• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

1 month ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

54 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

9 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

9 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

9 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

10 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

10 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

11 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

12 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

12 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

13 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

15 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

ৰে'লৰ সকলো নিয়মৰ বিষয়ে জানেনে?

editor by editor
June 24, 2026
in বাণিজ্য, বিবিধ, লেখা
0
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
0
SHARES
391
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময়ে সময়ে ৰে’লৱেৰ নিয়ম পৰিৱৰ্তন হৈ থাকে। ভাৰতীয় ৰে’লৱেৰ বহুতো নিয়ম আমি জানো আৰু বহুতো নিয়ম আমি নাযানো। কেতিয়াবা আপুনি কৰবালৈ গ’লে সময়মতে ৰে’ল আহি নপৰে। কেতিয়াবা ৰে’লখন ১০ মিনিট, কেতিয়াবা আধা ঘণ্টা, আৰু কেতিয়াবা যাত্ৰীসকলে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয়। আপুনি জানেনে যে ৰে’লখন পলম হ’লে ৰে’লৱেও যাত্ৰীসকলক বিশেষ সুবিধা প্ৰদান কৰে। আনকি আই আৰ চি টি চিয়ে বিনামূলীয়া খাদ্যও প্ৰদান কৰে।

IRCTCৰ নিয়ম অনুসৰি ৰাজধানী এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, ডুৰন্টো এক্সপ্ৰেছৰ দৰে প্ৰিমিয়াম ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলক বিশেষ সুবিধা প্ৰদান কৰা হয়। ৰে’লৰ পলমৰ ওপৰত নিৰ্ভৰ কৰি যাত্ৰীসকলক ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ, চাহ বা লঘু আহাৰ দিয়া হয়। কিন্তু ৰে’লৱেৰ এই বিশেষ ব্যৱস্থাৰ বিষয়ে বহুতে অৱগত নহয়।

কেনেধৰণৰ খাদ্য পৰিবেশন কৰা হয়?

সাধাৰণতে চাহ বা কফিৰ লগত বিস্কুট পৰিবেশন কৰা হয়। ব্ৰেকফাষ্ট বা সন্ধিয়াৰ জলপানত মাখনযুক্ত টোষ্ট, ফলৰ ৰস, আৰু গৰম পানীয়, যেনে চাহ আৰু কফি থাকিব পাৰে। আনহাতে দুপৰীয়া বা ৰাতিৰ আহাৰত চাউল, দালি, ৰাজমা বা চোলে, আৰু আচাৰৰ পেকেট থাকিব পাৰে। কেতিয়াবা পুৰী-সাবজীও পৰিবেশন কৰা হয়। নিমখো পৰিবেশন কৰা হয়।

টিকট ঘূৰাই দিয়াৰ সুযোগ

কেৱল বিনামূলীয়া খাদ্যই নহয়, কিছুমান ক্ষেত্ৰত যাত্ৰীসকলেও টিকটৰ ধন ঘূৰাই পাব পাৰে। যদি কোনো ৰে’লৰ তিনি ঘন্টাতকৈ অধিক পলম হয় বা ইয়াৰ নিৰ্ধাৰিত পথত ডাঙৰ পৰিৱৰ্তন হয়, তেন্তে যাত্ৰীসকলে টিকট বাতিল কৰি ধন ঘূৰাই পোৱাৰ বাবে আবেদন কৰিব পাৰে। অনলাইনত বুকিং কৰা টিকটৰ ক্ষেত্ৰত সাধাৰণতে একেটা চেনেলৰ জৰিয়তে ধন ঘূৰাই দিয়া হয়। আৰু কাউণ্টাৰৰ জৰিয়তে ক্ৰয় কৰা টিকট বাতিল কৰিবলৈ ৰে’লৱে ষ্টেচনলৈ গৈ এটা নিৰ্দিষ্ট পদ্ধতি সম্পূৰ্ণ কৰিব লাগিব।

দীৰ্ঘ বিলম্বৰ বাবে অধিক সুবিধা

যদিহে ৰে’লখন দীৰ্ঘ বিলম্বৰ হয়, তেন্তে ৰে’ল কৰ্তৃপক্ষই যাত্ৰীসকলৰ বাবে কিছু অতিৰিক্ত সা-সুবিধাও প্ৰদান কৰে। বহু ক্ষেত্ৰত ৰিজাৰ্ভচনৰ টিকট থাকিলে ষ্টেচনৰ ৱেটিং ৰুমটো বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। খাদ্যৰ ষ্টলবোৰো ৰাতি দীঘলীয়া সময় খোলা ৰখা হয়। ইয়াৰ উপৰিও যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰ পি এফ মোতায়েন কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

August 8, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

August 7, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

August 7, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

August 7, 2026
Next Post
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.