• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL ২০২৫ৰ নিলামত কোন খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি, সৰ্বপ্ৰথমে হ’ব নিলাম! এই খেলুৱৈৰ নাম শীৰ্ষত

IPL ২০২৫ৰ নিলামত কোন খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি, সৰ্বপ্ৰথমে হ’ব নিলাম! এই খেলুৱৈৰ নাম শীৰ্ষত

1 year ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

10 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

10 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

10 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

11 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

12 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

12 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

13 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

15 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

16 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

17 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

17 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPL ২০২৫ৰ নিলামত কোন খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি, সৰ্বপ্ৰথমে হ’ব নিলাম! এই খেলুৱৈৰ নাম শীৰ্ষত

editor by editor
November 21, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
IPL ২০২৫ৰ নিলামত কোন খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি, সৰ্বপ্ৰথমে হ’ব নিলাম! এই খেলুৱৈৰ নাম শীৰ্ষত
0
SHARES
171
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPL ২০২৫ৰ নিলামত কোন খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি, সৰ্বপ্ৰথমে হ’ব নিলাম! এই খেলুৱৈৰ নাম শীৰ্ষত

শীঘ্ৰে আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ৰ বহু প্ৰত্যাশিত মেগা নিলাম। এই মেগা নিলাম চৌদি আৰৱৰ জেদ্দাৰ আবাদি আল জৱাহৰ এৰিনাত অনুষ্ঠিত হ’ব।

এই নিলাম ভাৰতৰ বাহিৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব। ইয়াৰ আগতে এবাৰ ডুবাইতো নিলাম অনুষ্ঠিত হৈছিল। মেগা নিলাম আৰম্ভ হোৱাৰ আগতে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে কোনজন খেলুৱৈ প্ৰথমে নিলাম হ’ব।

এইবাৰৰ মেগা নিলামত প্ৰথমে নিলাম কৰিব লগা খেলুৱৈসকলৰ ভিতৰত আছে ইংলেণ্ডৰ হোৱাইট বল ফৰ্মেটৰ অধিনায়ক জোছ বাটলাৰ, ভাৰতৰ শ্ৰেয়াছ আয়াৰ, ঋষভ পণ্ট আৰু আৰ্ছদীপ সিং, দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাদা আৰু অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰক সম্ভাৱ্য প্ৰতিদ্বন্দ্বী।

যিহেতু এই ছয়জন খেলুৱৈয়েই মাৰ্কি ছেট ১ৰ অংশ, সেয়েহে তেওঁলোকৰ এজনৰ নাম বেলটৰ পৰা বাছি লৈ নিবিদা আৰম্ভ কৰা হ’ব। গতিকে এই ছয়জন খেলুৱৈৰ ভিতৰত এজন খেলুৱৈয়ে মেগা নিলামত প্ৰথমে নিবিদা দিয়াৰ সম্ভাৱনা অতিশয় বেছি।

প্ৰথম অৱস্থাত আইপিএল ২০২৫ৰ মেগা নিলামত মুঠ ১৫৭৪গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত ৫৭৪ গৰাকী খেলুৱৈক এই নিলামৰ বাবে চৰ্টলিষ্ট কৰা হয়, য’ত ৩৬৬ গৰাকী ভাৰতীয় খেলুৱৈ আৰু ২০৮ গৰাকী বিদেশী খেলুৱৈ অন্তৰ্ভুক্ত কৰা হয়। এই নিলামত অংশগ্ৰহণ কৰিব ৩১৮ গৰাকী অনকেপড ভাৰতীয় খেলুৱৈ আৰু ১২ গৰাকী অনকেপড বিদেশী খেলুৱৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025cricketIndian Primer LeageiplIPL 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
বিৰল দৃশ্য, মাজত মাথো কেইটামান দিন, দেখা পোৱা যাব ‘কোল্ড মুন’

বিৰল দৃশ্য, মাজত মাথো কেইটামান দিন, দেখা পোৱা যাব 'কোল্ড মুন'

শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো

শ্বাহৰুখ খানক ধমকি দিয়া লোকৰ উদ্দেশ্য আছিল অন্যহে, পোহৰলৈ সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.