• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

4 months ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

3 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

4 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

5 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

6 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

6 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

7 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

8 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

10 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

10 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

editor by editor
December 17, 2025
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
0
SHARES
737
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

ইণ্ডিয়ান প্ৰিমিয়াৰ লিগ (আই পি এল) ২০২৬ৰ বাবে ইতিমধ্যে মিনি নিলাম অনুষ্ঠিত হৈ যায়। কালি ১৬ ডিচেম্বৰ তাৰিখে আবু ধাবীৰ এতিহাদ এৰিনাত অনুষ্ঠিত হৈছিল এই মিনি নিলাম। এই নিলামত মুঠ ৭৭ গৰাকী খেলুৱৈৰ ভাগ্য় নিৰ্ণয় হয়। বহু কেইগৰাকী নাম থকা খেলুৱৈ বিক্ৰী নোহোৱাকৈ থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ কেমৰণ গ্ৰীণক ২৫.২০ কোটি টকাত কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰি সবাতোকৈ দামী বিদেশী খেলুৱৈ হিচাপে ইতিহাস ৰচে। এইবাৰৰ নিলামত মুঠ ২১৫.৪৫ কোটি টকা খৰচ হয়।

পাছে এতিয়া প্ৰশ্ন এই মিনি নিলামৰ পাছত ২০২৬ আই পি এলৰ বাবে কোন দল সবাতোকৈ শক্তিশালী হিচাপে পোহৰলৈ আহিছে। মুঠ ১০ দলৰ ভিতৰত কোন দলৰ স্থিতি কি …

চেন্নাই ছুপাৰ কিংছৰ সম্পূৰ্ণ দল- ঋতুৰাজ গাইকোৱাড (অধিনায়ক), এম এছ ধোনী, শিৱম ডুবে, নূৰ আহমেদ, নাথান এলিছ, খলিল আহমেদ, অংশুল কামোজ, জেমী অভাৰটন, মুকেশ চৌধুৰী, গুৰজাপনীত সিং, দেৱাল্ড ব্ৰুইছ, আয়ুষ মাহত্ৰে, উৰভিল পেটেল, ৰামকৃষ্ণ ঘোষ, শ্রেয়াছ গোপাল, সঞ্জু চেমচন, প্ৰশান্ত বীৰ, কাৰ্তিক শৰ্মা, আকিল হুছেইন, মেট হেনৰী, ৰাহুল চহৰ, মেথিউ শ্বৰ্ট, সৰফৰাজ খান, জেক ফকছ, অমন খান।

মুম্বাই ইণ্ডিয়ানছৰ সম্পূৰ্ণ দল- হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, জস্প্ৰিত বুমৰাহ, তিলক বৰ্মা, ট্ৰেণ্ট ব’ল্ট, ৰিয়ান ৰিকেলটন, ৰবিন মিংছ, মিচেল ছাণ্টনাৰ, নমন ধীৰ, আল্লাহ গাজানফৰ, দীপক চহৰ, উইল জেকছ, কৰ্বিন বছ, ৰাজ অংগদ বাৱা, ৰঘু শৰ্মা, অশ্বিনী কুমাৰ, শ্বাৰদুল ঠাকুৰ, শ্বাৰফেন ৰাদাৰফোৰ্ড, মায়ংক মাৰ্কাণ্ডে, কুইণ্টন ডি কুক, অথৰ্ৱ অংকোলেকাৰ, মহম্মদ ইজহাৰ, ডেনিছ মালেৱাৰ, মায়ংক ৰাৱাট।

কলকাতা নাইট ৰাইডাৰ্ছৰ সম্পূৰ্ণ দল- সুনীল নাৰিন, ৰিংকু সিং, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, ৰমনদীপ সিং, অজিংক্যা ৰাহানে, অংকৃশ ৰঘুবংশী, মনীষ পাণ্ডে, অনুকুল ৰয়, ৰভমান পাৱেল, বৈভৱ অৰোৰা, উমৰাণ মালিক, কেমেৰন গ্ৰীণ, মথিছা পাথিৰানা, মুস্তাফিজুৰ ৰহমান, তেজস্বী সিং, ফিন এলেন, ৰাচিন ৰবিন্দ্ৰ, টিম ছেইফাৰ্ট, আকাশ দীপ, ৰাহুল ত্ৰিপাঠী, কাৰ্তিক ত্যাগী, দক্ষ কামৰা, সৰ্থক ৰঞ্জন, প্ৰশান্ত শোলংকি।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সম্পূৰ্ণ দল- ৰজত পাটিদাৰ (অধিনায়ক), বিৰাট কোহলী, ফিল ছল্ট, জিতেশ শৰ্মা, ক্ৰুনাল পাণ্ডিয়া, জোছ হেজলউড, যশ দয়াল, ভুৱনেশ্বৰ কুমাৰ, দেৱদত্ত পডিক্কাল, টিম ডেভিদ, ৰোমাৰিয়া শ্বেফাৰ্ড, জেকব বেথেল, নুৱান থুছাৰা, ৰসিক চালাম, স্বপ্নীল সিং, অভিনন্দন সিং, সুয়াশ শৰ্মা, ভেংকটেশ আয়েৰ, মংগেশ যাদৱ, জেকব ডাফী, জৰ্ডান কক্স, সাত্বিক দেৱাল, বিকি অষ্টৱাল, বিহান মালহোত্ৰা, কনিষ্ক চৌহান।

দিল্লী কেপিটেলছৰ সম্পূৰ্ণ দল- অক্ষৰ পেটেল (অধিনায়ক), কে এল ৰাহুল, কুলদীপ যাদৱ, মিচেল ষ্টাৰ্ক, ত্ৰিষ্টান ষ্টাবছ, টি নটৰাজন, মুকেশ কুমাৰ, অভিষেক পোৰেল, আশুতোষ শৰ্মা, সমীৰ ৰিজৱী, কৰুণ নায়ৰ, দুষমন্ত চমীৰা, অজয় ​​মণ্ডল, ত্ৰিপুৰানা বিজয়, মাধৱ তিৱাৰী, বিপ্ৰজ নিগম, নীতিশ ৰাণা, আকিব নবি দাৰ, পথুম নিছাংকা, ডেভিদ মিলাৰ, বেন ডাকেট, লুংগি ঙিদি, কাইল জেমিছন, পৃথ্বী শ্ব’, চাহিল পাৰাখ।

ৰাজস্থান ৰয়েলছৰ সম্পূৰ্ণ দল- যশস্বী জয়ছোৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, শ্বিমৰন হেটমাইৰ, জোফ্ৰা আৰ্চাৰ, সন্দীপ শৰ্মা, তুষাৰ দেশপাণ্ডে, কুৱেনা ম্ফাকা, নন্দ্ৰে বাৰ্গাৰ, শুভম ডুবে, বৈভৱ সূৰ্য্যবংশী, লুয়ান-ড্ৰে প্ৰেট’ৰিয়াছ, যুধবীৰ সিং চৰাক, ৰবীন্দ্ৰ জাদেজা, সমকৰাণ, ডোনোভান ফেৰেইৰা, ৰবি বিষ্ণোই, আদম মিলনে, ৰবি সিং, সুশান্ত মিশ্ৰ, কুলদীপ সেন, বিগনেশ পুথুৰ, যশ ৰাজ পুঞ্জা, অমন ৰাও পেৰালা, ব্রিজেশ শৰ্মা।

গুজৰাট টাইটানছৰ সম্পূৰ্ণ দল- শুবমান গিল (অধিনায়ক), ৰছিদ খান, ছাই সুদৰ্শন, জোছ বাটলাৰ, মহম্মদ চিৰাজ, কাগিছো ৰাবাদা, প্ৰসিধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ, ৰাহুল তেৱতিয়া, শ্বাহৰুখ খান, আৰ ছাই কিশোৰ, মানৱ সুথাৰ, অনুজ ৰাৱত, কুমাৰ কুশাগ্ৰা, নিশান্ত সিন্ধু, আৰ্শ্বদ খান, ইশান্ত শৰ্মা, জয়ন্ত যাদৱ, গুৰনুৰ সিং ব্ৰাৰ, গ্লেন ফিলিপছ, জেছন হোল্ডাৰ, টম বেণ্টন, অশোক শৰ্মা, লুক উড, পৃথ্বী ৰাজ ইয়াৰ্ৰা।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সম্পূৰ্ণ দল- পেট কামিন্স (অধিনায়ক), হাইনৰিচ ক্লাচেন, অভিষেক শৰ্মা, ট্ৰেভিছ হেড, নীতিশ কুমাৰ ৰেড্ডী, হৰ্শাল পেটেল, ঈশান কিষাণ, জয়দেৱ উনাদকট, ব্ৰাইডন কাৰ্ছে, কামিন্দু মেণ্ডিছ, ঈশান মালিংগা, অনিকেত ভাৰ্মা, আৰ স্মৰণ, হৰ্ষ ডুবে, জিশ্বন আনছাৰী, লিয়াম লিভিংষ্টন, জেক এডৱাৰ্ডছ, চেলেল অৰোৰা, শিৱম মাভি, শিৱাং কুমাৰ, ক্ৰেন্স ফুলেত্ৰ, প্ৰফুল্ল হিংগে, অমিত কুমাৰ, ওমকাৰ তাৰমালে, চাকিব হুছেইন।

পঞ্জাব কিংছৰ সম্পূৰ্ণ দল- শ্ৰেয়াছ আয়াৰ (অধিনায়ক), আৰ্শদীপ সিং, যুজবেন্দ্ৰ চাহাল, মাৰ্কাছ ষ্টয়নিছ, প্ৰভচিমৰন সিং, শশাংক সিং, মাৰ্কো জান্সেন, লকি ফাৰ্গুচন, আজমতুল্লাহ উমৰজাই, হৰপ্ৰীত ব্ৰাৰ, নেহাল ৱাধেৰা, মুছিৰ খান, প্ৰিয়ংশ আৰিয়া, বিষাক বিজয়কুমাৰ, জেভিয়াৰ বাৰ্টলেট, যশ থাকুৰ, পাইলা অবিনাশ, হৰনূৰ পান্নু, সূৰ্য্যংশ শ্বেড, মিচেল ওৱেন, বেন দ্বাৰশ্বুইছ, কুপাৰ কনলি, প্ৰবীণ ডুবে, বিশাল নিছাদ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সম্পূৰ্ণ দল- ঋষভ পন্ত (অধিনায়ক), নিকোলাছ পুৰাণ, মায়ংক যাদৱ, মিচেল মাৰ্ছ, আইডেন মাৰ্কৰাম, আব্দুল ছামাদ, আয়ুছ বদোনি, আৱেশ খান, মহছিন খান, শ্বাহবাজ আহমেদ, এম সিদ্ধাৰ্থ, মেথিউ ব্ৰীট্জকে, আৰ্শিন কুলকাৰ্ণী, হিম্মৎ সিং, আকাশ সিং, দিগবেশ ৰাতি, প্ৰিন্স যাদৱ, মহম্মদ শামী, অৰ্জুন টেণ্ডুলকাৰ, জোছ ইংলিছ, ৱানিন্দু হাছাৰংগা, অনৰিচ নৰ্খিয়া, মুকুল চৌধুৰী, অক্ষত ৰঘুবংশী, নমন তিৱাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: auctioniplIPL 2026IPL mini Auction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
Next Post
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.