• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মুখ্যমন্ত্ৰীক সাক্ষাতৰ বিনিময়ত ৫ হাজাৰ টকা’

‘মুখ্যমন্ত্ৰীক সাক্ষাতৰ বিনিময়ত ৫ হাজাৰ টকা’

5 years ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

44 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

4 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

4 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

5 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

24 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মুখ্যমন্ত্ৰীক সাক্ষাতৰ বিনিময়ত ৫ হাজাৰ টকা’

‘জনতা ভৱনত দালালৰাজ’

editor by editor
August 8, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
‘মুখ্যমন্ত্ৰীক সাক্ষাতৰ বিনিময়ত ৫ হাজাৰ টকা’
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সৰিয়হৰ ডুলিতে ভূত। ৰাজ্য প্ৰশাসনৰ  হৃৎপিণ্ডস্বৰূপ দিছপুৰৰ জনতা ভৱনত দালালৰাজ। মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবদ দিব লাগে ৫ হাজাৰ টকা। এই বিস্ফোৰক অভিযোগ ডিব্ৰুগড়ৰ এগৰাকী ভুক্তভোগী মহিলাৰ।

৪ আগষ্টত মহিলাগৰাকী আহিছিল জনতা ভৱনলৈ। উদ্দেশ্য মুখ্যমন্ত্ৰীক সাক্ষাৎ। সদৌ অসম উন্নয়ন প্ৰাধিকৰণৰ কর্মচাৰী স্বামীৰ হেনো ৩৬ মাহে দৰমহা হোৱা নাই। লাভ কৰা নাই অন্যান্য সা-সুবিধা। দীর্ঘদিন ধৰি স্বামীৰ দৰমহা অবিহনে ভীষণ সমস্যাত পৰি মুখ্যমন্ত্ৰীৰ পৰা সমস্যাৰ পৰিত্ৰাণৰ উপাই বিচাৰিবলৈ মহিলাগৰাকী আহিছিল জনতা ভৱনলৈ। এনেতে লম্ভিলে এজন দালালে। দালালজনৰ নাম ভূপেন হাজৰিকা। ভূপেন হাজৰিকা হেনো আবকাৰী বিভাগৰ কর্মচাৰী। ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পর্যটন আদি দপ্তৰৰ মন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰিব বুলি বিমল বৰাৰ পি এৰ জৰিয়তে দালাল ভূপেন হাজৰিকাই এখন প্ৰৱেশ পত্ৰ হেনো যোগাৰ কৰি দিয়ে মহিলাগৰাকীক আৰু মুখ্যমন্ত্ৰীৰ সাক্ষাৎ নিশ্চিত কৰে। তাৰ বিনিময়ত মহিলাগৰাকীৰ পৰা অবৈধ সাক্ষাৎ মাচুল সংগ্ৰহ কৰে ৫ হাজাৰ টকা। সমস্যা জর্জৰ মহিলাগৰাকীয়ে উপায়হীন হৈ ৫ হাজাৰ টকা দিয়ে দালাল ভূপেন হাজৰিকাক। সেই মর্মে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ লাভ কৰে। ভুক্তভোগী মহিলাগৰাকীয়ে এনেদৰেই বর্ণনা কৰিলে সমগ্ৰ ঘটনা।

কিন্তু প্ৰশ্ন উঠে কেৱল ভূপেন হাজৰিকাই নে? বিভাগে বিভাগে জনতা ভৱন দালালেৰে ভৰি থকাৰ দীর্ঘদিনীয়া অভিযোগ আছে। দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ সোঁৱে-বাৱেঁ জনতা ভৱনত দালালৰাজ গঢ়ি উঠাৰ গুৰুতৰ অভিযোগ উঠিছে। এই সন্দর্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য দিয়ে আৰু কি কার্যপন্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24brokerjanata bhawan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
Next Post
কিয় বাৰে বাৰে বিতর্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়?

কিয় বাৰে বাৰে বিতর্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়?

দিন-দুপৰতে ২০ জাঁই গুলীৰে থকা-সৰকা এজন যুৱ নেতাক

দিন-দুপৰতে ২০ জাঁই গুলীৰে থকা-সৰকা এজন যুৱ নেতাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.