• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক শেষ কৰিলে আমেৰিকাবাসী ভাৰতীয়ই! চৰ্চাত সমগ্ৰ বিষয়, প্ৰকৃত কাৰণ কি?

4 days ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

10 minutes ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

53 minutes ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

1 hour ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

2 hours ago
৪ মিনিটত কি ঘটিছিল অজিত পাৱাৰৰ বিমানখনত? দুখলগা বাখ্যা প্ৰত্যক্ষদৰ্শীৰ

সমগ্ৰ ২৬ চনতেই শনিৰ আশীৰ্বাদ থাকিব, পূৰণ হ’ব ২ ৰাশিৰ সকলো ইচ্ছা

20 hours ago
এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

21 hours ago
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

22 hours ago
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

23 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

1 day ago
মাঘী পূৰ্ণিমাত সৰ্বাৰ্থ সিদ্ধি যোগ, মনোকামনা পূৰণ হ’ব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক শেষ কৰিলে আমেৰিকাবাসী ভাৰতীয়ই! চৰ্চাত সমগ্ৰ বিষয়, প্ৰকৃত কাৰণ কি?

সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক শেষ কৰিলে আমেৰিকাবাসী ভাৰতীয়ই! চৰ্চাত সমগ্ৰ বিষয়, প্ৰকৃত কাৰণ কি?

editor by editor
January 24, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক শেষ কৰিলে আমেৰিকাবাসী ভাৰতীয়ই! চৰ্চাত সমগ্ৰ বিষয়, প্ৰকৃত কাৰণ কি?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ জৰ্জিয়াৰ এক ভাৰতীয় পৰিয়ালৰ চাৰি সদস্যৰ হত্যাৰ ঘটনাৰ খবৰ বিশ্বজুৰি ভাইৰেল হৈ পৰিছে৷ কিয় হত্যা কৰা হ’ল তাৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও পাৰিবাৰিক বিবাদেই এই ঘটনাৰ আঁৰৰ কাৰণ সেয়া অনুমান কৰিছে আৰক্ষীয়ে৷ কিন্তু কিহক লৈ এই বিবাদ, কিয় আত্মীয়কেই হত্যা কৰিছে অভিযুক্ত বিজয় কুমাৰে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷

প্ৰাথমিক তদন্তৰ পাছতে আৰক্ষীয়ে জনাইছে যে এই হত্যাকাণ্ডৰ পূৰ্বে আটলাণ্টাত থকা নিজৰ ঘৰত বিজয় আৰু তেওঁৰ পত্নী মিমু ডোগৰাৰ মাজত কাজিয়া হৈছিল৷ কথা কটাকটি আৰু তৰ্কাতৰ্কিও হয়৷ তাৰপিছতেই শুকুৰবাৰে নিশা পত্নী আৰু একমাত্ৰ সন্তানক লৈ লৰেন্সভিলৰ ব্ৰুক আই ভি কৰ্টত থকা এগৰাকী আত্মীয়ৰ ঘৰলৈ যায় বিজয়৷ তাতেই বিজয় মিমুৰ আত্মীয়ৰ ওপৰিও তেওঁলোকৰ দুই সন্তানো আছিল৷

শুকুৰবাৰে নিশা ২ বাজি ৩০ মিনিট৷ গিনেট কাউণ্টি পুলিছৰ ওচৰলৈ এটা খবৰ আহে যে আইভি কৰ্টত গুলি চলিছে৷ এক পৰিয়ালৰ চাৰিজন গুলিবিদ্ধ৷ খবৰ পায়েই ঘটনাস্থললৈ যায় পুলিছ৷ তাতেই ঘৰৰ পৰা চাৰিজনৰ দেহ উদ্ধাৰ কৰে৷ ইয়াৰোপৰি আলমাৰিৰ ভিতৰত থকা বিজয়ৰ সন্তান আৰু তেওঁৰ আত্মীয়ৰ দুই সন্তানক উদ্ধাৰ কৰা হয়৷ প্রাথমিকভাৱে আৰক্ষীয়ে জনাইছে যে গুলি চলাৰ পাছতেই তিনিটা শিশুৱে প্ৰাণৰ ভয়ত আলমাৰিৰ ভিতৰত আত্মগোপন কৰে৷ আৰক্ষীয়ে তিনিটা শিশুকে অক্ষত অৱস্থাত উদ্ধাৰ কৰিছে৷

প্ৰাথমিকভাৱে আৰক্ষীৰ অনুমান যে পাৰিবাৰিক বিবাদৰ বাবেই এই হত্যাকাণ্ড৷ কিন্তু নিজৰ ঘৰত অশান্তিৰ পাছত কিয় আত্মীয়ৰ ঘৰলৈ গৈছিল বিজয়, কিয় গুলি চলোৱাৰ ঘটনা সংঘটিত হ’ল, এই হত্যাকাণ্ডৰ নেপথ্যত কাৰণেই বা কি? এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ অভিযুক্ত বিজয়ক জেৰা কৰি আছে আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?
জীৱনশৈলী

January 28, 2026
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

January 28, 2026
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ
জীৱনশৈলী

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

January 28, 2026
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?
জীৱনশৈলী

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

January 28, 2026
Next Post
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

২৬ জানুৱাৰীৰে আৰম্ভ হোৱা সপ্তাহত ৰুচক ৰাজযোগ, এই সপ্তাহত ভাগ্য খুলিব পাঁচ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন