• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

8 months ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

6 minutes ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

31 minutes ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

46 minutes ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

1 hour ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

2 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

4 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

4 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

5 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

5 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

6 hours ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

editor by editor
January 27, 2026
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?
0
SHARES
413
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছাইবাৰ অপৰাধীসকলৰ পৰা সাৱধানে থাকিবলৈ ফোনৰ ছেটিংছ যিমানেই সলনি নকৰক কিয়, কিন্তু জানেনে আপোনাৰ ব্যক্তিগত কাৰ্যকলাপত নজৰ ৰাখিছে গুগলে৷ দৈনিক আপুনি কাৰ সৈতে কথা পাতিছে, ইণ্টাৰনেটত কি কি বিচাৰিছে, আনকি আপোনাৰ ফোনৰ তালিকাত কাৰ কাৰ নম্বৰ সংৰক্ষিত আছে সেই বিস্তাৰিত তথ্য জমা আছে গুগলৰ হাতত৷ আপোনাৰ ফোনৰ পৰা ব্যক্তিগত তথ্য নিজৰ নজৰদাৰিত ৰাখিছে গুগলে৷ কি কি তথ্য গুগলে নিজৰ হাতত ৰাখিছে?

ফোনৰ কি কি তথ্য পঢ়ি পেলাই গুগলে?

ফোনত থকা ব্যক্তিগত তথ্য কেৱল পঢ়াই নহয় সেয়া নিজৰ ওচৰত সংৰক্ষণ কৰি ৰাখে গুগলে৷  কি কি সেই তথ্য?

১. ইউটিউবত দৈনিক কি কি ভিডিঅ’ বা ৰিল চাইছে বা চাৰ্ছ কৰিছে সকলোবোৰ গুগলৰ ওচৰত সংৰক্ষিত আছে৷

২. প্ৰতিদিনে কি কি ৱেবচাইটত ভুমুকি মাৰিছে সেয়া কিমান সময় আপুনি চাইছে বা ডাউনলোড কৰিছে সকলো খবৰ ৰাখে গুগলে৷

৩. আপোনাৰ অৱস্থানো নজৰত ৰাখে গুগলে৷ আপুনি এই মুহূৰ্তত ক’ত আছে, পূৰ্বে ক’ত আছিল, কোন কোন স্থানত ঘূৰাফুৰা কৰি আছে সকলোবোৰ জানে গুগলে৷ আনকি জি পি এছ ব্যৱহাৰ নকৰিলেও আই পি এড্ৰেছ বা ৱাইফাই সংযুক্তিৰ পৰাও গুগলে তথ্য বাহিৰ কৰি লয়৷

৪. জিমেইলত থকা যাৱতীয় মেইল, ফোন নম্বৰৰ তালিকাও গুগলৰ হাতত থাকে৷

৫. ইণ্টাৰনেটত দৈনিক কি চাইছে সেই তথ্য, আনকি ভয়েছ কমাণ্ডাৰ ৰেকৰ্ডিঙো সংৰক্ষিত আছে গুগলৰ ডাটা ছাৰ্ভাৰত৷

তথ্য সুৰক্ষিত ৰখাৰ উপায় কি?

ফোনৰ ছেটিংচ অপচনত গৈ গুগল টেপ কৰক৷ তাৰ পৰাই মেনেজ ইয়োৰ গুগল একাউণ্টলৈ যায়৷ ডাটা প্ৰাইভেচি বুলি এটা অপছন আছে তাতেই গৈ দেখা পাব আপোনাৰ ইণ্টাৰনেট আৰু এপ, লোকেচন আৰু ইউটিউবৰ তথ্য চাই গুগলে৷ প্ৰতিটো অপচন খুলি সেইসমূহ টাৰ্ন অফ কৰি দিয়ক৷

গুগলে যাতে আপোনাৰ ব্যক্তিগত তথ্য নিজৰ ওচৰত ৰাখিব নোৱাৰে তাৰ বাবে অটো ডিলিট অপছন অন ৰাখক৷ সময়সীমা ৩মাহ ৰাখক৷ ইয়াৰ ফলত ৩মাহৰ পাছে পাছে ডাটাসমূহ নিজেই ডিলিট হৈ পৰিব৷ ডাটা প্ৰাইভেছি অপচনলৈ গৈ মাই এড চেণ্টাৰলৈ যাওক আৰু সেয়া বন্ধ কৰি দিয়ক৷ আপুনি ইণ্টাৰনেটত কি কি চাইছে সেয়া জানিব নোৱাৰে গুগলে আৰু সেই সম্পৰ্কিত বিজ্ঞাপনো আপোনাক নেদেখুৱাই৷

ফোনৰ ছেটিংছলৈ গৈ এপ অপশ্ব্যনত যাওক৷ জানি থওক কোন এপে আপোনাৰ কেমেৰা, মাইক্ৰফোন বা লোকেচন ব্যৱহাৰ কৰি আছে৷ সেইসমূহ বন্ধ কৰি দিয়ক৷ গুগল মেপ ব্যৱহাৰ কৰাৰ সময়তো ইনকগনিটো মোড অন কৰি ৰাখক৷ যাতে আপোনাৰ অৱস্থান গুগলে নিজৰ চাৰ্ভাৰত ৰাখিব নোৱাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত
জীৱনশৈলী

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

September 17, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বুধবাৰে ব্ৰহ্মা যোগৰ প্রভাৱ, গণপতিৰ কৃপাত বৃহৎ উন্নতিৰ যোগ এই ৫ৰাশিৰ

এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

এপ্ৰিলত ভাগ্য ঘূৰিব, শনিৰ কৃপাত ৰজা হ’ব ৩ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.