• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ হ’ল জছপ্ৰীত বুমৰাহ, বুমৰাহে সন্তানৰ নাম উল্লেখ কৰি লিখিলে আৱেগিক প’ষ্ট

পিতৃ হ’ল জছপ্ৰীত বুমৰাহ, বুমৰাহে সন্তানৰ নাম উল্লেখ কৰি লিখিলে আৱেগিক প’ষ্ট

3 years ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

10 minutes ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

49 minutes ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 hour ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

20 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

20 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

21 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

21 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

22 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

23 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পিতৃ হ’ল জছপ্ৰীত বুমৰাহ, বুমৰাহে সন্তানৰ নাম উল্লেখ কৰি লিখিলে আৱেগিক প’ষ্ট

editor by editor
September 4, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
পিতৃ হ’ল জছপ্ৰীত বুমৰাহ, বুমৰাহে সন্তানৰ নাম উল্লেখ কৰি লিখিলে আৱেগিক প’ষ্ট
0
SHARES
479
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিতৃ হ’ল ভাৰতীয় পেছ বলাৰ জছপ্ৰীত বুমৰাহ। টিম ইণ্ডিয়াৰ স্পিডষ্টাৰ জছপ্ৰীত বুমৰাহৰ জীৱনলৈ আহিল এগৰাকী পুত্ৰ সন্তান। সোমবাৰে অৰ্থাৎ ৪ ছেপ্টেম্বৰৰ পুৱাই এই ভাল খবৰ টুইটযোগে শ্বেয়াৰ কৰিছে বুমৰাহে। বুমৰাহে টুইটযোগে নৱজাতকৰ নামো উল্লেখ কৰিছে। বুমৰাহে সন্তানটোৰ নাম দিছে অংগদ জছপ্ৰীত বুমৰাহ। এছিয়া কাপ চলি থকাৰ মাজতেই ভাল খবৰটো আহিছে জছপ্ৰীতৰ জীৱনলৈ। সোমবাৰে নেপালৰ বিৰুদ্ধে খেলত নামিছে ভাৰতীয় ক্ৰিকেট দল।

জছপ্ৰীত আৰু সঞ্জন বিবাহপাশত আৱদ্ধ হৈছিল ২০২১ চনত। বিবাহৰ পূৰ্বে কেইবাবছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল। ক্ৰিকেটৰ ক্ষেত্ৰখনত জছপ্ৰীতৰ পত্নী সঞ্জনা গণেশনো যথেষ্ট পৰিচিত নাম। তেওঁ ক্ৰিকেট মেছৰ প্ৰেজেণ্টাৰ হিচাপে বিভিন্ন সম্প্ৰচাৰ সংস্থাৰ হৈ কাম কৰি আহিছে। অন্তসত্ত্বা হৈ থকাৰ সময়ত তেওঁ এই ক্ষেত্ৰখনৰ পৰা কিছুদিন ধৰি আঁতৰি আছিল। সঞ্জনাই এই ভাল খবৰটো শ্বেয়াৰ কৰি লিখিছে, ‘আমাৰ সৰু পৰিয়ালটো ডাঙৰ হ’ল। আমাৰ হৃদয়ৰ পৰিধিও কিছু ডাঙৰ হৈছে। ইশ্বৰে আমাক আশা কৰাতকৈয়ো বেছি দিছে। আজি পুৱাই আমাৰ সন্তান অংগদ জছপ্ৰীত বুমৰাহক আমি স্বাগতম জনাইছো।’ ইয়াৰোপৰি তেওঁ লিখিছে, ‘আমি দুয়ো খুব সুখী। আমাৰ জীৱনত অংগদে নতুন অধ্যায়ৰ সূচনা কৰিবলৈ আহিছে।’

https://twitter.com/Jaspritbumrah93/status/1698559874811228220?s=20

উল্লেখ্য যে, দেওবাৰে শ্ৰী লংকাৰ পৰা দেশলৈ আহিছে জছপ্ৰীত। এছিয়া কাপৰ ব্যস্ততাৰ মাজতেই হঠাৎ দেশলৈ ঘুৰি অহাত বহুতেই বহুধৰণে চৰ্চাও চলাইছিল। এই পৰিস্থিতিত কেইবাজনো ভাৰতীয় ক্ৰিকেট সমৰ্থকে সমালোচনাও কৰিছিল জছপ্ৰীতক। হঠাৎ কিয় খেলৰ মাজৰ পৰা এনেকৈ ওভতি আহিছে জছপ্ৰীত বুলি বহুতেই সামাজিক মাধ্যমত প্ৰশ্নও উত্থাপন কৰিছিল। জছপ্ৰীতে নিৰৱতা অৱলম্বন কৰি শেষত ভাল খবৰটো দিলে। পুৱাই এই খবৰটো দিয়াৰ পিছতেই তেওঁ জনাই যে আজি অনুষ্ঠিত হ’বলগীয়া নেপাল আৰু ভাৰতৰ মেচত তেওঁ উপস্থিত থাকিব নোৱাৰিব। বুমৰাহৰ অনুপস্থিতিত এই মেচত মহম্মদ ছামীয়ে ভাৰতীয় দলটোৰ হৈ খেলিব বুলি আশা প্ৰকাশ কৰিছে বহুজনেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?
জীৱনশৈলী

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

March 13, 2026
Next Post
মৃতপ্ৰায় অৱস্থাৰ পৰা আকৌ সক্ৰিয় হ’ল লেণ্ডাৰ বিক্ৰম… বিশ্বক আকৌ এবাৰ চমক দি ISROই শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

মৃতপ্ৰায় অৱস্থাৰ পৰা আকৌ সক্ৰিয় হ’ল লেণ্ডাৰ বিক্ৰম... বিশ্বক আকৌ এবাৰ চমক দি ISROই শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.