জাগুনৰ টিৰাপ নৈত শিল-বালিৰ ছিণ্ডিকেট। টিৰাপ নৈত শিল-বালিৰ অবাধ খনন। এক্সাভেটৰেৰে খান্দি উদং কৰিছে টিৰাপ নৈৰ বুকু। নথি-পত্ৰ অবিহনে ক্ৰেছাৰ মিলসমূহলৈ শিল সৰবৰাহ। কাণসাৰ নাই জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ