• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘লৈ যোৱা মোৰ এই দুই বক্ষ ‘- নিজেই নিজৰ বক্ষ কাটি দিয়া সেই নাৰী, এগৰাকীয়ে দেশৰ নামত শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ

‘লৈ যোৱা মোৰ এই দুই বক্ষ ‘- নিজেই নিজৰ বক্ষ কাটি দিয়া সেই নাৰী, এগৰাকীয়ে দেশৰ নামত শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ

2 years ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

12 minutes ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

26 minutes ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

46 minutes ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

59 minutes ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

1 hour ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

2 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

3 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

3 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

4 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

5 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

5 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘লৈ যোৱা মোৰ এই দুই বক্ষ ‘- নিজেই নিজৰ বক্ষ কাটি দিয়া সেই নাৰী, এগৰাকীয়ে দেশৰ নামত শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ

editor by editor
October 22, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
‘লৈ যোৱা মোৰ এই দুই বক্ষ ‘- নিজেই নিজৰ বক্ষ কাটি দিয়া সেই নাৰী, এগৰাকীয়ে দেশৰ নামত শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘লৈ যোৱা মোৰ এই দুই বক্ষ ‘- নিজেই নিজৰ বক্ষ কাটি দিয়া সেই নাৰী, এগৰাকীয়ে দেশৰ নামত শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ

ভাৰতৰ ইতিহাসৰ দুই মহীয়সী নাৰী। যিয়ে জীৱন্তে হেৰুৱাইছে নিজৰ বক্ষ। এগৰাকীয়ে কৰ দিয়াৰ নামত শত্ৰুৰ হাতত নিজেই কাটি তুলি দিছিল বক্ষ যুগল। আন এগৰাকীয়ে দেশ মাতৃৰ ৰক্ষাৰ বাবে নিজৰ মুখ বন্ধ ৰখাৰ বাবদ শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ যুগল। যি দুই নাৰীৰ নাম এই ইতিহাসৰ পাতত চিৰকাল ৰৈ বৈ যাব।

তাৰেই এগৰাকীৰ নামত বৰ্তমানে মন্দিৰো নিৰ্মাণ কৰা আছে দক্ষিণ ভাৰতত। আন এগৰাকীৰ নাম সোণালী আখৰেৰে লিখা আছে ইতিহাসৰ পাতত। সেই দুই মহান নাৰী হৈছে – নাংগেলী (Nangalei) আৰু নীৰা আৰ্যা (Neera Arya)

নাংগেলী-

নাংগেলীৰ সময়ৰ কথা- তেতিয়া ভাৰতবৰ্ষত জাত-পাতৰ সমস্যা বহুত। উচ্চ বৰ্গৰ মহিলাই নিজৰ বক্ষ ঢাকিবলৈ অনুমতি পাইছিল। কিন্তু নিম্ন বৰ্গৰ মহিলাই বক্ষ ঢকাৰ অনুমতি পোৱা নাছিল। যদি বক্ষ ঢাকিব বিচাৰে তেন্তে তাৰ বাবদ দিব লগা হৈছিল টেক্স তথা কৰ। নাংগেলী আছিল নিম্ন বৰ্গৰ উচ্চ চিন্তাধাৰাৰ মিহলা। নিজৰ শৰীৰ ঢাকি ৰখাটো জন্মগত অধিকাৰ বুলি বিশ্বাস ৰাখিছিল। যাৰ বাবে কাপোৰেৰে ঢাকি ৰাখিছিল নিজৰ বক্ষ যুগল। তাৰ বাবদ পৰিশোধ কৰা নাছিল কোনো কৰ। কিন্তু উচ্চ বৰ্গৰ মানুহৰ ওচৰত কিমান দিন তেনেদৰে থাকিব পাৰে।

খেদি আহে নাগেলীৰ ওচৰত। নাংগেলীয়ো ভাৱে নিজৰ যদি বক্ষই ঢাকিব নোৱাৰি তেনে জীৱনৰ কোনো মানেই নাই। যাৰ বাবে সকলোকে ঘৰৰ বাহিৰত ৰাখি ভিতৰৰ পৰা বক্ষ ঢকাৰ কৰ আনিব বুলি কৈ ভিতৰলৈ গৈ চোকা অস্ত্ৰ লৈ আহি সকলোৰে সমুখতে নিজৰ বক্ষ কাটি কৰ আদায় কৰোতাৰ সমুখলৈ আগবঢ়াই দিয়ে। যি ঘটনা আছিল এক অতিকে আচৰিত ঘটনা। সেই ঘটনাত অত্যাধিক ৰক্তক্ষৰণ হৈ ঠাইতে প্ৰাণ হেৰুৱাই নাংগেলীয়ে। কিন্তু নাংগেলীৰ সেই অৱদানে অন্ত পেলাই বক্ষ ঢকাৰ কৰ। সকলো মহিলাই লাভ কৰে বক্ষ ঢকাৰ অনুমতি। যাৰ বাবে কেৰালাৰ নিবাসী নাংগেলীক সন্মান দিয়াৰ বাবে তাতেই নিৰ্মাণ কৰা হৈছে এটা মন্দিৰ।

নীৰা আৰ্যা-

আন এগৰাকী মহিয়ান নাৰী হৈছে নীৰা আৰ্যা। বিদেশীৰ হাতৰ পৰা দেশ ৰক্ষাৰ যুঁজত নামি পৰা এগৰাকী মহিলা। নেতাজী সুভাষ চন্দ্ৰ বসুৰ সেনানীত নামি স্বাধীনোত্তৰ যুঁজ কৰা নীৰাৰ কাহিনীয়ো ইতিহাসৰ পাতক সোণালী আখৰেৰে লিখা আছে। নীৰা আছিল মুক্তিযুঁজাৰু আনহাতে নীৰাৰ স্বামী আছিল বিদেশীৰ অধীনত কাম কৰা আৰক্ষী বিষয়া। দুই বিপৰীত মেৰুত বাস কৰিছিল দুয়ো স্বামী-স্ত্ৰী।

কিন্তু নীৰাই কোনোদিনে স্বামীৰ কথা নামানি কেৱল দেশ ৰক্ষাৰ বাবেই যুঁজি গল। বিদেশীৰ হাতত ধৰা পৰাৰ পাছত নীৰাক নেতাজীৰ বিষয়ে সোধ পোচ কৰি নিৰ্মম অত্যাচাৰ চলাইছিল বিদেশীয়ে। কিন্তু কোনো অত্যাচাৰেই কাম দিয়া নাছিল নীৰাৰ মনোবল ভাঙিবলৈ। অৱশেষত অত্যাচাৰৰ সীমা চেৰাই বিদেশী গোটে নীৰাৰ বক্ষ যুগল লোহাৰ চেপেনাৰে টানি অত্যাচাৰ কৰি কৰি শেষত চোকা অস্ত্ৰৰে কাটি পেলাইছিল। কিন্তু তথাপি নীৰাই প্ৰকাশ কৰা নাছিল নেতাজীৰ কোনো তথ্য। সেই নীৰাৰ কথা আজিয়ো মনত কৰা হয় ভাৰতৰ স্বাধীনতাৰ অন্যতম নাৰী শক্তি হিচাপে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Breast CutIndian WomenNangeliNeera Arya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

June 6, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
Next Post
দীপাৱলীত লক্ষ্মীক আগবঢ়াওক এই কেইবিধ সামগ্ৰী, প্ৰচুৰ আশীৰ্বাদ পাব আপুনি

দীপাৱলীত লক্ষ্মীক আগবঢ়াওক এই কেইবিধ সামগ্ৰী, প্ৰচুৰ আশীৰ্বাদ পাব আপুনি

১২০ কিলোমিটাৰ বেগত আহি আছে ‘ডানা’, ২৪-২৫ অক্টোবৰৰ বাবে সাৱধানবাণী

১২০ কিলোমিটাৰ বেগত আহি আছে 'ডানা', ২৪-২৫ অক্টোবৰৰ বাবে সাৱধানবাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.