• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

3 weeks ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

43 minutes ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

2 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

3 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

16 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

17 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

17 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

18 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

19 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

19 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

প্ৰবল ভূমিকম্পই জাপানক জোকাৰিলে

editor by editor
August 23, 2026
in বিবিধ, বিশ্ব, লেখা
0
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে পুৱা জাপানক এক প্ৰবল ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ প্ৰাৰম্ভিক প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.৯ । ৰাজধানী টকিঅ’কে ধৰি পূব জাপানৰ কেইবাটাও অঞ্চলত এই প্ৰভাৱ অনুভৱ কৰা হৈছে। বিষয়াসকলৰ মতে, ভূমিকম্পত ২৩ জন লোক আহত হয় যদিও বেছিভাগেই সামান্য আঘাতপ্ৰাপ্ত হয়। ভূমিকম্পৰ পিছত কোনো ধৰণৰ চুনামীৰ আশংকা সৃষ্টি হোৱা নাই।

জাপান বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি দক্ষিণ ইবাৰাকি প্ৰিফেকচাৰত এই ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ ভূগৰ্ভস্থ আছিল মাটিৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ তলত। এই অঞ্চলটো জাপানৰ ভূমিকম্পৰ ফলত সঘনাই ক্ষতিগ্ৰস্ত হোৱা অঞ্চলৰ ভিতৰত অন্যতম। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে ভূমিকম্পৰ প্ৰাৰম্ভিক মাত্ৰা ৫.৮ বুলি প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে গঠন কৰিলে টাস্ক ফ’ৰ্চ

ইফালে জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে চৰকাৰে সম্ভাৱ্য ক্ষতিৰ মূল্যায়নৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠন কৰিছে। ভূমিকম্পৰ পিছতে মোবাইল ফোনৰ বাবেও জৰুৰী সতৰ্কবাণী জাৰি কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

September 13, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
Next Post
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ... ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.