• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ বিশ্বৰ সমুখতে লজ্জানত পাকিস্তান, ফ্ৰী হোৱাৰ পাছতো ষ্টেডিয়ামত দেখা পোৱা নগ’ল দৰ্শক

2 years ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

10 minutes ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

30 minutes ago
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

1 hour ago
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

3 hours ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

4 hours ago
সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

15 hours ago
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

17 hours ago
কাইলৈৰ ৰাশিফলঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সুসময়, ভাগ্য চমকিব ৪ৰাশিৰ

মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সমগ্ৰ বিশ্বৰ সমুখতে লজ্জানত পাকিস্তান, ফ্ৰী হোৱাৰ পাছতো ষ্টেডিয়ামত দেখা পোৱা নগ’ল দৰ্শক

editor by editor
October 9, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
সমগ্ৰ বিশ্বৰ সমুখতে লজ্জানত পাকিস্তান, ফ্ৰী হোৱাৰ পাছতো ষ্টেডিয়ামত দেখা পোৱা নগ’ল দৰ্শক
0
SHARES
517
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বৰ সমুখতে লজ্জানত পাকিস্তান, ফ্ৰী হোৱাৰ পাছতো ষ্টেডিয়ামত দেখা পোৱা নগ’ল দৰ্শক

বৰ্তমানে ইংলেণ্ড ক্ৰিকেট দল পাকিস্তান ভ্ৰমণত আছে, য’ত ৩খন মেচৰ টেষ্ট ছিৰিজ অনুষ্ঠিত হৈছে। প্ৰথমখন খেল মুলতানত অনুষ্ঠিত হৈছে। প্ৰথমখন খেলৰ দ্বিতীয় দিন শেষ। কিন্তু এই খেলত দেখা গৈছে অক ভিন্ন দৃশ্য। দুই দেশৰ মাজৰ ৰোমাঞ্চকৰ খেল হোৱাৰ পাছতো দৰ্শকৰ আসন খালী। ফ্ৰী কৰি দিয়াৰ পাছতো দেখা নগল দৰ্শক।

পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে এই খেলখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাই। ষ্টেডিয়াম জনশূন্য। ষ্টেডিয়ামৰ ষ্টেণ্ডবোৰ বেছিভাগেই খালী। তাকো টিকত মূল্য সৰ্বাধিক ২০০০ আৰু সৰ্বনিম্ব ৫০ টকা। কিন্তু তথাপি দৰ্শকৰ আসন খালী, যাৰ বাবে শেষত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এটা ডাঙৰ সিদ্ধান্ত ল’ব লগা হয়।

অনুৰাগীৰ বাবে খেল উপভোগ সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়ে পাকিস্তান ক্ৰিকেট বৰ্ডে। পাছে তাৰ পাছতো খালী হৈয়ে ৰৈ যায় আসনবোৰ। ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইকেল আথাৰটনেও এই বিষয়ত চোকা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয় যে ষ্টেডিয়ামত দৰ্শকতকৈ নিৰাপত্তাৰক্ষী অধিক উপস্থিত আছিল। ষ্টেডিয়ামত কোনো ধৰণৰ আড়ম্বৰ আৰু শ্ব’ নাই।

ইয়াৰ পূৰ্বে বাংলাদেশৰ বিৰুদ্ধে খেলা ছিৰিজতো পাকিস্তানৰ দৰ্শক খেল চাবলৈ ষ্টেডিয়ামলৈ অহা নাছিল। ইয়াৰ পিছত পিচিবিয়েও মেচৰ টিকটৰ মূল্য কেৱল মাত্ৰ ২৫টকা আৰু ৫০ টকালৈ হ্ৰাস কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket MatchpakistanPakistan Vs EnglandPakistan-cricket-board
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা
জীৱনশৈলী

April 24, 2026
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি
জীৱনশৈলী

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

April 24, 2026
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?
বিজ্ঞান

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

April 24, 2026
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?
জীৱনশৈলী

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

April 24, 2026
Next Post
আজি বিশ্বকাপত ভাৰতৰ সমুখত শ্ৰীলংকা, হাৰিলে মহাবিপদ

কাশ্মীৰত নিৰ্বাচনৰ ফলাফলৰ পাছতে ভয়ংকৰ ঘটনা, গুলীৰে থকা সৰকা কৰিলে সেনাৰ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন