• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

3 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

6 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

7 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

7 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

8 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

8 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

8 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

10 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

10 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

11 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

13 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

13 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ

editor by editor
September 4, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বৃহস্পতি আৰু শুক্ৰই সলাব স্থান! গ্ৰহৰ স্থান সলনিত উন্নতিৰ পথ মুকলি হ’ব এই ৫ ৰাশিৰ জাতকৰ
0
SHARES
30.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষ অনুসৰি আজি ৪ ছেপ্টেম্বৰ ২০২৩ সোমবাৰৰ দিনটো অত্যন্ত উল্লেখযোগ্য৷ কাৰণ সোমবাৰেই দুটা গ্ৰহই স্থান সলনি কৰিব৷ আজি সন্ধিয়া ৪ বাজি ৪৮ মিনিটত মেষ ৰাশিত প্ৰৱেশ কৰিব প্রধান গ্ৰহ বৃহস্পতিয়ে৷ আগন্তুক ৩১ ডিচেম্বৰ পৰ্যন্ত বৃহস্পতি গ্ৰহ মেষ ৰাশিতেই অৱস্থান কৰি থাকিব৷ বৃহস্পতিৰ এই যাত্ৰাই লাভৱান কৰিব কেইটামান ৰাশিক৷ ইয়াৰোপৰি আন এক গুৰুত্বপূৰ্ণ গ্ৰহ শুক্ৰইয়ো স্থান সলাব৷ প্ৰেম আৰু সৌন্দৰ্যক কাৰক গ্ৰহ শুক্ৰই ৬ বাজি ১৭ মিনিটত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ শুক্ৰৰ স্থান পৰিবৰ্তনে ভাগ্য সলনি কেইবাটাও ৰাশিৰ৷ গ্ৰহৰ স্থান সলনিয়ে কোনো ৰাশিক উপকৃত কৰিব?

মেষ ৰাশি
বৃহস্পতিয়ে স্থান সলনি কৰাৰ ফলত মেষ ৰাশিৰ জাতকৰ ভাগ্যৰ চকা ঘূৰিব৷ যি কামতেই হাতত নিদিয়ক কিয় সফল হ’বই৷ গুৰু গ্ৰহৰ শুভ প্রভাৱে এই সময়ত আৰ্থিকভাৱে লাভাম্বিত কৰিব মেষ ৰাশিৰ জাতকক৷ কেৰিয়াৰত কোনো বৃহৎ সাফল্য আহিব৷ পৰিয়ালৰ পৰাও এই সময়ত বিশেষ কোনো সুখবৰ লাভ কৰিব পাৰে৷

বৃষ ৰাশি
শুক্ৰ গ্ৰহে স্থান সলনি কৰাৰ ফলত আৰ্থিকভাৱে লাভৱান হ’ব বৃষ ৰাশিৰ জাতকসকল৷ শুক্ৰৰ প্ৰভাৱে এই সময়ত অন্যক আকৰ্ষণ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰিব৷ যদি কোনো লোকক আকৰ্ষিত কৰিব খোজে এই সময়েই উত্তম সময়৷ ইয়াৰোপৰি আৰ্থিকভাৱে এই সময়ত আপুনি সমৃদ্ধ হ’ব৷ বিলাসিতাৰ নামতেই অত্যাধিক ধন ব্যয় কৰিব বৃষ ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি
শুক্ৰই স্থান সলনি কৰাৰ বাবে কৰ্কট ৰাশিৰ জাতকসকল উপকৃত হ’ব৷ শুক্ৰৰ শুভ প্ৰভাৱত এই সময়ত কেৰিয়াৰত বৃহৎ উন্নতি হ’ব৷ কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব৷ প্ৰেমৰ ক্ষেত্ৰতো এই সময় শুভ সময়৷ সংগীৰ সৈতে ভ্ৰমণৰ যোগ৷ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নত হ’ব৷

ধনু ৰাশি
বৃহস্পতিৰ বিপৰীতমুখী যাত্ৰাৰ ফলত ভাগ্য উদয় হ’ব ধনু ৰাশিৰ জাতকৰো৷ গুৰু গ্ৰহৰ আশীৰ্বাদ লাভ কৰিব এই ৰাশিৰ জাতকে৷ অৰ্থ লাভ কৰাৰ লগতে উত্তৰাধিকাৰী সূত্ৰে পৰিয়ালৰ সম্পত্তিও আপোনাৰ নামলৈ আহিব৷ ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব৷ নতুন ব্যৱসায়ত সম্প্ৰসাৰণ কৰাৰ যোগ আছে৷ পৰিয়ালৰ সদস্যৰ সৈতে খুব ভাল সময় অতিবাহিত কৰিব৷

তুলা ৰাশি
বৃহস্পতিৰ স্থান সলনিয়ে তুলা ৰাশিৰ জাতকৰ ভাগ্য সলনি কৰিব৷ এই সময়ত আপুনি যি কামেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিবই৷ পঢ়াশুনাৰ ক্ষেত্ৰতো সফলতা আহিব৷ কোনো সূত্ৰৰ পৰা ধনৰ আগমনো ঘটিব৷ প্ৰেমত শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamDAILY ASTROLOGY
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

October 4, 2026
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা
জীৱনশৈলী

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

October 4, 2026
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
Next Post
৩,২,১…, তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

৩,২,১..., তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.