• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬ জানুৱাৰীৰে আৰম্ভ হোৱা সপ্তাহত ৰুচক ৰাজযোগ, এই সপ্তাহত ভাগ্য খুলিব পাঁচ ৰাশিৰ

২৬ জানুৱাৰীৰে আৰম্ভ হোৱা সপ্তাহত ৰুচক ৰাজযোগ, এই সপ্তাহত ভাগ্য খুলিব পাঁচ ৰাশিৰ

8 months ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

10 minutes ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

1 hour ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

2 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

3 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

4 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

5 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

5 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

6 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

14 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

15 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

15 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৬ জানুৱাৰীৰে আৰম্ভ হোৱা সপ্তাহত ৰুচক ৰাজযোগ, এই সপ্তাহত ভাগ্য খুলিব পাঁচ ৰাশিৰ

২৬ জানুৱাৰীৰে আৰম্ভ হোৱা সপ্তাহত ৰুচক ৰাজযোগ, এই সপ্তাহত ভাগ্য খুলিব পাঁচ ৰাশিৰ

editor by editor
January 26, 2026
in জীৱনশৈলী
0
২৬ জানুৱাৰীৰে আৰম্ভ হোৱা সপ্তাহত ৰুচক ৰাজযোগ, এই সপ্তাহত ভাগ্য খুলিব পাঁচ ৰাশিৰ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন সপ্তাহৰ আৰম্ভণিতে জ্যোতিষশাস্ত্ৰত এক গুৰুত্বপূৰ্ণ শুভ যোগৰ সৃষ্টি হৈছে৷ সোমবাৰ ২৬ জানুৱাৰীৰ পৰা মকৰ ৰাশিত মঙ্গলৰ অৱস্থানৰ ফলত গঠিত হ’ব ৰুচক ৰাজযোগ৷ জ্যোতিষমতে এই ৰাজযোগ অত্যন্ত শুভ আৰু ইয়াৰ প্ৰভাৱত কৰ্মক্ষেত্ৰ, অৰ্থভাগ্য আৰু সম্পত্তি সংক্ৰান্তিয় বিষয়ত বিশেষ উন্নতিৰ সম্ভাৱনা আছে৷ জ্যোতিষ গণনাই কৈছে ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰী ২০২৬৷ এই এসপ্তাহত পাঁচটা ৰাশিৰ জাতকৰ জীৱনলৈ আহিব পাৰে বৃহৎ সাফল্য৷ কেৰিয়াৰত উন্নতিৰ ওপৰিও আৰ্থিক লাভৰ যোগ আছে৷

মেষ ৰাশি

নতুন সপ্তাহ উদ্যম আৰু আত্মবিশ্বাসেৰে ভৰপুৰ থাকিব মেষ ৰাশিৰ জাতক৷ ধৈৰ্য্য ধৰি কাম কৰিলে দীৰ্ঘদিনৰ সমস্যা সহজেই দূৰ হব৷ কোনো মহিলা বন্ধুৰ সহায় পাব পাৰে৷ ৰৈ থকা কাম শেষ হব৷ নতুন কোনো ডাঙৰ প্ৰকল্প আৰম্ভ কৰাৰ সুযোগ পাব পাৰে৷ দাম্পত্য জীৱনত সুখ আৰু বুজাপৰা থাকিব৷

মিথুন ৰাশি

জানুৱাৰীৰ শেষ সপ্তাহ মিথুন ৰাশিৰ বাবে অত্যন্ত শুভ৷ বহুদিনৰ কোনো সপোন বাস্তবায়িত হব পাৰে৷ সঠিক পথত পৰিশ্ৰম কৰিলে তাৰ ফল পাব৷ এই সময়ত কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷ যি ভৱিষ্যতে কামত আহিব৷ চাকৰি পৰিবৰ্তন বা নতুন চাকৰি লাভৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

কেৰিয়াৰত প্ৰত্যাশাতকৈয়ো বেছি সাফল্য পাব পাৰে তুলা ৰাশিৰ জাতকে৷ কামৰ প্ৰয়োজনত দূৰ ভ্ৰমণ কৰিব পাৰে৷ দাম্পত্য জীৱনত প্ৰেম আৰু আনন্দ থাকিব৷ সংগীৰ অনুভূতিৰ দিশত নজৰ দিয়া জৰুৰী৷ কৰোবাত ছুটি কটাবলৈ যোৱাৰ পৰিকল্পনা সফল হব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীৰ বাবে সময় অত্যন্ত অনুকূল৷

ধনু ৰাশি

ৰুচক ৰাজযোগৰ প্ৰভাৱত ধনু ৰাশিৰ জাতকে নতুন সপ্তাহত আনন্দেৰে সময় কটাব৷ কৰ্মসূত্ৰে কৰা যাত্ৰা ফলপ্ৰসূ হব আৰু আৰ্থিক লাভো পাব৷ সন্তানৰ কোনো সমস্যা সহজেই দূৰ হব৷ পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত স্বস্তি থাকিব৷ স্বাস্থ্য ভালে থাকিব৷

মীন ৰাশি

২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীৰ ভিতৰত সময়খিনি মীন ৰাশিৰ বাবে সুখকৰ৷ নিজৰ কামত মনোযোগ দিলে সাফল্য নিশ্চিত৷ অন্য বিষয়ত অযথা হস্তক্ষেপ নকৰাই ভাল৷ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷ বন্ধুৰ সৈতে ভুল বুজাবুজি থাকিলে সেয়া দূৰ হব৷ অফিচত চিনিয়ৰ-জুনিয়ৰ সকলৰ সৈতে সম্পৰ্ক মজবুত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
Next Post
ভাল প্ৰতিবেশী, ভাল বন্ধু ভাৰত… গণতন্ত্ৰ দিৱসত শুভেচ্ছা চীনৰ, বিশ্বলৈ মৈত্ৰীৰ বাৰ্তা দিছে নেকি চীনে?

ভাল প্ৰতিবেশী, ভাল বন্ধু ভাৰত... গণতন্ত্ৰ দিৱসত শুভেচ্ছা চীনৰ, বিশ্বলৈ মৈত্ৰীৰ বাৰ্তা দিছে নেকি চীনে?

ফেব্ৰুৱাৰীত বছৰৰ প্রথম সূৰ্যগ্ৰহণত ধন, ঘৰ, বাহন সকলো লাভ কৰিব এই ৪ৰাশিয়ে, বিদেশ ভ্ৰমণৰ সুযোগো আহিব

ফেব্ৰুৱাৰীত বছৰৰ প্রথম সূৰ্যগ্ৰহণত ধন, ঘৰ, বাহন সকলো লাভ কৰিব এই ৪ৰাশিয়ে, বিদেশ ভ্ৰমণৰ সুযোগো আহিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.