NRD GROUPত মুকলি হৈছে নিয়োগৰ সুবিধা। তিনিটাকৈ পদৰ বাবে ব্যৱসায়ীক গোষ্ঠীটোৱে প্ৰকাশ কৰিছে বিজ্ঞাপন । খালী পদ তথা যোগ্যতাৰ বিৱৰণ তলত দাঙি ধৰা হ’ল-
১) পদঃ GM (Administration)
অৰ্হতাঃ M. Tech/MBA/M. Com
অভিজ্ঞতাঃ Operation, Management আৰু Internal Auditত ১৫ বছৰ।
(অৱসৰপ্ৰাপ্ত মেজৰতকৈ উচ্চ পদবীৰ ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়াক প্ৰাধান্য দিয়া হ’ব)
২) পদঃ AGM (Administration), Male/Female
অৰ্হতাঃ B. Tech/BE/B. Com/MBA
অভিজ্ঞতাঃ চৰকাৰী নিবিদা আৰু Liaison Worksত ১০ বছৰ।
৩) পদঃ AGM Senior (Legal), Male
অৰ্হতাঃ LLB/LLM
অভিজ্ঞতাঃ প্ৰাসংগিক ক্ষেত্ৰত ১০ বছৰ।
যোগাযোগৰ বাবে যোগ্য প্ৰাৰ্থীয়ে ই-মেইল প্ৰেৰণ কৰক nrdgroup1970@gmail.com, careers@nrdgroup.inলৈ। সবিশেষ জানিবলৈ চাওক www.nrdgroup.in ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ