• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা, ঘোষণা ফাৰুক আব্দুল্লাৰ

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা, ঘোষণা ফাৰুক আব্দুল্লাৰ

1 year ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

7 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

7 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

9 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

11 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

11 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

12 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

13 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা, ঘোষণা ফাৰুক আব্দুল্লাৰ

editor by editor
October 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা, ঘোষণা ফাৰুক আব্দুল্লাৰ
0
SHARES
206
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ’ব ওমৰ আব্দুল্লা, ঘোষণা ফাৰুক আব্দুল্লাৰ

ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ওমৰ আব্দুল্লা জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হ’ব বুলি ঘোষণা কৰিলে ৰাষ্ট্ৰীয় সন্মিলনৰ মুৰব্বী ফাৰুক আব্দুল্লাই। কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনত জয়ৰ দিশে আগবাঢ়িছে জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় সন্মিলন।

১০ বছৰৰ পাছত জম্মু-কাশ্মীৰৰ প্ৰথমটো বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-এনচি মিত্ৰজোঁটে জয়ী হ’ব বুলি স্পষ্ট হৈ পৰাৰ পিছতে ফাৰুক আব্দুল্লাই এই ঘোষণা কৰে।

লগতে ফাৰুক আব্দুলাই কয় যে,- আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমি জনতাৰ আশা অনুসৰি কাম কৰি থাকিব পাৰো। ইয়াত এতিয়া ‘পুলিচৰ শাসন’ নহয় জনশাসন হ’ব৷ আমি নিৰীহ লোকক জেলৰ পৰা মুকলি কৰি দিবলৈ চেষ্টা কৰিম। সংবাদ মাধ্যম মুক্ত হৈ থাকিব। হিন্দু আৰু মুছলমানৰ মাজত আমি বিশ্বাস গঢ়ি তুলিব লাগিব।

ফাৰুক আব্দুল্লাই আৰু কয় যে “মানুহে নিজৰ আদেশ দিছে। ৫ আগষ্টত লোৱা সিদ্ধান্ত (৩৭০ অনুচ্ছেদ বাতিল) তেওঁলোকে যে মানি নলয়, সেই কথা তেওঁলোকে প্ৰমাণ কৰিছে।”

বিশেষ মৰ্যাদা বাতিল হোৱাৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হোৱা জম্মু-কাশ্মীৰৰ ৰাজ্যিক স্থান ঘূৰাই অনাৰ বাবে ৰাষ্ট্ৰীয় সন্মিলনৰ যুঁজত মিত্ৰজোঁটৰ অংশীদাৰসকলে সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পূৰ্বে ২০০৯ চনৰ পৰা ২০১৫ চনলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ওমৰ আব্দুল্লাই। এতিয়া পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে। মুঠ ৯০খন আসনৰ ভিতৰত ৫২খন আসন লাভ ৰাষ্ট্ৰীয় সন্মিলনৰ, আনহাতে বিজেপিয়ে ২৭খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত কংগ্ৰেছে কেৱল মাত্ৰ ৬ খন আসন লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jammujammu and kashmirNew CmOman Abdullah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
দুৰ্গোৎসৱৰ বানচেই কাল হৈ নামিল ভতিজীৰ বাবে, ডিগবৈত নিজৰ খুৰাকেই…

দুৰ্গোৎসৱৰ বানচেই কাল হৈ নামিল ভতিজীৰ বাবে, ডিগবৈত নিজৰ খুৰাকেই...

শুক্ৰ-শনি সংযোগৰ বাবে ৩ ৰাশিৰ বিশেষ লাভ, চাকৰি আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ লগতে অপৰিসীম ধনৰ আগমণ

শুক্ৰ-শনি সংযোগৰ বাবে ৩ ৰাশিৰ বিশেষ লাভ, চাকৰি আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ লগতে অপৰিসীম ধনৰ আগমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.