• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

2 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

13 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

14 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

16 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

17 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

18 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

18 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

19 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

editor by editor
November 10, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধ কমাৰ কোনো লক্ষণেই নাই। ইজৰাইল-হামাছ যুদ্ধৰ ৩৫ দিন সম্পূৰ্ণ হৈছে। গাজাত এতিয়াও অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ। যিমানেই দিন পাৰ হৈছে সিমানেই মৃতকৰ সংখ্যাও বৃদ্ধি হৈছে। পেলেষ্টাইনৰ গাজা চহৰ বিগত ৩৫ দিনতেই চাৰখাৰ। ইজৰাইল সেনাৰ আক্ৰমণত পিছুৱাই যোৱা নাই হামাছো। বুধবাৰেও গাজাত ব্যাপকভাৱে আক্ৰমণ চলাইছে ইজৰাইলী সেনাই। গাজা উপত্যকাৰ উত্তৰাঞ্চলৰ জাবালিয়া আশ্ৰয় শিবিৰ আৰু পশ্চিমাঞ্চলৰ ছাবৰাত বহু মানুহৰেই মৃত্যু হোৱাৰ খবৰ বিভিন্ন সংবাদমাধ্যমে প্ৰকাশো কৰিছে।

আল জাজিৰাৰ এক প্ৰতিবেদনত প্ৰকাশ কৰামতে, গাজাৰ সকলোতকৈ ডাঙৰ হাস্পতাল আল শেফাত বৃহস্পতিবাৰে গভীৰ নিশা ইজৰাইলী সেনাই আক্ৰমণ চলাইছে। হাস্পতালত আক্ৰমণ চলাইছে ইজৰাইলী সেনাই। এই আক্ৰমণত ৬জন লোক নিহত হোৱাৰ খবৰো প্ৰকাশ কৰিছে আলজাজিৰাই। মৃতকৰ সংখ্যা আৰু বৃদ্ধিও হ’ব পাৰে। পেলেষ্টাইন স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি হাজাৰ হাজাৰ মানুহে এই আল শেফা হাস্পতালত আশ্ৰয় লৈ আছিল। গাজাৰ পৰা আল জাজিৰাৰ এগৰাকী সাংবাদিকে এই সন্দৰ্ভত কয়, ‘ইজৰাইলে বিমানেৰে হাস্পতালৰ ওপৰত আক্ৰমণ চলাইছে। চহৰখনৰ চৌদিশে এতিয়া ইজৰাইলী টেংক দেখা গৈছে। বিগত তিনি দিন ধৰি গাজাৰ ৮খন হাস্পতালত ইজৰাইলে আক্ৰমণ চলাইছে। ৭ অক্টোবৰৰ পৰাই ইজৰাইলে পূৰ্ণগতিত আক্ৰমণ চলাইয়েই আছে। কাৰেণ্ট নাই, পানী নাই, ইন্ধন নাই যাৰবাবে গাজাৰ ১৮ খন হাস্পতাল বন্ধ কৰি দিবলৈ বাধ্য হৈছে।’ আনহাতে ইজৰাইলী প্রধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধক লৈ দিয়া শেহতীয়া আপডেটত কৈছে ‘গাজা দখল কৰিবলৈ আমাৰ ইচ্ছা নাই। আমি কেৱল গাজাৰ সুন্দৰ ভৱিষ্যতহে বিচাৰো। সেয়ে গাজাক আমি সন্ত্ৰাসমুক্ত কৰি গাজাবাসীক এখন স্বাধীন আকাশ দিব খুজিছো।’

যুদ্ধৰ মাজতেই ভয়াৱহ খবৰ শ্বেয়াৰ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাইয়ো। WHOৰ তৰফৰ পৰা দিয়া বিবৃত্তিত উল্লেখ কৰা অনুসৰি ভয়ংকৰ এই যুদ্ধৰ প্ৰভাৱ পৰিছে গাজাৰ মানুহৰ স্বাস্থ্যৰ ওপৰতো। স্বাস্থ্যৰ অৱনতি নিশ্চিত। যুদ্ধৰ মাজতেই মাৰাত্মক ৰোগো বিয়পি পৰাৰ আশংকা কৰা হৈছে। WHOয়ে প্ৰকাশ কৰা তথ্যমতে, গাজাত ২৩ লাখ মানুহে বসবাস কৰে। যুদ্ধ আৰম্ভ হোৱাৰ পৰাই বহুলোকে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈছে। সুযোগ সুবিধা নাই বুলিয়েই এনেদৰে থাকিলে পৰিস্থিতি আৰু বেয়াৰ ফালেই যাব বুলিও জনাইছে কেইবাগৰাকীও চিকিৎসকে। গাজাত ডায়েৰিয়া, চিকেনপক্স আৰু শ্বাসপ্ৰশ্বাসজনিত ৰোগ বঢ়াৰো সম্ভাৱনা আছে। যিহেতু গাজাত পানীৰো অভাৱে দেখা দিছে সেয়ে বিশ্বৰ পৰা খুব কম সামগ্ৰীহে গাজালৈ আহিছে। যাৰফলত পানী আৰু খাদ্যৰ অভাৱত ভূগিছে সাধাৰণ জনতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

কালীৰ মূৰ্তি অন্য মূৰ্তিতকৈ কিয় পৃথক? শাস্ত্ৰই কি কয়?

কালীৰ মূৰ্তি অন্য মূৰ্তিতকৈ কিয় পৃথক? শাস্ত্ৰই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.