• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

8 months ago
শাসক আৰু দৈৱসূত্ৰ

শাসক আৰু দৈৱসূত্ৰ

17 minutes ago
মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

1 hour ago
কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

2 hours ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

3 hours ago
ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

4 hours ago
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

4 hours ago
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

4 hours ago
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

5 hours ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

6 hours ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

7 hours ago
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

7 hours ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

editor by editor
April 2, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পৰ্ক এটাক সফল কৰিবলৈ ইজনে সিজনৰ প্ৰতি অনুভৱ থকাটোৱেই যথেষ্ট নহয়। কেতিয়াবা দুয়োজনে বহুতো কষ্ট কৰিব লাগে। যৌ**ন সম্পৰ্কিয় কথাবোৰ মানুহে মুকলিকৈ ক’বলৈ টান পায় বা লাজ কৰে। এনে ক্ষেত্ৰত যদি আপুনি কাৰোবাক ভাল পায় বা বিবাহিত, তেন্তে জানি লওক আপোনাৰ মানুহজনীয়ে আপোনাৰ পৰা কি আশা কৰিব পাৰে আপুনি জনাটো দৰকাৰ।

পুষ্টিবিদসকলৰ মতে আপেল খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ উপৰিও যৌ*ন সম্পৰ্ক স্থাপনৰ ইচ্ছা আৰু ক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে এটা আপেল খালে যৌন অক্ষমতাৰ পৰা মুক্তি পোৱাত সহায়ক হ’ব। তেনেকৈয়ে আপুনি আপোনাৰ সংগীক সুখী কৰিব পাৰে।

আপুনি জানেনে ডাৰ্ক চকলেটত ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে আপোনাৰ প্ৰেম জীৱন বৃদ্ধি কৰে, যাৰ বাবে মহিলাসকলে ইয়াক বিশেষভাৱে যৌন সম্পৰ্কৰ সময়ত ইমান ভাল পায়। ইয়াৰোপৰি কণীত ভিটামিন বি থাকে, যিয়ে মানসিক চাপৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু হৰম’নৰ মাত্ৰা বজাই ৰাখে, যি দুয়োটা যৌন স্বাস্থ্য বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও প্ৰজনন ক্ষমতাও বৃদ্ধি কৰে।

ইয়াৰোপৰি, এইক্ষেত্ৰত কেশৰ ফলপ্ৰসূ। ইয়াক গৰম পানীত ১৫ মিনিট তিয়াই তাৰ পিছত ভাতৰ লগত খাব পাৰে। ইয়াৰোপৰি নহৰু উত্তম। নহৰুত এলিচিন নামৰ যৌগ থাকে, যাৰ ফলত শৰীৰত তেজৰ সোঁত বৃদ্ধি পায়। গতিকে যেতিয়া পৰ্যাপ্ত পৰিমাণৰ তেজ যৌন অংগত উপনীত হ’ব তেতিয়া কামনাও বাঢ়িব।

(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। Asom Live 24 এই কথা নিশ্চিত কৰা নাই।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24health care
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাসক আৰু দৈৱসূত্ৰ
সমীক্ষণ (আলোচনী)

শাসক আৰু দৈৱসূত্ৰ

November 25, 2026
মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট
জীৱনশৈলী

মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

November 25, 2026
কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী
জীৱনশৈলী

কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

November 25, 2026
ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি
অসম

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

November 25, 2026
Next Post
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

"এক ফুল দো মালি!" জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.