• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাশ্মীৰত নিৰ্বাচনৰ ফলাফলৰ পাছতে ভয়ংকৰ ঘটনা, গুলীৰে থকা সৰকা কৰিলে সেনাৰ দেহ

কাশ্মীৰত নিৰ্বাচনৰ ফলাফলৰ পাছতে ভয়ংকৰ ঘটনা, গুলীৰে থকা সৰকা কৰিলে সেনাৰ দেহ

2 years ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

52 seconds ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

41 minutes ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

1 hour ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

2 hours ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

10 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

10 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

11 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

11 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

12 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

12 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

13 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কাশ্মীৰত নিৰ্বাচনৰ ফলাফলৰ পাছতে ভয়ংকৰ ঘটনা, গুলীৰে থকা সৰকা কৰিলে সেনাৰ দেহ

editor by editor
October 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কাশ্মীৰত নিৰ্বাচনৰ ফলাফলৰ পাছতে ভয়ংকৰ ঘটনা, গুলীৰে থকা সৰকা কৰিলে সেনাৰ দেহ
0
SHARES
483
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাশ্মীৰত নিৰ্বাচনৰ ফলাফলৰ পাছতে ভয়ংকৰ ঘটনা, গুলীৰে থকা সৰকা কৰিলে সেনাৰ দেহ

জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। অনন্তনাগত টেৰিটৰিয়েল আৰ্মিৰ দুজন জোৱানক অপহৰণ কৰি নি তাৰেই এজনক হত্যা সন্ত্ৰাসবাদীৰ ৷ এই জোৱানসকলক অনন্তনাগৰ বনাঞ্চলত নিয়োজিত কৰা হৈছিল।

অপহৃত টেৰিটৰিয়েল আৰ্মীৰ জোৱান দুজনৰ ভিতৰত এজনে কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয়। আনহাতে আনজন জোৱানক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। সেনাবাহিনীয়ে আৰু নিৰাপত্তা বাহিনীয়ে বৰ্তমানে তালাচী অভিযান চলাই থকা বুলি জানিব পৰা গৈছে। পলায়ন কৰিবলৈ সক্ষম হোৱা জোৱানজনক নিৰাপত্তাৰক্ষীত ৰখা হৈছে আৰু জেৰা অব্যাহত আছে।

নিৰুদ্দেশ হোৱা টেৰিটৰিয়েল আৰ্মীৰ জোৱান হিলাল আহমেদ ভাটৰ মৃতদেহ উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। বিষয়াসকলে জনোৱা মতে, ভাটৰ মৃতদেহ গুলীৰে থকা সৰকা কৰি পেলাইছে সন্ত্ৰাসবাদীয়ে, মৃত্যুৰ পাছতো সেনাজনক গুলিয়াই থকাৰ সন্দেহ ব্যক্ত।

অনন্তনাগৰ উত্ৰাছুৰ সংগলন বনাঞ্চলত পৰি থকা অৱস্থাত উদ্ধাৰ হয় জোৱানজনৰ নিথৰদেহ। জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সেনাৰ মুখপাত্ৰই জনোৱা মতে, মঙলবাৰৰ পৰা জোৱানজন নিৰুদ্দেশ হৈ থকাৰ বাবে নিৰাপত্তা বাহিনীয়ে তেওঁক বিচাৰি উলিয়াবলৈ তালাচী অভিযান চলাই আছিল।

সেনাৰ শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছে টুইটাৰত শ্বেয়াৰ কৰিছে, ‘চোৰাংচোৱা তথ্যৰ ভিত্তিত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ২৪ অক্টোবৰৰ ৮ অক্টোবৰত কাজৱান বনাঞ্চল কোকেৰনাগত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰিছে। এজন সেনা জোৱান নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ পিছতে গোটেই নিশাটো অভিযান অব্যাহত থাকে। পিছত উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian armyIndian Army Killedjammu and kashmirkashmirterrorist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?
অসম

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

October 16, 2026
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী
জীৱনশৈলী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

October 16, 2026
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন
জীৱনশৈলী

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

October 16, 2026
Next Post
ৰসায়ন বিজ্ঞানৰ নবেল, এইবাৰ তিনিগৰাকী বৈজ্ঞানিকলৈ একেলগে এই সন্মান

ৰসায়ন বিজ্ঞানৰ নবেল, এইবাৰ তিনিগৰাকী বৈজ্ঞানিকলৈ একেলগে এই সন্মান

মোডী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এতিয়া ২০২৮ চনৰ ডিচেম্বৰলৈকে উপলব্ধ হ’ব বিনামূলীয়া চাউল

মোডী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এতিয়া ২০২৮ চনৰ ডিচেম্বৰলৈকে উপলব্ধ হ’ব বিনামূলীয়া চাউল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.