• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত ঈশানৰাজ! তৃতীয় এদিনীয়াত বাংলাদেশৰ বিৰুদ্ধে ডাবল চেঞ্চুৰী কোবাই চৰ্চাত ঈশান…

বাংলাদেশত ঈশানৰাজ! তৃতীয় এদিনীয়াত বাংলাদেশৰ বিৰুদ্ধে ডাবল চেঞ্চুৰী কোবাই চৰ্চাত ঈশান…

4 years ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

1 hour ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

1 hour ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

11 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

11 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

12 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

12 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

13 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

13 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

14 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

15 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বাংলাদেশত ঈশানৰাজ! তৃতীয় এদিনীয়াত বাংলাদেশৰ বিৰুদ্ধে ডাবল চেঞ্চুৰী কোবাই চৰ্চাত ঈশান…

editor by editor
December 10, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
বাংলাদেশত ঈশানৰাজ! তৃতীয় এদিনীয়াত বাংলাদেশৰ বিৰুদ্ধে ডাবল চেঞ্চুৰী কোবাই চৰ্চাত ঈশান…
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ডাবল চেঞ্চুৰী কৰিলে ঈশান কিষানে। ৰোহিত শৰ্মাৰ পৰিবৰ্তে এই মেচত অপেনাৰ হিচাপে নামিছিল ঈশান। প্ৰথম মেচতেই সুযোগৰ সদব্যৱহাৰ কৰি সকলোৰে দৃষ্টি কাঢ়িলে ঈশানে। ২১০ ৰান কৰি আউট হয় ঈশান। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ ৰেকৰ্ড আছিল ৰোহিত শৰ্মাৰ। ৰোহিতে শ্ৰীলংকাৰ বিৰুদ্ধে হোৱা মেচত ২৬৮ ৰান কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়াভাৱে চট্টগ্ৰামত অনুষ্ঠিত বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ইতিহাস ৰচিলে ঈশানে। বিস্ফোৰক বেটিঙেৰে ডাবল চেঞ্চুৰী কোবাই ঈশানে। খেলখনত ঈশানে ২৩ টা বাউণ্ডেৰী আৰু ৯ টা ছিক্স কোবাই। এদিনীয়া ক্ৰিকেটত ডাবল চেঞ্চুৰী কৰা ঈশান চতুৰ্থজন ভাৰতীয় বেটাৰ। ইয়াৰপূৰ্বে ৰোহিত শৰ্মা, শচিন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগে এই ৰেকৰ্ড গঢ়িছিল।

১২৬ টা বলত এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ঈশানে। মুঠ ১৩১ টা বলত ২৪ টা বাউণ্ডেৰী আৰু ১০ টা ছিক্স কোবাইছে ঈশানে। অৱশেষত তাছকিন আহমেদৰ বলত আউট হয় ঈশান। দ্বিতীয় এদিনীয়া মেচত বাওঁ হাতৰ বুঢ়া আঙুলিত আঘাত পোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা অপেনাৰ ৰোহিত শৰ্মাই খেলত তৃতীয় এদিনীয়াত ভাগ ল’ব পৰা নাছিল। তেওঁ ইতিমধ্যেই চিকিৎসাৰ বাবে মুম্বাইলৈ যাত্ৰা কৰিছে।

ৰোহিত উপস্থিত নথকাৰ বাবে তৃতীয় এদিনীয়াত অপেনাৰ হিচাপে নামিছিল ঈশান কিষান। ৰোহিতৰ অনুপস্থিতিত কে এল ৰাহুলে টছ কৰাৰ সময়ত জনায় যে ৰোহিতৰ ঠাইত অপেনাৰ হিচাপে ঈশান কিষান থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
Next Post
অশিক্ষিত ৰাজনীতিবিদ আমাৰ দেশতেই সৰ্বাধিক নে? অষ্টম শ্ৰেণীৰ পৰীক্ষাত বহিল সকলো সাংসদ, ফলাফল শুনিলে আপুনিও হ’ব সচকিত…

অশিক্ষিত ৰাজনীতিবিদ আমাৰ দেশতেই সৰ্বাধিক নে? অষ্টম শ্ৰেণীৰ পৰীক্ষাত বহিল সকলো সাংসদ, ফলাফল শুনিলে আপুনিও হ’ব সচকিত...

সামুদ্ৰিক বতাহে উৰুৱাইছে চুলি! নিয়ন কালাৰ ড্ৰেছত, ক’ত প্ৰমোদবিলাসত ব্যস্ত শ্ৰীদেৱীৰ কন্যা জাহ্নৱী?

সামুদ্ৰিক বতাহে উৰুৱাইছে চুলি! নিয়ন কালাৰ ড্ৰেছত, ক’ত প্ৰমোদবিলাসত ব্যস্ত শ্ৰীদেৱীৰ কন্যা জাহ্নৱী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.