• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ ২০০ জনীয়া মুছলমানৰ : লুটি নিলে মূল্যৱান সামগ্ৰী!

বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ ২০০ জনীয়া মুছলমানৰ : লুটি নিলে মূল্যৱান সামগ্ৰী!

5 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

8 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

8 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

9 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

9 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

10 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

11 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

11 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

12 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

13 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

14 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

14 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ ২০০ জনীয়া মুছলমানৰ : লুটি নিলে মূল্যৱান সামগ্ৰী!

editor by editor
March 18, 2022
in অপৰাধ, বিশ্ব, ভাৰত
0
বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ ২০০ জনীয়া মুছলমানৰ : লুটি নিলে মূল্যৱান সামগ্ৰী!
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশৰ ঢাকাস্থিতি ৰাধাকান্ত ইস্কন মন্দিৰত পুনৰ আক্ৰমণ সংঘটিত হৈছে৷ বৃহস্পতিবাৰে নিশা ইছলাম ধৰ্মাৱলম্বী প্ৰায় ২০০ জনীয়া এটা দলে হিন্দু মন্দিৰটোত ধ্বংসলীলা চলায়৷

প্ৰকাশিত খবৰ অনুসৰি বাংলাদেশৰ হাজী শ্বফিউল্লাহৰ নিৰ্দেশত ১৫০ৰ পৰা ২০০ জনীয়া এটা বৃহৎ দলে মন্দিৰটোত ধ্বংসলীলা চলায়৷ দলটোৱে মন্দিৰৰ মূৰ্তিটোক ধ্বংস কৰাৰ লগতে বিভিন্ন মূল্যৱান সম্পত্তি লুটপাত কৰে৷

আনহাতে, দলটোৰ আক্ৰমণত মন্দিৰ পূজাৰী ক্ৰমে সুমনত্ৰ চন্দ্ৰ শ্ৰাৱণ, নিহাৰ হালডাৰ আৰু ৰাজীৱ ভদ্ৰা আহত হৈছে৷ ইফালে মন্দিৰটোৰ পূজাৰীয়ে আক্ৰমণ সন্দৰ্ভত স্থানীয় আৰক্ষীক খবৰ দিলেও কোনো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷

লগতে পঢ়ক ৰাছিয়াৰ সৈতে বন্ধুত্বৰ সুফল; ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত লাভ কৰিছে খাৰুৱা তেল!

ইতিমধ্যে মন্দিৰটোত সংঘটিত আক্ৰমণৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ টুইটাৰ ভিডিঅ’টো শ্বেয়াৰ কৰি এটা টুইটাৰ হেণ্ডলত কোৱা হৈছে, ‘‘ঢাকাৰ ৰাধাকান্ত ইস্কন মন্দিৰত আক্ৰমণ কৰা হৈছে৷ পূজাৰীয়ে আক্ৰমণ সন্দৰ্ভত আৰক্ষীক খবৰ দিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থাত লোৱা নাই৷’’ টুইটটোত লগতে লিখা হৈছে যে আক্ৰমণকাৰীয়ে ‘আল্লাহ হু আকবৰ’ৰ ধ্বনিও দিছে৷

উল্লেখ্য যে বিগত বৰ্ষৰ দুৰ্গা পূজাৰ সময়তো বাংলাদেশৰ হিন্দু মন্দিৰসমূহত কট্টৰ ইছলামিক লোকে আক্ৰমণ কৰি ধ্বংসলীলা চলাইছিল৷ দেশখনত সেই সময়ত হিন্দু সাম্প্ৰদায়িক হিংসা বিশেষকৈ হিন্দু লোকৰ ওপৰতো আক্ৰমণ সংঘটিত হৈছিল৷ কে’বাদিনো চলা সেই কে’বাজনো লোক হতাহতি হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHindu Temple vandalised in BangladeshHindu Temple vandalised in Dhaka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

পিতৃৰে সম্পৰ্ক নৰখা কন্যাই পিতৃৰ সম্পত্তিৰ পৰা হ’ব বঞ্চিত!

পিতৃৰে সম্পৰ্ক নৰখা কন্যাই পিতৃৰ সম্পত্তিৰ পৰা হ’ব বঞ্চিত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.