• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

3 years ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

1 hour ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

2 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

3 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

4 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

5 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

17 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

17 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

18 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

18 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

19 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

21 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

editor by editor
September 4, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি
0
৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০১৪ চনৰ মে মাহত প্রধানমন্ত্ৰীৰ আসনত বহিছিল নৰেন্দ্ৰ মোদী৷ তেতিয়াৰ পৰা বৰ্তমানলৈ মাজত ৯ বছৰ৷ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টাতকৈ অধিক সময় ধৰি প্ৰধানমন্ত্ৰীৰ আসনত আছে নৰেন্দ্ৰ মোদী৷ এই সময়ছোৱাত কিমান দিন কৰ্মৰ পৰা বিৰতি লৈছে প্রধানমন্ত্ৰী মোদীয়ে? তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত একাংশই এই সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ পৰিছিল৷ সেই প্রশ্নৰ উত্তৰ অৱশেষত দিছে প্রধানমন্ত্ৰীৰ অফিচৰ পৰা৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে দিয়া তথ্যমতে ২০১৪ চনৰ ২৬ মে তাৰিখে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল মোদীয়ে৷ প্রধানমন্ত্ৰী পদত শপত লোৱাৰ পাছত ২০১৪ চনৰ জুন মাহত তেওঁ মন্ত্ৰীসভা গঠন কৰে৷ স্বচ্ছ আৰু দক্ষ চৰকাৰৰ প্ৰতিশ্ৰুতি তেওঁ নিৰ্বাচনৰ সময়তেই দিছিল৷ সেই কথা আখৰে আখৰে পালন কৰা বুলি জনাইছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ প্ৰধানমন্ত্ৰীয়ে সেই সময়ত মন্ত্ৰীসভাৰ সদস্যসকলক স্পষ্টভাষাৰে প্রধানমন্ত্ৰী মোদীয়ে নিৰ্দেশ দিছিল, ‘মানসিকতা সলাওক৷ সন্মুখত বহু কাম বাকী আছে৷ জনতাক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰাত গুৰুত্ব দিয়ক৷ ক্ষমতা লাভ কৰিছে বুলিয়েই উত্ৰাৱল হৈ নাযাব৷’

আৰ টি আইৰ প্ৰশ্নৰ উত্তৰত জনা গৈছে যে মোদীয়ে বিগত ৯ বছৰীয়া কাৰ্যকালত এদিনো ছুটি লোৱা নাই৷ দৈনিক ১৭ ঘণ্টাকৈ তেওঁ কাম কৰিছে৷ মোদীয়ে নিৰৱচ্ছিন্নভাৱে দেশৰ সেৱাত নিজকে বিলীন কৰি দিছে বুলিও আৰ টিআইৰ উত্তৰত জনা গৈছে৷ এই আৰ টিআই ৰিপৰ্ট দেখা মাত্ৰকেই বিৰোধীয়ে সমগ্ৰ বিষয়টোক লৈ আৰম্ভ কৰিছে বিতৰ্ক৷ বিৰোধীৰ মতে কেদাৰনাথৰ গুহাৰ ধ্যানৰ পৰা উত্তৰাখণ্ডৰ জিম কৰবেট জাতীয় উদ্যানৰ বেয়াৰ গ্ৰিলছৰ টিভি শ্বত প্রধানমন্ত্ৰীৰ উপস্থিতি চৰকাৰী নে দলীয় কাৰ্যসূচীৰ অন্তৰ্গত বিষয়? ইয়াৰোপৰি এনে একাধিক কৰ্মৰ লিষ্ট বিৰোধীৰ হাতত আছে এইসমূহৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিবনে বুলি প্রশ্ন উত্থাপন কৰিছে বহুজনেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা
জীৱনশৈলী

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

July 10, 2026
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
Next Post
প্ৰজ্ঞানৰ নিচেই কাষতেই শুই পৰিল বিক্ৰমো! ইছৰোৱে জনালে বিক্ৰম আৰু প্ৰজ্ঞানৰ অন্তিম সময়ৰ কথা

প্ৰজ্ঞানৰ নিচেই কাষতেই শুই পৰিল বিক্ৰমো! ইছৰোৱে জনালে বিক্ৰম আৰু প্ৰজ্ঞানৰ অন্তিম সময়ৰ কথা

মুক্তিৰ ২৪ দিনতেই ৫০০ কোটি আয়, গদৰ-২ৰ সফলতাক লৈ কি ক’লে ছানী দেওলে?

মুক্তিৰ ২৪ দিনতেই ৫০০ কোটি আয়, গদৰ-২ৰ সফলতাক লৈ কি ক’লে ছানী দেওলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.