• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩,২,১…, তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

৩,২,১…, তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

3 years ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

49 minutes ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

1 hour ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

1 hour ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

2 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

2 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

3 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

3 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

4 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

5 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

6 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

7 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

৩,২,১…, তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

editor by editor
September 4, 2023
in বিজ্ঞান, ভাৰত, স্বাস্থ্য
0
৩,২,১…, তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে
0
SHARES
656
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩,২,২…, সেইদিনা তেওঁৰ কণ্ঠৰ কাউণ্টডাউন বিশ্বই শুনিছিল৷ সেই নেপথ্যৰ কণ্ঠশিল্পীগৰাকীৰ কণ্ঠতেই প্ৰতীক্ষাৰ প্ৰহৰ গণিছিল বিশ্ববাসীয়ে৷ চন্দ্ৰযান-৩ উৎক্ষেপণৰ পৰা লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত ভৰি দিয়াৰ সমলৈকে আটাইকেইটা কাউণ্টডাউন দিয়াৰ আঁৰৰ মহিলাগৰাকী আজি এই পৃথিৱীত নাই৷ ইছৰোৰ এই সফল অভিযানৰ সক্ৰিয় সদস্য ইছৰোৰ বিজ্ঞানী এন ভালাৰমতিয়ে সকলোকে কন্দুৱাই বিদায় ল’লে৷

ভাৰতৰ তৃতীয় চন্দ্ৰাভিযানক বিশ্বই নজৰ দি আছিল৷ আশা কৰাধৰণেই সকলোবোৰ সুকলমে কৰি দেখুৱালে ইছৰোৰ দলে৷ কিন্তু এই সফলতাৰ পাছতেই হঠাৎ নিৰৱে বিদায় ল’লে এগৰাকী প্ৰখ্যাত বিজ্ঞানীয়ে৷ বিগত ২৩ আগষ্ঠৰ সন্ধিয়া বিক্ৰমে লেণ্ডিং কৰাৰ ৰুদ্ধশ্বাস মুহূৰ্তত যাৰ কণ্ঠত ৰাইজে সমস্ত অৱতৰণৰ খবৰ পাইছিল সেইগৰাকী ঘোষিকা তথা ইছৰোৰ বিজ্ঞানীয়ে শনিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিছে৷ ২৩ আগষ্টত লেণ্ডাৰ বিক্ৰমৰ গতি কমাৰ পৰা কেনেকৈ ছফট লেণ্ডিং কৰিব, চন্দ্ৰযানৰ যাৱতীয় গতিবিধি নিৰিক্ষণৰ দায়িত্বত আছিল ভালাৰমতি৷

প্ৰয়াত বিজ্ঞানীৰ ঘনিষ্ঠসূত্ৰই জনোৱামতে, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে বিজ্ঞানী ভালাৰমতিয়ে৷ ভালাৰমতিৰ মৃত্যুত শোকস্তব্ধ হৈ ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন ডাইৰেক্টৰ পিভি ভেঙ্কাটাকৃষ্ণনে এক্স হেণ্ডেলত লিখিছে, ‘শ্ৰী হৰিকোটাই ইছৰোৰ পৰবৰ্তী মিছনসমূহৰ কাউণ্টডাউন যেতিয়া চলিব সেইসময়ত আমি ভালাৰমতি বাইদেউৰ সেই বলিষ্ঠ অথচ সুমধুৰ কণ্ঠ শুনিবলৈ নাপাম৷ খুবেই দুখ লাগিছে৷ আপোনাৰ প্ৰণাম৷’

উল্লেখ্য যে ১৯৫৯ চনৰ ৩১ জুলাইত তামিলনাডুৰ আৰিয়ালুৰ গাওঁত ভালাৰমতিৰ জন্ম৷ ১৯৮৪ চনত তেওঁ ইছৰোত যোগদান কৰে৷ ভাৰতীয় প্ৰথম ৰেডাৰ ছেটেলাইট উৎক্ষেপনৰ দায়িত্বত প্রধান ভুমিকা লৈছিল ভালাৰমতিয়ে৷ ২০১২ চনৰ সেই সফল ছেটেলাইত উৎক্ষেপনৰ তেঁও তত্ত্বাবধায়ক আছিল৷ ইয়াৰোপৰি ইছৰোৰ একাধিক অভিযানত তেওঁ ধাৰাভাষ্যকাৰ হিচাপে আছিল৷ বিজ্ঞান আৰু গৱেষণাতো তেওঁৰ বিশেষ অৱদানৰ বাবে তামিলনাডু চৰকাৰে তেওঁক আব্দুল কালাম পুৰস্কাৰেৰে সন্মানিতও কৰিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা
ভাৰত

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

August 11, 2026
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি
প্ৰযুক্তি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

August 11, 2026
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!
বিনোদন

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

August 11, 2026
Next Post
৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

৯ বছৰ অৰ্থাৎ ৩২৭৮ দিন, ৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

প্ৰজ্ঞানৰ নিচেই কাষতেই শুই পৰিল বিক্ৰমো! ইছৰোৱে জনালে বিক্ৰম আৰু প্ৰজ্ঞানৰ অন্তিম সময়ৰ কথা

প্ৰজ্ঞানৰ নিচেই কাষতেই শুই পৰিল বিক্ৰমো! ইছৰোৱে জনালে বিক্ৰম আৰু প্ৰজ্ঞানৰ অন্তিম সময়ৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.