• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি ক্ৰয় কৰা ঔষধ আচল নে নকল? QRকোড স্কেন কৰিয়েই লাভ কৰিব পাৰিব তথ্য, কিন্তু কেনেকৈ?

আপুনি ক্ৰয় কৰা ঔষধ আচল নে নকল? QRকোড স্কেন কৰিয়েই লাভ কৰিব পাৰিব তথ্য, কিন্তু কেনেকৈ?

3 years ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

15 minutes ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

36 minutes ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

1 hour ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

2 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

3 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

3 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

3 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

5 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

8 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

8 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

9 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আপুনি ক্ৰয় কৰা ঔষধ আচল নে নকল? QRকোড স্কেন কৰিয়েই লাভ কৰিব পাৰিব তথ্য, কিন্তু কেনেকৈ?

editor by editor
August 2, 2023
in বিবিধ, ভাৰত, স্বাস্থ্য
0
আপুনি ক্ৰয় কৰা ঔষধ আচল নে নকল? QRকোড স্কেন কৰিয়েই লাভ কৰিব পাৰিব তথ্য, কিন্তু কেনেকৈ?
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপুনি ক্ৰয় কৰা ঔষধবিধ আচল নে নকল কেনেকৈ জানিব? কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে প্ৰায় ৩০০ ঔষধৰ ওপৰত কিউআৰ কোড লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত ১ আগষ্ট ২০২৩ৰ পৰা কাৰ্যকৰী হ’ব।

এই কোড টো লগোৱাটো বাধ্যতামূলক হ’ব
ভাৰতৰ ড্ৰাগছ কণ্ট্ৰোল জেনেৰেলে ফাৰ্মা কোম্পানীবোৰক ঔষধৰ ওপৰত কিউআৰ কোড বা বাৰ কোড লগোৱাৰ কঠোৰ নিৰ্দেশ দিছে কেন্দ্ৰই। এই কোড ৰখাটো সকলোৰে বাবে বাধ্যতামূলক। এই কোড স্কেন কৰি, যিকোনো ব্যৱহাৰকাৰীয়ে ঔষধটোৰ নিৰ্মাণ আৰু ম্যাদ উকলি যোৱা তাৰিখৰ বিষয়ে সবিশেষ লাভ কৰিব।

ভুৱা ঔষধৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা
কেন্দ্ৰীয় চৰকাৰে দেশত বৃদ্ধি হোৱা ভুৱা ঔষধৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ এই পন্থা হাতত লৈছে। বিগত বৰ্ষৰ নৱেম্বৰ মাহতে এই পদক্ষেপ লোৱাৰ কথা অৱগত কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

ঔষধ আৰু প্ৰসাধন আইন ১৯৪০ৰ সংশোধন
চৰকাৰে ঔষধ আৰু প্ৰসাধন আইন ১৯৪০ৰ সংশোধন কৰিছে আৰু ইয়াৰ জৰিয়তে, ফাৰ্মাচিউটিকেল কোম্পানীবোৰে তেওঁলোকৰ ব্ৰেণ্ডত এইচ2/কিউআৰ কোড স্থাপন কৰাটো বাধ্যতামূলক কৰিছে।

কোনবোৰ ঔষধত কিউআৰ কোড থাকিব?
৩০০টা ঔষধৰ ব্ৰেণ্ডত লগোৱা হ’ব কিউআৰ কোড। এই ঔষধসমূহৰ ভিতৰত আছে এলেগ্ৰা, শ্বেলকেল, কেলপোল, ড’ল আৰু মেফটেলৰ দৰে ঔষধৰ ওপৰত লগোৱা হ’ব এই কিউআৰ কোড। ডি চি জি আইয়ে ফাৰ্মাচিউটিকেল কোম্পানীবোৰক নিৰ্দেশ দিছে যে, কোড বা কিউআৰ কোড নলগালে জৰিমনা বিহিব কেন্দ্ৰই।

কিউআৰ কোডৰ পৰা কি লাভালাভ হ’ব?

কিউআৰ কোডৰ জৰিয়তে, ঔষধটোৰ সঠিক আৰু জেনেৰিক নাম, ব্ৰেণ্ড নাম, নিৰ্মাতাৰ নাম আৰু ঠিকনা, বেচ নম্বৰ, নিৰ্মাণ তাৰিখ, ঔষধৰ ম্যাদ উকলি যোৱা তাৰিখ আৰু নিৰ্মাতাৰ অনুজ্ঞা নম্বৰ লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন
বিনোদন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

August 24, 2026
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

August 24, 2026
Next Post
বিল গেটছৰ এই টিপছসমূহ মানি চলিলেই জীৱনত সফলতা লাভ কৰিব আপুনি

বিল গেটছৰ এই টিপছসমূহ মানি চলিলেই জীৱনত সফলতা লাভ কৰিব আপুনি

শ্ৰী কৃষ্ণ ৰুক্মিনীৰ প্ৰেম বিবাহ হৈছিলনে? সেই বিবাহ সঁচাকৈয়ে লাভ জেহাদ আছিল নেকি?

শ্ৰী কৃষ্ণ ৰুক্মিনীৰ প্ৰেম বিবাহ হৈছিলনে? সেই বিবাহ সঁচাকৈয়ে লাভ জেহাদ আছিল নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.