• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
VALENTINE’S WEEK. কোনটো দিনত কি কাৰ্যসূচী?

VALENTINE’S WEEK. কোনটো দিনত কি কাৰ্যসূচী?

6 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

35 minutes ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

2 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

3 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

4 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

4 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

5 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

5 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

6 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

6 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

7 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

7 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

VALENTINE’S WEEK. কোনটো দিনত কি কাৰ্যসূচী?

editor by editor
February 5, 2021
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
VALENTINE’S WEEK. কোনটো দিনত কি কাৰ্যসূচী?
0
SHARES
332
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰেমৰ মাহ হিচাপে চিহ্নিত ফেব্ৰুৱাৰী। প্ৰেমিক-প্ৰেমিকাসকলে ফেব্ৰুৱাৰী মাহটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰয়। কাৰণ ফেব্ৰুৱাৰী মাহটোতেই ‘ভেলেণ্টাইনছ ৱিক’। ১৪ ফেব্ৰুৱাৰীক ‘ভেলেণ্টাইনছ ডে’ হিচাপে উদযাপন কৰে প্ৰেমিক-প্ৰেমিকাসকলে। ‘ভেলেণ্টাইনছ ৱিক’ত হৃদয়ত সাঁচি ৰখা মৰম-ভালপোৱাৰ অভিব্যক্তি ঘটে। আদান-প্ৰদান হয় চাৱনিৰ। ইজনে-সিজনক যাচে চেনেহ-ভালপোৱা-মৰম। ‘ভেলেণ্টাইনছ ৱিক’ৰ অনুভৱেই সুকীয়া। ‘ভেলেণ্টাইনছ ৱিক’ আৰম্ভ হয় ৭ ফেব্ৰুৱাৰীৰ পৰা।

ৰোজ ডে, প্ৰ’প’জ ডে, চক’লেট ডে, টেডী ডে, প্ৰমিজ ডে, হাগ ডে আৰু কিছ ডেৰ পাছতেই ভেলেণ্টাইনছ ডে।

ৰোজ ডেঃ ৭ ফেব্ৰুৱাৰীত ৰোজ ডে। ৰোজ ডেৰ দিনটোত প্ৰেমিক-প্ৰেমিকাই মৰমেৰে ইজনে সিজনক যাচে এপাহি ৰঙা গোলাপ।

প্ৰ’প’জ ডেঃ ৮ ফেব্ৰুৱাৰীত প্ৰ’প’জ ডে। এই দিনটো প্ৰেমিকযুগলৰ এটা বেলেগ দিন। ধকধককৈ কঁপি উঠা এখন হৃদয়, হাতত এটা গোলাপ আৰু মুখত ৩টা শব্দ- I LOVE YOU.

চক’লেট ডেঃ ৯ ফেব্ৰুৱাৰীত চক’লেট ডে। এই দিনটোত প্ৰেমিক-প্ৰেমিকাই ইজনে-সিজনেক চক’লেট যাচে- dairy milk, hershey’s cocoa, russel stover আৰু কত যে কি!

টেডী ডেঃ ১০ ফেব্ৰুৱাৰীত টেডী ডে। শৈশৱৰ স্মৃতি ৰোমন্থন কৰায় ১০ ফেব্ৰুৱাৰীয়ে। প্ৰেমিকে প্ৰেমিকাক যাচে টেডীবিয়েৰ অৰ্থাৎ পুতলা। কাৰণ পাছততো নিজেই হ’ব লাগিব পুতলা।

প্ৰমিজ ডেঃ ১১ ফেব্ৰুৱাৰীত প্ৰমিজ ডে। এই বিশেষ দিনটোত প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক দিয়ে পৰ্বতসম প্ৰতিশ্ৰুতি- যেনে ধৰক আকাশৰ জোন-বেলিটো ছিঙি অনা, আজীৱন কোনো যুৱতীলৈ কেৰাহিকৈও চকু নিদিয়া ইত্যাদি ইত্যাদি।

হাগ ডেঃ ১২ ফেব্ৰুৱাৰীত হাগ ডে। ইমানখিনি হ’ল যেতিয়া এই দিনটোত প্ৰেমিক-প্ৰেমিকাই হৃদয়ত জ্বলি থকা দকদকীয়া জুইকুৰা কিছু হ’লেও প্ৰশমিত কৰে। ইজনে-সিজনক জোৰকৈ সাবট মাৰি ধৰে।

কিছ ডেঃ ১৩ ফেব্ৰুৱাৰীত একেবাৰে আল্টিমেটটো। মানে কিছ ডে। ইজনে সিজনক একোটা তপত চুমা যাচে। এই চুমাটোৱে প্ৰেমিক-প্ৰেমিকাক একেবাৰে ওচৰ চপাই আনে।

ভেলেণ্টাইন ডেঃ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইনছ ডে। ‘ভেলেণ্টাইনছ ৱিক’ৰ শেষৰটো দিনলৈ প্ৰেমিকযুগল অধীৰ আগ্ৰেহেৰ বাট চাই থাকে। হোটেল, ৰেস্তোৰাঁ, পাৰ্ক, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ আছুতীয়া ঠাই… এইবোৰেই সেইদিনাৰ ঠিকনা। আৰু এটা প্ৰশ্ন ’Ll you BE MY VALENTINE?

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24ssam live 24valantain day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?
অসম

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

September 19, 2026
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?
বিনোদন

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
Next Post
এইবাৰ বিজেপিৰ টিকট ইমান সহজ নহয়

এইবাৰ বিজেপিৰ টিকট ইমান সহজ নহয়

ৰাজনীতিত কোনেও কাকো CARE নকৰে

ৰাজনীতিত কোনেও কাকো CARE নকৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.