• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

4 weeks ago
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

44 mins ago
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

6 hours ago
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

20 hours ago
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

23 hours ago
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

1 day ago
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

2 days ago
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

2 days ago
শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

2 days ago
এনিমেল

বক্স অফিচত ‘এনিমেল’ৰ গৰ্জন, চেৰ পেলালে ‘পাঠান’ক

3 days ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

5 days ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

5 days ago
কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

6 days ago
  • About
  • Advertise
  • Careers
Tuesday, December 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

editor by editor
November 10, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধ কমাৰ কোনো লক্ষণেই নাই। ইজৰাইল-হামাছ যুদ্ধৰ ৩৫ দিন সম্পূৰ্ণ হৈছে। গাজাত এতিয়াও অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ। যিমানেই দিন পাৰ হৈছে সিমানেই মৃতকৰ সংখ্যাও বৃদ্ধি হৈছে। পেলেষ্টাইনৰ গাজা চহৰ বিগত ৩৫ দিনতেই চাৰখাৰ। ইজৰাইল সেনাৰ আক্ৰমণত পিছুৱাই যোৱা নাই হামাছো। বুধবাৰেও গাজাত ব্যাপকভাৱে আক্ৰমণ চলাইছে ইজৰাইলী সেনাই। গাজা উপত্যকাৰ উত্তৰাঞ্চলৰ জাবালিয়া আশ্ৰয় শিবিৰ আৰু পশ্চিমাঞ্চলৰ ছাবৰাত বহু মানুহৰেই মৃত্যু হোৱাৰ খবৰ বিভিন্ন সংবাদমাধ্যমে প্ৰকাশো কৰিছে।

আল জাজিৰাৰ এক প্ৰতিবেদনত প্ৰকাশ কৰামতে, গাজাৰ সকলোতকৈ ডাঙৰ হাস্পতাল আল শেফাত বৃহস্পতিবাৰে গভীৰ নিশা ইজৰাইলী সেনাই আক্ৰমণ চলাইছে। হাস্পতালত আক্ৰমণ চলাইছে ইজৰাইলী সেনাই। এই আক্ৰমণত ৬জন লোক নিহত হোৱাৰ খবৰো প্ৰকাশ কৰিছে আলজাজিৰাই। মৃতকৰ সংখ্যা আৰু বৃদ্ধিও হ’ব পাৰে। পেলেষ্টাইন স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি হাজাৰ হাজাৰ মানুহে এই আল শেফা হাস্পতালত আশ্ৰয় লৈ আছিল। গাজাৰ পৰা আল জাজিৰাৰ এগৰাকী সাংবাদিকে এই সন্দৰ্ভত কয়, ‘ইজৰাইলে বিমানেৰে হাস্পতালৰ ওপৰত আক্ৰমণ চলাইছে। চহৰখনৰ চৌদিশে এতিয়া ইজৰাইলী টেংক দেখা গৈছে। বিগত তিনি দিন ধৰি গাজাৰ ৮খন হাস্পতালত ইজৰাইলে আক্ৰমণ চলাইছে। ৭ অক্টোবৰৰ পৰাই ইজৰাইলে পূৰ্ণগতিত আক্ৰমণ চলাইয়েই আছে। কাৰেণ্ট নাই, পানী নাই, ইন্ধন নাই যাৰবাবে গাজাৰ ১৮ খন হাস্পতাল বন্ধ কৰি দিবলৈ বাধ্য হৈছে।’ আনহাতে ইজৰাইলী প্রধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধক লৈ দিয়া শেহতীয়া আপডেটত কৈছে ‘গাজা দখল কৰিবলৈ আমাৰ ইচ্ছা নাই। আমি কেৱল গাজাৰ সুন্দৰ ভৱিষ্যতহে বিচাৰো। সেয়ে গাজাক আমি সন্ত্ৰাসমুক্ত কৰি গাজাবাসীক এখন স্বাধীন আকাশ দিব খুজিছো।’

যুদ্ধৰ মাজতেই ভয়াৱহ খবৰ শ্বেয়াৰ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাইয়ো। WHOৰ তৰফৰ পৰা দিয়া বিবৃত্তিত উল্লেখ কৰা অনুসৰি ভয়ংকৰ এই যুদ্ধৰ প্ৰভাৱ পৰিছে গাজাৰ মানুহৰ স্বাস্থ্যৰ ওপৰতো। স্বাস্থ্যৰ অৱনতি নিশ্চিত। যুদ্ধৰ মাজতেই মাৰাত্মক ৰোগো বিয়পি পৰাৰ আশংকা কৰা হৈছে। WHOয়ে প্ৰকাশ কৰা তথ্যমতে, গাজাত ২৩ লাখ মানুহে বসবাস কৰে। যুদ্ধ আৰম্ভ হোৱাৰ পৰাই বহুলোকে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈছে। সুযোগ সুবিধা নাই বুলিয়েই এনেদৰে থাকিলে পৰিস্থিতি আৰু বেয়াৰ ফালেই যাব বুলিও জনাইছে কেইবাগৰাকীও চিকিৎসকে। গাজাত ডায়েৰিয়া, চিকেনপক্স আৰু শ্বাসপ্ৰশ্বাসজনিত ৰোগ বঢ়াৰো সম্ভাৱনা আছে। যিহেতু গাজাত পানীৰো অভাৱে দেখা দিছে সেয়ে বিশ্বৰ পৰা খুব কম সামগ্ৰীহে গাজালৈ আহিছে। যাৰফলত পানী আৰু খাদ্যৰ অভাৱত ভূগিছে সাধাৰণ জনতাই।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান
বিশ্ব

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

December 4, 2023
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ
জীৱনশৈলী

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

November 27, 2023
এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?
জীৱনশৈলী

এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

November 27, 2023
ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব
ক্ৰীড়া

ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

November 27, 2023
Next Post
১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

কালীৰ মূৰ্তি অন্য মূৰ্তিতকৈ কিয় পৃথক? শাস্ত্ৰই কি কয়?

কালীৰ মূৰ্তি অন্য মূৰ্তিতকৈ কিয় পৃথক? শাস্ত্ৰই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.