• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱজাতকৰ ওজন এটা গাখীৰৰ পেকেটতকৈও কম! ০.৫ শতাংশও আশা নাছিল জীয়াই ৰখাৰ, কেনেকৈ চিকিৎসকে জীয়াই তুলিছে দেশৰ ক্ষুদ্ৰতম নৱজাতকক?

নৱজাতকৰ ওজন এটা গাখীৰৰ পেকেটতকৈও কম! ০.৫ শতাংশও আশা নাছিল জীয়াই ৰখাৰ, কেনেকৈ চিকিৎসকে জীয়াই তুলিছে দেশৰ ক্ষুদ্ৰতম নৱজাতকক?

4 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

9 minutes ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

24 minutes ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

54 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

1 hour ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

2 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

3 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

4 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

6 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

7 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱজাতকৰ ওজন এটা গাখীৰৰ পেকেটতকৈও কম! ০.৫ শতাংশও আশা নাছিল জীয়াই ৰখাৰ, কেনেকৈ চিকিৎসকে জীয়াই তুলিছে দেশৰ ক্ষুদ্ৰতম নৱজাতকক?

editor by editor
January 6, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
নৱজাতকৰ ওজন এটা গাখীৰৰ পেকেটতকৈও কম! ০.৫ শতাংশও আশা নাছিল জীয়াই ৰখাৰ, কেনেকৈ চিকিৎসকে জীয়াই তুলিছে দেশৰ ক্ষুদ্ৰতম নৱজাতকক?
0
SHARES
6.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সময়ৰ বহু আগতেই জন্ম হৈছিল নৱজাতকটো৷ মাত্ৰ ২৪ সপ্তাহতেই জন্ম পোৱা শিশুটিৰ জন্মৰ সময়ত ওজন আছিল মাত্ৰ ৪০০ গ্ৰাম৷ এটা গাখীৰৰ পেকেটতকৈও ওজন কম শিশুটিৰ৷ চিকিৎসকে কৈছিল শিশুটি জীয়াই থকাৰ আশা তেনেই ক্ষীণ৷ চিকিৎসকে জনোৱা অনুসৰি মাত্ৰ ০.৫ শতাংশহে শিশুটি জীয়াই থাকিব বুলি আশা আছে৷ কিন্তু বিধিয়ে বিচাৰিলে মৃত্যুৱে কাৰোৱেই কাষ চাপিব নোৱাৰে৷ শিশুটি জীয়াই আছে৷ চিকিৎসা বিজ্ঞানৰ হিচাপ ভুল প্ৰমানিত কৰি ক্ৰমাৎ ডাঙৰ হৈছে শিৱন্যা নামৰ শিশুটি৷

২০২২ চনৰ ২১ মে’ত জন্মলাভ কৰিছিল শিৱন্যাই৷ পুনেৰ সূৰ্য মাদাৰ এণ্ড চাইল্ড কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে শিৱন্যা৷ চিকিৎসালয়খনৰে শিশু বিশেষজ্ঞ শচীন শ্বাহে দিয়া মন্তব্যত কয় যে শিৱন্যাই ভাৰতত জন্মলাভ কৰা আটাইতকৈ ক্ষুদ্ৰতম নৱজাতক৷ জন্মৰ পাছচ ৯৪ দিন শিশুটিক আইছিইউতেই ৰখা হৈছিল৷ আগষ্টৰ ২৩ তাৰিখে শিৱন্যাক আইচিইউ ৰ পৰা বাহিৰলৈ ওলিয়াই অনা হৈছে৷ আইচিইউৰ পৰা বাহিৰলৈ অনাৰ সময়ত শিশুটিৰ ওজন হৈছিল ২১৩০ গ্ৰাম৷ চিকিৎসকে ওজনৰ প্ৰসংগত কয় যে, এটা ৩৭ ৰ পৰা ৪০ সপ্তাহৰ নৱজাতকৰ স্বাভাৱিক ওজন হয় ২৫০০ গ্ৰাম৷ আইচিইউ ৰ পৰা ওলিয়াই অনাৰ পাছতো শিশুটিৰ ওজন স্বাভাৱিক নহ’লেও কিছু পৰিমানে স্বাভাৱিক শিশুৰ সৈতে মিল আহিছে৷

ইপিনে শিশুটিৰ পিতৃয়ে জনোৱা অনুসৰি জন্মৰ প্ৰায় ৭ মাহ পাছত বৰ্তমান শিৱন্যাৰ ওজন প্ৰায় ৪.৫ কিলোগ্ৰাম৷ বৰ্তমান শিৱন্যাৰ খোৱাবোৱা স্বাবাৱিক শিশুৰ দৰেই৷ পিতৃ-মাতৃয়েও বৰ্তমান শিৱন্যাক লৈ আশাবাদী৷ চিকিৎসা বিজ্ঞানকো বাৰে বাৰে ধন্যবাদ জনাইছে শিৱন্যাৰ পিতৃ-মাতৃয়ে কিয়নো দেশত প্ৰথমবাৰৰ বাবে ইমান কম ওজনৰ নৱজাতকত প্ৰাণৰক্ষা কৰাৰ নজিৰ নাই৷ শিৱন্যা তাৰে মাজত ব্যতিক্ৰম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
Next Post
মুম্বাইতো অস্ত্ৰোপছাৰত জটিলতাই দেখা দিছে! এয়াৰ এম্বুলেঞ্চেৰে অচিৰেই আমেৰিকালৈ লৈ যোৱা হ’ব ক্ৰিকেটাৰ ঋষভ পণ্টক…

মুম্বাইতো অস্ত্ৰোপছাৰত জটিলতাই দেখা দিছে! এয়াৰ এম্বুলেঞ্চেৰে অচিৰেই আমেৰিকালৈ লৈ যোৱা হ’ব ক্ৰিকেটাৰ ঋষভ পণ্টক...

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাৰ অভ্যাস! হাৰ্ট এটেক নিজেই মাতি আনিছে নেকি?

শীতকালত ঠাণ্ডা পানীৰে গা ধোৱাৰ অভ্যাস! হাৰ্ট এটেক নিজেই মাতি আনিছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.