জামুগুৰিহাটত গীতে-মাতে মুখৰিত ভাদ মাহৰ পথাৰ। ৭৩ বছৰীয়া পৰম্পৰা ৰক্ষাৰে পথাৰত নামিল ডেৰ শতাধিক পৰিয়াল।