• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ ফুট দীঘল অজগৰৰ খাদ্য হ’ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ

১৬ ফুট দীঘল অজগৰৰ খাদ্য হ’ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ

2 years ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

18 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

55 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১৬ ফুট দীঘল অজগৰৰ খাদ্য হ’ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ

editor by editor
June 9, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
১৬ ফুট দীঘল অজগৰৰ খাদ্য হ’ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ ফুট দীঘল অজগৰৰ খাদ্য হ’ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ

ইণ্ডোনেছিয়াৰ পৰা আহিছে এটা আচৰিত খবৰ। এগৰাকী মহিলাক গোটে গোটে গিলি পেলালে এডাল অজগৰে। পিছত গাঁৱৰ মানুহে অজগৰৰ পেট কাটিহে মহিলাগৰাকীৰ নিথৰ মৃতদেহ উলিয়াই আনে। স্থানীয় বিষয়াসকলে শনিবাৰে এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।

দক্ষিণ চুলাৱেছি প্ৰদেশৰ কালেম্পাং গাঁৱৰ মুৰব্বী ছুৱাৰ্দি ৰ’ছিয়ে কয় যে চাৰিটা সন্তানৰ মাতৃ ফাৰিদা বৃহস্পতিবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল। কামলৈ বুলি ওলাই গৈ ঘৰলৈ উভতি নাহে নিশালৈ।

পিছত মহিলাগৰাকীৰ স্বামী আৰু গাঁৱৰ মানুহে বহু বিচাৰ খোচাৰ কৰিয়ো কতো কোনো সন্ধান লাভ নকৰে মহিলাগৰাকী সন্দৰ্ভত। শেষত তালাচীৰ সময়ত মহিলাগৰাকীৰ স্বামীয়ে পত্নীয়ে ব্যৱহাৰ কৰা কিছু সামগ্ৰী উদ্ধাৰ কৰে জংঘলৰ ভিতৰত, যাৰ বাবে এক অন্য চিন্তাইহে পৰিয়ালটোক জুমুৰি দি ধৰে।

যেতিয়া গাঁৱৰ ৰাইজে অঞ্চলটো অন্বেষণ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া এডাল ১৬ ফুট দীঘল পেট ফুলি থকা অজগৰ প্ৰত্যক্ষ কৰে। গাঁৱৰ মুখীয়ালে আলোচনা কৰি আজগৰৰ পেট কাটিবলৈ সন্মত হয়।

পাছত যেতিয়া অজগৰৰ পেটটো কাটিবলৈ আৰম্ভ কৰাৰ লগে লগে ৪৫ বছৰীয়া মহিলা ফৰিদাৰ শৰীৰৰ কিছু অংশ দেখা পোৱা যায়। ইয়াৰ পিছত অজগৰৰ পেটৰ ভিতৰত সম্পূৰ্ণ কাপোৰ পিন্ধি থকা অৱশ্যে কিছু গলিবলৈ ধৰা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

অজগৰে মানুহক গিলি পেলোৱাৰ এনে ঘটনা অতি বিৰল বুলি গণ্য কৰা হয় যদিও শেহতীয়া কেইটামান বছৰত ইণ্ডোনেছিয়াত কেইবাজনো লোকৰ এইদৰে মৃত্যু হৈছে।

বিগত বৰ্ষত দক্ষিণ-পূব চুলাৱেছিৰ টিনাংগিয়া জিলাৰ বাসিন্দাসকলে গাঁওখনৰ এজন কৃষকৰ মৃতদেহ উদ্ধাৰ কৰিছিল আঠ মিটাৰ দৈৰ্ঘ্যৰ অজগৰ এডালৰ পৰা। ২০১৮ চনত দক্ষিণ-পূব চুলাৱেছিৰ মুনা চহৰত এগৰাকী ৫৪ বছৰীয়া মহিলা পাইথনৰ বলি হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: PythonPython Eat Humansocial mediaSocial media Viral PostViral Post
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা
শিক্ষা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

April 3, 2026
Next Post
মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী

মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী

আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ

আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.