• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

1 year ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

11 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

2 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

7 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

editor by editor
April 8, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

ইণ্ডিগো এয়াৰলাইন্সৰ ঘৰুৱা বিমান এখনে জৰুৰীকালীন অৱতৰণ কৰিছে। যোৱা নিশা সংঘটিত হোৱা এই ঘটনাত জৰুৰী অৱস্থাত মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখন।

জয়পুৰৰ পৰা মুম্বাইলৈ আহি আছিল ৬ই ৫৩২৪ নং বিমান। কিন্তু মাজ আকাশতে বিমানখনে লাভ কৰে বোম থকাৰ বাবুকি। যাৰ বাবে জৰুৰীকালীনভাৱে বিমানখন অৱতৰণ কৰা হয়। এই ভাবুকি বাৰ্তা পোৱাৰ লগে লগে পাইলটে এ টি চিৰ সৈতে যোগাযোগ কৰি বিমানখন জৰুৰীকালীন অৱতৰণ কৰে।

প্ৰট’কল অনুসৰি বিমানখনক আইছ’লেশ্যন বে’লৈ লৈ যোৱা হয়। জৰুৰীকালীন গেটৰ জৰিয়তে ক্ৰু মেম্বাৰ আৰু ২২৫ জন যাত্ৰীক উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত সকলো যাত্ৰীৰে লাগেজ সমূহৰো পৰীক্ষা কৰা হয়।

বিমানখনৰ প্ৰতিটো কোণত তালাচী চলোৱা হয় যদিও সন্দেহজনক কোনো বস্তু পোৱা নাযায়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বিমান সংস্থাটোৱে এই কথা নিশ্চিত কৰি বিমানখনত থকা সকলো লোক সুৰক্ষিত বুলি জানিবলৈ দিয়ে।

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে তথ্য লাভ কৰে যে যোৱা ৭ এপ্ৰিলত জয়পুৰ বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখে ইণ্ডিগ’ৰ ৬ই ৫৩২৪ বিমান উৰা মাৰিছিল।  বিমানখন যাত্ৰাৰ সময়তে এজন ব্যক্তিয়ে বিমানখনৰ শৌচাগাৰত বোম সন্দৰ্ভত এখন নোট পাইছিল।

সেই টোকাটোত লিখা আছিল যে বিমানখনৰ ভিতৰত এটা বোমা আছে আৰু কেইমিনিটমানৰ ভিতৰতে বোমাটো বিস্ফোৰণ হ’ব। ইয়াৰ বাবেই মুম্বাই বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। কটকটীয়া নিৰাপত্তাৰ মাজতে বিমানবন্দৰত অৱতৰণ কৰি বোমা আছে নেকি পৰীক্ষা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bomb ThreadEmergency LandingFlight landingMumbai Airport
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

October 3, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
Next Post
এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

কাইলৈ ৯ এপ্ৰিলৰ দিনটো অতিকে শুভ হ’বলৈ আছে ৫ ৰাশিৰ বাবে

কাইলৈ ৯ এপ্ৰিলৰ দিনটো অতিকে শুভ হ'বলৈ আছে ৫ ৰাশিৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.