• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

1 year ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

17 minutes ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

2 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

2 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

2 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

3 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

3 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

4 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

5 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

6 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

7 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

7 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

editor by editor
June 12, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

ভাৰতীয় ৰেলৱেই ১১ জুন বুধবাৰে তৎকালীন টিকট বুকিং ব্যৱস্থাত কেইবাটাও সংশোধনীৰ কথা ঘোষণা কৰে। নতুন বিধানত অনলাইন তৎকালীন বুকিঙৰ বাবে আধাৰ ভিত্তিক পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে। অৰ্থাৎ আই আৰ চি টি চি এপত আধাৰ লিংক নথকাসকলে তৎকালীন টিকট বুকিং কৰিব নোৱাৰিব।

ৰে’ল মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে ইয়াৰ উদ্দেশ্য হৈছে সকলোৰে বাবে তৎকালীন টিকটৰ সমান সুবিধা নিশ্চিত কৰা আৰু অপব্যৱহাৰ ৰোধ কৰা।

লগতে ইয়াকো কয় যে, ‘১ জুলাইৰ পৰা আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইট আৰু মোবাইল এপৰ জৰিয়তে বুকিং কৰা তৎকালীন টিকট কেৱল আধাৰ প্ৰমাণিত ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ হ’ব।’ একে সময়তে অহা ১৫ জুলাইৰ পৰা অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক হ’ব।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা পোষ্টত লিখে, ‘তৎকালীন টিকটিং প্ৰকৃত ব্যৱহাৰকাৰীৰ বাবে অধিক সুলভ কৰি তোলা হৈছে। ২০২৫ চনৰ ১ জুলাইৰ পৰা IRCTC-website/app ৰ জৰিয়তে তৎকাল বুকিঙৰ অনুমতি কেৱল আধাৰ প্ৰমাণীকৃত ব্যৱহাৰকাৰীৰ বাবেহে।

তৎকালীন টিকট বুকিং ব্যৱস্থাত কৰা সংশোধনীৰ জৰিয়তে এতিয়া অবৈধ আৰু ভুৱা আইডি থকা ব্যৱহাৰকাৰীক ৰোধ কৰিব পৰা যাব। লগতে এজেন্ট সন্দৰ্ভত লোৱা সিদ্ধান্তই যাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian RailwayNew RuleRail TicketRailway Ministry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?
অসম

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

September 16, 2026
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
Next Post
মংগলসূত্ৰই ফাদিল কৰিলে সকলো ৰহস্য, মেঘালয় আৰক্ষীয়ে জনালে ঘটনাৰ বহু তথ্য

মংগলসূত্ৰই ফাদিল কৰিলে সকলো ৰহস্য, মেঘালয় আৰক্ষীয়ে জনালে ঘটনাৰ বহু তথ্য

আন এক সোনম কাণ্ড, বিবাহৰ ২০ দিন পাছতে পত্নীয়ে প্ৰাণ কাঢ়িলে স্বামীৰ

আন এক সোনম কাণ্ড, বিবাহৰ ২০ দিন পাছতে পত্নীয়ে প্ৰাণ কাঢ়িলে স্বামীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.