• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মুখত জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৰঙৰ পোছাক পিন্ধিলে পাব বংশীধৰৰ আশীৰ্বাদ

সন্মুখত জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৰঙৰ পোছাক পিন্ধিলে পাব বংশীধৰৰ আশীৰ্বাদ

2 years ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

23 minutes ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

1 hour ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

2 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

3 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

3 hours ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

5 hours ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

6 hours ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

7 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

7 hours ago
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

7 hours ago
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্মুখত জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৰঙৰ পোছাক পিন্ধিলে পাব বংশীধৰৰ আশীৰ্বাদ

সন্মুখত জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৰঙৰ পোছাক পিন্ধিলে পাব বংশীধৰৰ আশীৰ্বাদ

editor by editor
August 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সন্মুখত জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৰঙৰ পোছাক পিন্ধিলে পাব বংশীধৰৰ আশীৰ্বাদ
0
SHARES
598
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ২৬আগষ্টত পালিত হ’ব কৃষ্ণা জন্মাষ্টমী৷ পঞ্জিকা অনুসৰি ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালিত হয় জন্মাষ্টমী৷ এই দিনটোতেই শ্ৰীবিষ্ণুৰ অৱতাৰ কৃষ্ণ ধৰাধামত আবিৰ্ভূত হোৱা বুলি প্ৰচলিত বিশ্বাস৷ ভাৰতীয় সমাজত শ্ৰীকৃষ্ণক সকলোতকৈ আকৰ্ষণীয় পুৰুষ বুলি কোৱা হয়৷ তেওঁক এবাৰ চাবৰ বাবেই উন্মনা হৈ আছিল হাজাৰ হাজাৰ গোপিনী৷ কোনো কোনো বিশেষ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল কৃষ্ণৰ৷ এইকেইটা ৰঙৰ পোছাক পিন্ধিবলৈ তেওঁ ভালপাইছিল৷ এই জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ প্ৰিয় ৰঙৰ পোছাক পিন্ধিলে তেওঁৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্ষিত হ’ব৷ জানি থওক শ্ৰীকৃষ্ণৰ প্ৰিয় ৰং কি কি?

শ্ৰীকৃষ্ণৰ প্ৰিয় ৰং

শ্ৰীকৃষ্ণৰ প্ৰিয় ৰং হৈছে গোলপীয়া, ৰঙা, হালধীয়া আৰু ময়ুৰকণ্ঠী৷ জন্মাষ্টমীৰ দিনা এই ৰঙৰ পোছাক পিন্ধাটো অত্যন্ত শুভ৷ যশোদাই তেওঁৰ সন্তান কৃষ্ণক এইকেইটা ৰঙৰ পোছাক পিন্ধাই ভালপাইছিল৷ সৰুৰে পৰা সেয়ে এই ৰঙৰ প্ৰতি ভালপোৱা জাগি উঠিছিল কৃষ্ণৰ৷ তেওঁৰ জন্মতিথিত এই সকলো ৰঙৰ পোছাক পিন্ধিলে শ্ৰীকৃষ্ণৰ কৃপা আপোনাৰ ওপৰত বৰ্ষিত হয়৷

গোপী চন্দন

গোপী চন্দন ব্যৱহাৰ কৰি খুব ভাইপাইছিল শ্ৰীকৃষ্ণই৷ সেয়ে জন্মাষ্টমীৰ পুজাৰ দিনা আপুনি কপালত গোপী চন্দনৰ তিলক লগাব পাৰে৷ মনত শান্ত কৰাবলৈ এই তিলক অত্যন্ত উপকাৰী৷ গোপী চন্দনৰ তিলক জন্মাষ্টমীৰ দিনা কঁপালত লগালে টেনছন কমে আৰু মানসিক শান্তি লাভ কৰা সম্ভৱ৷

হাছনাহানা ফুল

শ্ৰীকৃষ্ণই হাছনাহানা ফুলৰ সুগন্ধ অত্যন্ত ভালপাইছিল৷ শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা সকলো সময়তে সুগন্ধ ভৰি থাকে৷ শাস্ত্ৰ অনুসৰি কৃষ্ণৰ শৰীৰ আছিল অষ্টগন্ধা৷ সুগন্ধৰ প্ৰতি তেওঁৰ আছিল পৃথক আকৰ্ষণ৷ সেয়ে জন্মাষ্টমীত পৰিস্কাৰ পৰিচ্ছন্ন হৈ গাত ফুলৰ গোন্ধৰ পাৰফিউম লগোৱা উচিত৷

বাঁহী

কৃষ্ণই বাঁহী বজাই অত্যন্ত ভালপায়৷ তেওঁৰ বাঁহীৰ সুৰে সকলোকে মোহিত কৰে৷ সেয়ে জন্মাষ্টমীত ঘৰত এটা বাঁহী অনাটো অত্যন্ত শুভ৷ জন্মাষ্টমীত শ্ৰীকৃষ্ণক বাঁহী নিবেদন কৰিলে তেওঁৰ কৃপাই আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক
শিক্ষা

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

May 15, 2026
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

May 15, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

May 15, 2026
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!
বিনোদন

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

May 15, 2026
Next Post
কাইলৈ ত্ৰিগ্ৰহী যোগত লাভেই লাভ ৫ৰাশিৰ, সিদ্ধিদাতাৰ কৃপাত ভাগ্য খুলিব কাৰ কাৰ?

কাইলৈ ত্ৰিগ্ৰহী যোগত লাভেই লাভ ৫ৰাশিৰ, সিদ্ধিদাতাৰ কৃপাত ভাগ্য খুলিব কাৰ কাৰ?

কেনেকৈ ভাইৰেল হ’বলৈ পালে নি/ৰ্যা/তি/তা/ৰ ছবি? আৰ জি কৰৰ ঘটনাক লৈ ৰাজ্যৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়

কেনেকৈ ভাইৰেল হ’বলৈ পালে নি/ৰ্যা/তি/তা/ৰ ছবি? আৰ জি কৰৰ ঘটনাক লৈ ৰাজ্যৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.