• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্গোৎসৱৰ বানচেই কাল হৈ নামিল ভতিজীৰ বাবে, ডিগবৈত নিজৰ খুৰাকেই…

দুৰ্গোৎসৱৰ বানচেই কাল হৈ নামিল ভতিজীৰ বাবে, ডিগবৈত নিজৰ খুৰাকেই…

2 years ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

9 minutes ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

36 minutes ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

44 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

2 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

4 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

5 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

6 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

14 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

14 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুৰ্গোৎসৱৰ বানচেই কাল হৈ নামিল ভতিজীৰ বাবে, ডিগবৈত নিজৰ খুৰাকেই…

editor by editor
October 9, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
দুৰ্গোৎসৱৰ বানচেই কাল হৈ নামিল ভতিজীৰ বাবে, ডিগবৈত নিজৰ খুৰাকেই…
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গোৎসৱৰ বানচেই কাল হৈ নামিল ভতিজীৰ বাবে, ডিগবৈত নিজৰ খুৰাকেই…

ডিগবৈত এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে। নিজৰ খুৰাইকেই প্ৰাণ কাঢ়িলে ভতিজীৰ। সুৰাত মাতাল হৈ আহি ডিঙি ৰেপি হত্যা কৰে ভতিজিক। ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈ চাহ বাগিচাত এই হত্যাকাণ্ড সংঘটিত হৈছে৷

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, চাহ বাগিচাত কাম কৰা খুৰাকে দুৰ্গা পূজা উপলক্ষে মালিক পক্ষৰ পৰা বানচ লাভ কৰিছিল। সেই বানচ লাভ কৰাৰ পাছতেই সুৰাৰ ঘাটিত গৈ সস্তিয়া সুৰা সেৱন কৰি সুৰাৰ ৰাগীত মাতাল হৈ আহে। ঘৰলৈ আহিয়ে ১৩ বছৰীয়া কনমানি ভতিজীক ডিঙি ৰেপি হত্যা কৰে। কালি ৮ অক্টোবৰ তাৰিখে নিশা সংঘটিক হৈছে এই ঘটনা।

এমেলগেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাত এজন খুৰাকৰ এই হত্যাকাণ্ড। যি হত্যা কাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চল। মিঠুন ভুমিজ নামৰ লোক জনে এই হত্যাকাণ্ড সংঘটিত কৰে।

উল্লেখযোগ্য যে পাৱৈ চাহ বাগিচাত দ্ৰুতগতিত শিপাই যোৱা চুলাই আৰু সস্তীয়া অৰুণাচলী সুৰাৰ বাবেই আজি জঘন্য হত্যাকাণ্ডটি সংগঠিত হয়। পাৱৈ চাহ বাগিচাত দুৰ্গোৎসৱৰ বাবে দিয়া বোনাচ তথা বানচ কালি হৈছিলহে।

পাৱৈ চাহ বাগিচাখনৰ ৩ নম্বৰ লাইনত বানচ আৰু পুজাৰ বতৰক লৈ উৎসৱমুখৰ পৰিৱেশ আছিল। এনে বতৰতে নিচাসক্ত লোকৰ তাণ্ডৱো ঠায়ে ঠায়ে দেখা পোৱা গৈছিল।

তেনেসময়ত মিঠুন ভুমিজে মদৰ ৰাগিত ঘৰলৈ আহি ১৩ বছৰীয়া ভতিজীক কুঠাৰেৰে ডিঙিত ঘপিয়াই দুচেও কৰে। লগে লগে ডিগবৈ আৰক্ষী চকীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ মিঠুন ভুমিজক কৰায়ত্ত কৰে।

ভতিজী গৰাকীৰ নিথৰ দেহ কালিতেই নিশাটো আৰক্ষী চকীতেই ৰাখি আজি পুৱা মৰণোত্তৰ পৰিক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে । সচেতন মহলে পাৱৈ চাহ বাগিচাত দোপতদোপে বাঢ়ি থকা মদৰ প্ৰচলনৰ বাবেই শিশুটিৰ কৰুণ মৃত্যু হ’ল বুলি দাবী কৰিছে l

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamDEigboi Murder caseDigboidurga pujatea garden
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
Next Post
শুক্ৰ-শনি সংযোগৰ বাবে ৩ ৰাশিৰ বিশেষ লাভ, চাকৰি আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ লগতে অপৰিসীম ধনৰ আগমণ

শুক্ৰ-শনি সংযোগৰ বাবে ৩ ৰাশিৰ বিশেষ লাভ, চাকৰি আৰু ব্যৱসায়ৰ অগ্ৰগতিৰ লগতে অপৰিসীম ধনৰ আগমণ

সমগ্ৰ বিশ্বৰ সমুখতে লজ্জানত পাকিস্তান, ফ্ৰী হোৱাৰ পাছতো ষ্টেডিয়ামত দেখা পোৱা নগ’ল দৰ্শক

সমগ্ৰ বিশ্বৰ সমুখতে লজ্জানত পাকিস্তান, ফ্ৰী হোৱাৰ পাছতো ষ্টেডিয়ামত দেখা পোৱা নগ'ল দৰ্শক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.