বেয়া খবৰৰ মাজতে দেশবাসীলৈ আহিল ভাল খবৰ। আমেৰিকা, ফ্ৰান্সৰ সমান্তৰালত শক্তিশালী হৈছে ভাৰতো। প্ৰথমবাৰৰ বাবে ভাৰতে মুকলি কৰিলে সকলোতকৈ বৃহৎ এয়াৰ ক্ৰাফট।