• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহৎ আকাৰৰ গ্ৰহাণুৱে খুন্দা মাৰিব পৃথিৱীত! পৃথিৱীৰ দিশেৰে প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগেৰে আগবাঢ়ি আহিছে গ্ৰহাণু 2023 FZ3

3 years ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

17 minutes ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

39 minutes ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

57 minutes ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

2 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

19 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

20 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

21 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

22 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

বৃহৎ আকাৰৰ গ্ৰহাণুৱে খুন্দা মাৰিব পৃথিৱীত! পৃথিৱীৰ দিশেৰে প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগেৰে আগবাঢ়ি আহিছে গ্ৰহাণু 2023 FZ3

editor by editor
April 7, 2023
in বিজ্ঞান, বিবিধ, বিশ্ব
0
বৃহৎ আকাৰৰ গ্ৰহাণুৱে খুন্দা মাৰিব পৃথিৱীত! পৃথিৱীৰ দিশেৰে প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগেৰে আগবাঢ়ি আহিছে গ্ৰহাণু 2023 FZ3
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৃথিৱীত ফালে আগবাঢ়ি আহিছে পাঁচটাকৈ গ্ৰহাণু৷ কোনকেইটা গ্ৰহাণু পৃথিৱীৰ দিশেৰে আগবাঢ়ি আহিছে সেইকেইটাৰ নামো উল্লেখ কৰিছে মহাকাশ বিজ্ঞানীয়ে৷ গ্ৰহাণু 2023 FU6, এই গ্ৰহাণুটো প্ৰায় ৪৫ ফুটৰ৷ পৃথিৱীৰ কাষলৈ আহি থকা গ্ৰহাণুটোৱে পৃথিৱীৰ পৰা ১,৮৭০,০০০ কিঃমিঃ আঁতৰেৰে পাৰ হৈ যাব৷

গ্রহাণু 2023 FS11, ৮২ ফুটৰ এই গ্ৰহাণুটো ৬,৬১০,০০০ কিলোমিটার দূৰত্বত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব৷ এই দুই গ্ৰহাণুৰ পৰা পৃথিৱীৰ কোনোধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাই বুলি জনাইছে মহাকাশ বিজ্ঞানীয়ে৷ আনহাতে গ্রহাণু 2023 FA7, এখন বিমানৰ আকাৰৰ এই গ্ৰহাণুটোও ক্ৰমশ পৃথিৱীৰ ফালে আগুৱাই আহিছে৷ ৯২ ফুটৰ এই গ্ৰহাণুটো পৃথিৱীৰ পৰা ২,২৫০,০০০ কিঃমিঃ দূৰত্বত আছে৷

গ্রহাণু 2023 FQ7 ও প্ৰায় ৬৫ ফুট আকাৰৰ এটা গ্ৰহাণু৷ এই গ্ৰহাণুটোও পৃথিৱীৰ ৫,৭৫০,০০০ কিঃমিঃ দূৰত্বৰে পাৰ হৈ যাব৷ গ্রহাণু 2023 FZ3 পৃথিৱীৰ ফালে আহি থকা অন্যতম এটা গ্ৰহাণু৷ এই গ্ৰহাণুটোও এখন বিমানৰ সমান৷ গ্ৰহাণুটো প্ৰায় ১৫০ ফুটৰ৷ প্ৰতি ঘণ্টাত ৬৭,৬৫৬ কিঃমিঃ বেগত পৃথিৱীৰ ফালে আহি থকা এই গ্ৰহাণুটোক লৈ চিন্তিত হৈছে মহাকাশ বিজ্ঞানীও৷

গ্ৰহাণুটো ৪,১৯০,০০০ কিঃমিঃ দূৰত্বত পৃথিৱীৰ নিচেই কাষ চাপিব৷ অৱশ্যে নাচাৰ বিজ্ঞানীয়ে কোৱা অনুসৰি এই গ্ৰহাণুৰ দ্বাৰা পৃথিৱীৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাই৷ গ্ৰহাণুটোৰ গতি বিধিলৈ নজৰো ৰাখিছে মহাকাশ বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুযায়ী গ্ৰহাণুটো কোন দিশেৰে গতি কৰিব সেই কথা হঠকাই কোৱাটো টান৷ পৃথিৱীৰ কক্ষপথৰ খুব কাষেৰেই এই গ্ৰহাণু পাৰ হৈ যাব বুলি জনাইছে বিজ্ঞানীমহলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNASA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

March 12, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
Next Post
ফুটবলাৰ মেছিতকৈ বহুগুণে বেছি জনপ্ৰিয় কিং খান, সমীক্ষাত ১ নম্বৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত শ্বাহৰুখ খান

টুইটাৰ ট্ৰেণ্ডত আল্লু অৰ্জুন! মুকলি হ’ল ‘পুষ্পা দ্যা ৰুল’ৰ টিজাৰ…

টুইটাৰ ট্ৰেণ্ডত আল্লু অৰ্জুন! মুকলি হ’ল ‘পুষ্পা দ্যা ৰুল’ৰ টিজাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন