছে আমেৰিকাৰ উপৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা সংস্থাৰ মুৰব্বী
0
SHARES
296
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ভাৰতৰ জোঁৱাই আনগৰাকী ভাৰতৰ সন্তান, যি হ’বলৈ গৈ আছে আমেৰিকাৰ উপৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা সংস্থাৰ মুৰব্বী

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পূৰ্ণ হৈছে। আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’বলৈ গৈ আছে ড’নাল্ড ট্ৰাম্প । ইয়াৰ লগতে প্ৰশাসনতো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনাই দেখা দিছে। তাৰেই মাজতে বিশেষকৈ বিশ্বৰ দৃষ্টি কেন্দ্ৰীভূত হৈছে আমেৰিকাৰ উপৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা সংস্থা চিআইএ (CIA)ৰ ওপৰত।

বিশেষকৈ ভাৰতৰ দৃষ্টি কেন্দ্ৰীভূত হৈছে এই দুটা পদত। কিয়নো এই দুয়োটা পদত থাকিব পাৰে ভাৰতৰ সৈতে সম্পৰ্ক থকা লোক। ইয়াৰে অৱশ্যে উপৰাষ্ট্ৰপতি পদৰ বাবে নাম চূড়ান্ত হৈছে। সেয়া হৈছে ভাৰতৰ জোঁৱাই। ভাৰতৰ উষা চিলুকুৰী ভ্যান্সৰ সৈতে বিবাহ হোৱা জেডি ভ্যান্স নিৰ্বাচিত হৈছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে।

উষা চিলুকুৰীৰ এতিয়া আমেৰিকাৰ ছেকেণ্ড লেডী হবলৈ গৈ আছে। উষাৰ পৰিয়াল অন্ধ্ৰপ্ৰদেশৰ বডলুৰু গাঁৱৰ পৰা ফ্ৰান্সলৈ উঠি গৈছিল। পাছত কলেজীয়া জীৱনত লগ পাইছিল জেডি ভ্যান্সক।

এইবাৰ আমেৰিকাৰ চোৰাংচোৱা সন্থা তথা বিশ্বৰে অন্যতম চোৰাংচোৱা সন্থা চি আই এৰ মূৰব্বীৰ কোন হব তাক লৈ জল্পনা কল্পনা। এই ক্ষেত্ৰত প্ৰায় নিশ্চিত হৈছে এগৰাকী ভাৰত সন্তানৰ। ডোনাল্ড ট্ৰাম্পৰ সৈতে বিশেষ সম্পৰ্ক থকা ভাৰতীয় সন্তান কাশ্যপ কাশ পেটেলৰ এই ক্ষেত্ৰত নাম উত্থাপন হৈছে।

ভাৰতীয় মূলৰ কাশ্যপ কাশ পেটেল যে ট্ৰাম্প চৰকাৰৰ চিআইএৰ মুৰব্বী হ’ব সেয়া নিশ্চিত বুলি বিবেচিত হৈছে। নিউয়ৰ্কৰ গাৰ্ডেন চিটিত জন্মগ্ৰহণ কৰিছিল কাশ্যপ কাশে। অৱশ্যে তেওঁৰ পৰিয়ালটো মূলতঃ গুজৰাটৰ বদোদৰাৰ। কাশ্যপ কাশৰ পিতৃ-মাতৃ প্ৰথমে ভাৰতৰ পৰা উগাণ্ডালৈ গৈছিল। য’ৰ পৰা তেওঁলোক ১৯৭০ চনত আমেৰিকালৈ উঠি যায়।

ৰিচমণ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে কাশ্যপ কাশ পেটেলে। আনহাতে তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা আইনৰ অধ্যয়নো কৰিছিল। বিগত ৯ বছৰ ধৰি আদালতত অধিবক্তা হিচাপে প্ৰেকটিছ কৰিছিল কাশ্যপ কাশে। ইয়াৰ পিছত আমেৰিকাৰ ন্যায় বিভাগত যোগদান কৰে। তেওঁ ৰিপাব্লিকান পাৰ্টিৰ সৈতে জড়িত আৰু তেওঁক ট্ৰাম্পৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: american electionAmerican Vice PresidentCIa HeadIndian Origin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

October 7, 2026
প্ৰযুক্তি

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
Next Post
সিদ্ধু মুছেৱালাৰ ভাতৃৰ ফটো প্ৰথম বাৰৰ বাবে সমুখলৈ, মিনিটতে ভাইৰেল ফটো

সিদ্ধু মুছেৱালাৰ ভাতৃৰ ফটো প্ৰথম বাৰৰ বাবে সমুখলৈ, মিনিটতে ভাইৰেল ফটো

মকৰ ৰাশিত চন্দ্ৰ ট্ৰেনজিটৰ বাবে ৩ ৰাশিৰ বিপুল আৰ্থিক লাভ, লগতে লাভ অতিকে ভাল খবৰ

মকৰ ৰাশিত চন্দ্ৰ ট্ৰেনজিটৰ বাবে ৩ ৰাশিৰ বিপুল আৰ্থিক লাভ, লগতে লাভ অতিকে ভাল খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.