• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ১৭০০ টকাত ফুৰি আহক বৈষ্ণোদেৱী, লগতে পাব ফাইভ ষ্টাৰ হোটেলত থকাৰ সুবিধা, কোনে দিছে এই সুবিধা?

মাত্ৰ ১৭০০ টকাত ফুৰি আহক বৈষ্ণোদেৱী, লগতে পাব ফাইভ ষ্টাৰ হোটেলত থকাৰ সুবিধা, কোনে দিছে এই সুবিধা?

2 years ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

46 minutes ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

58 minutes ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

1 hour ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

2 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

2 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

3 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

3 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

4 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

5 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

6 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

7 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ১৭০০ টকাত ফুৰি আহক বৈষ্ণোদেৱী, লগতে পাব ফাইভ ষ্টাৰ হোটেলত থকাৰ সুবিধা, কোনে দিছে এই সুবিধা?

মাত্ৰ ১৭০০ টকাত ফুৰি আহক বৈষ্ণোদেৱী, লগতে পাব ফাইভ ষ্টাৰ হোটেলত থকাৰ সুবিধা, কোনে দিছে এই সুবিধা?

editor by editor
December 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাত্ৰ ১৭০০ টকাত ফুৰি আহক বৈষ্ণোদেৱী, লগতে পাব ফাইভ ষ্টাৰ হোটেলত থকাৰ সুবিধা, কোনে দিছে এই সুবিধা?
0
SHARES
373
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্ডিয়ান ৰে’লৱেৰ কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেছন IRCTCয়ে বৈষ্ণোদেৱী দৰ্শনলৈ যোৱা ভক্তসকলৰ বাবে আনিছে ভাল অফাৰ৷ বিশেষকৈ মধ্যবিত্তসকলৰ বাবে৷ সম্পূৰ্ণ এচি ত ভ্ৰমণ, ব্ৰেকফাষ্টসহ পঞ্চতাৰকা হোটেলত থকাৰ সুবিধাও পাব ভক্তই৷ ইয়াৰ বাবে ভক্তই দিব লাগিব মাত্ৰ ১৭০০ টকা৷ ট্ৰেইনখনে ২৪ ডিচেম্বৰত দিল্লীৰ পৰা যাত্ৰা কৰিব৷

IRCTCয়ে বৈষ্ণো দেৱী দৰ্শনৰ সৈতে জম্মু আৰু কাশ্মীৰ ফুৰাৰো সুবিধা দিব৷ সম্পূৰ্ণ পেকেজটো হ’ব তিনি নিশা আৰু ৪ দিনৰ৷ ট্ৰেইনখনে ২৪ তাৰিখে নিশা দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব৷ দিল্লীৰ পৰা প্ৰথমে যাব জম্মু কাশ্মীৰ৷ ইয়াৰপাছতেই যাত্ৰীসকলৰ খোৱা, থকা আৰু স্থানীয় চাইড চিনৰ বাবে চিন্তা কৰিব নালাগে৷ সকলো সুবিধাই প্ৰদান কৰিব IRCTCয়ে৷

পঞ্চতাৰকা হোটেলত থকাৰ ব্যৱস্থাও তেওঁলোকে কৰি দিব৷ ইয়াৰবাবে অৱশ্যে খৰচ পৃথক হ’ব৷ ৬৭৯৫ টকা দি তিনিজন ব্যক্তিয়ে এটা ৰুম ল’ব পাৰে৷ ইয়া সকলোতকৈ কম ব্যয়বহুল বিকল্প৷ এজন যাত্ৰীৰ প্ৰতিদিনে প্ৰায় ১৭০০ টকা খৰচ হ’ব এই যাত্ৰাত৷ কোনোৱে যদি এটা ৰুমত দুজন থাকিব খোজে তেন্তে তেওঁলোকে দিব লাগিব ৭,৮৫৫টকা৷

অন্য কোনো ব্যক্তিৰ সৈতে কোনোৱে ৰুম ভগাই ল’লে এই খৰচ পৰিব ১,৩৯৫টকা৷ যদি আপোনাৰ ৫ৰ পৰা ১১ বছৰীয়া কোনো শিশু আছে তেন্তে শিশুৰ বাবেও বিচনা দিয়া হ’ব তেতিয়া খৰচ পৰিব ৬,১৬০ টকা৷ শিশুৰ বাবে বিচনা নললে খৰচ পৰিব প্ৰায় ৫,১৪৫ টকা৷

২৪ ডিচেম্বৰত নিশা ৮.৪০ মিনিটত যাত্ৰা আৰম্ভ কৰা ট্ৰেইনখনে পিছদিনা পুৱা ৫বজাত জম্মুত উপস্থিত হ’ব৷ ষ্টেচনৰ কাষতেই থাকিব বাহনৰ সুবিধা৷ যাত্ৰীসকলক তাৰপৰা লৈ যোৱা হ’ব কাটৰালৈ৷ তাতেই যাত্ৰীসকলক সৰস্বতী ভৱনত গৈ এটা ট্ৰেভেল শ্লিপ পাব৷ ইয়াৰপাছতেই হোটেলৰ চেক ইন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব৷ পুৱাই টিফিন খোৱাই যাত্ৰীসকলক লৈ যোৱা হ’ব বন গংগালৈ৷ তাতেই ঘোঁৰাত বা খোজ কাঢ়ি পাহাৰ বগাব পাৰে৷ নিশা আকৌ হোটেললৈ লৈ অহা হ’ব ভক্তক৷ নিশাৰ খাদ্য খোৱাৰ সুবিধাও হোটেলত থাকিব৷ জম্মু ফুৰাৰ পাছৰ দিনা দুপৰীয়া ১২ বজাত চেক আউট হ’ব৷ বাছত জম্মুলৈ লৈ যোৱা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা
ভাৰত

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি
প্ৰযুক্তি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

August 11, 2026
Next Post
জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?

জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?

প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ

প্ৰযুক্তিগত ত্ৰুটি নাছিল! অৱশেষত সন্মুখলৈ আহিল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.