বিগত ৪ বছৰত আটাইতকৈ বেছি সময়ৰ বাবে ইণ্টাৰনেট কটা দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। ইণ্টাৰনেট সেৱা মৌলিক অধিকাৰ বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ক’বলগীয়া হৈছে এইখন দেশত। তাৰ পাছতো ডিজিটেল ইণ্ডিয়াৰ এক অনাকাংক্ষিত অভিলেখ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















