• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ভোট জলকীয়াৰে তৈয়াৰী চিপছ খাই হাস্পতালত ভৰ্তি জাপানৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী

ভাৰতীয় ভোট জলকীয়াৰে তৈয়াৰী চিপছ খাই হাস্পতালত ভৰ্তি জাপানৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী

2 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

2 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

2 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

4 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

6 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

8 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

9 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

ভাৰতীয় ভোট জলকীয়াৰে তৈয়াৰী চিপছ খাই হাস্পতালত ভৰ্তি জাপানৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী

ভাৰতীয় ভোট জলকীয়াৰে তৈয়াৰী চিপছ খাই হাস্পতালত ভৰ্তি জাপানৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী

editor by editor
July 18, 2024
in খাদ্য, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
ভাৰতীয় ভোট জলকীয়াৰে তৈয়াৰী চিপছ খাই হাস্পতালত ভৰ্তি জাপানৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় চিপছ খাই হাস্পতালত ভৰ্তি ১৪গৰাকীকৈ হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰী৷ ভাৰতীয় ভোট জলকীয়াৰে তৈয়াৰ কৰা ভোট জলকীয়া আৰু আলু মিহলি চিপছ খাই হাস্পতালত ভৰ্তি হৈছে ১৪গৰাকী ছাত্ৰ-ছাত্ৰী৷ এই চিপছ খাইছিল কমেও ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷ ১৬ জুলাই তাৰিখে সংঘটিত হৈছে এই ঘটনা৷ এগৰাকী ছাত্ৰই এই ভাৰতীয় বিশেষ চিপছ স্কুললৈ লৈ আহিছিল৷ ভূতজলকীয়া মিহলি এই চিপছ খাইছিল ১৮ বছৰৰ তলৰ ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷ অৱশ্যে এই চিপছত ১৮ বছৰৰ তলৰ কিশোৰ কিশোৰীৰ বাবে এই চিপছ নহয় বুলি উল্লেখ আছে৷

এই চিপছ খোৱাৰ লগে লগেই ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ বমিৰ লগতে পেটৰ পুৰণি আৰম্ভ হয়৷ লগে লগেই বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীকেইগৰাকীক হাস্পতালত ভৰ্তি কৰায়৷ কি খাই এইদৰে অসুস্থ হৈ পৰিছে তাৰো বিচাৰ লয়৷ চিকিৎসালগত ভৰ্তি কৰোৱা ১৮গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আছে ১৭গৰাকী ছাত্ৰ আৰু এগৰাকী ছাত্ৰী৷

ঘটনাক লৈ চিপছ তৈয়াৰ কৰা কোম্পানীৰ কি দাবী?

এই চিপছ তৈয়াৰ কৰা কোম্পানী ইছয়ামা কৰ্পে এই ঘটনাৰ পাছতেই বিশেষ বিবৃত্তি শ্বেয়াৰ কৰিছে৷ বিবৃত্তিত উল্লেখ আছে যে এই চিপছ ১৮ বছৰৰ তলৰ কিশোৰ কিশোৰীৰ বাবে নহয়৷  দ্য ইণ্ডিপেণ্ডেণ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চিপছ নিৰ্মাতা কোম্পানীটোৱে কয় যে, “১৮ বছৰৰ তলৰ লোকে এই চিপছ খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই অতি টেঙা হোৱাৰ লগতে জ্বলাও৷  টেঙা খাদ্য ভাল পোৱাসকলেও এই সামগ্ৰী খাওঁতে সাৱধান হোৱাটো প্ৰয়োজন।”

এই ঘটনাৰ পাছতেই কোম্পানীৰ তৰফৰ পৰা ক্ষমা খোজাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ আশু আৰোগ্য কামনা কৰা হৈছে৷ ১৮ বছৰ তলৰ শিশুৰ ওপৰিও লিভাৰ দুৰ্বল আৰু উচ্চ ৰক্তচাপ থকা লোকে এই খাদ্যৰ পৰা আঁতৰি থাকক বুলি উল্লেখ কৰা আছে৷ উল্লেখ কৰা প্ৰয়োজন যে ভূট জলকীয়া হৈছে পৃথিৱীৰ ভিতৰত অন্যতম জ্বলা জলকীয়া৷

বিতৰ্কৰ কেন্দ্ৰবিন্দু চিপছ হৈছে ইছ’য়ামা কৰ্পৰ “আৰ ১৮+ কাৰি চিপছ।” কোম্পানীটোৱে নিজৰ ৱেবছাইটত ১৮ বছৰৰ তলৰ লোকক চিপছ চেষ্টা কৰাত “নিষেধ” কৰিছে। চিপচবোৰ “ইমান টেঙা যে ই আপোনাৰ বিষ দিব পাৰে”, ইয়াত কোৱা হৈছে। লগতে কোম্পানীটোৱে দুৰ্বল পেট আৰু উচ্চ ৰক্তচাপ থকা লোকসকলক এই সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে।ইয়াৰ খেতি ক্ৰমে উত্তৰ-পূব ভাৰতত, বিশেষকৈ অসম, নাগালেণ্ড, আৰু মণিপুৰৰ আশে-পাশে থকা অঞ্চলত হয়। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে বিশ্বৰ আটাইতকৈ জলা  জলকীয়া হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছিল ভোট জলকীয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
গুৰু মঙ্গল যোগত চকুত লগা উন্নতি ৫ ৰাশিৰ জাতকৰ, লাভ কৰিব ভাল দৰমহা সম্পন্ন চাকৰি

গুৰু মঙ্গল যোগত চকুত লগা উন্নতি ৫ ৰাশিৰ জাতকৰ, লাভ কৰিব ভাল দৰমহা সম্পন্ন চাকৰি

ঐশ্বৰ্য্যৰ সৈতে বিবাহ বিচ্ছেদৰ গুজৱত ছিলমোহৰ অভিষেকৰ? সামাজিক মাধ্যমত কি স্পষ্ট কৰিলে অভিষেকে?

ঐশ্বৰ্য্যৰ সৈতে বিবাহ বিচ্ছেদৰ গুজৱত ছিলমোহৰ অভিষেকৰ? সামাজিক মাধ্যমত কি স্পষ্ট কৰিলে অভিষেকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.