• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিন বাটে বাটে কলম বেচা ল’ৰাটো আজি ৩০০কোটি টকাৰ মালিক…

এদিন বাটে বাটে কলম বেচা ল’ৰাটো আজি ৩০০কোটি টকাৰ মালিক…

3 years ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

43 minutes ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

1 hour ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

2 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

2 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

3 hours ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

10 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

11 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

11 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

12 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

13 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

13 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এদিন বাটে বাটে কলম বেচা ল’ৰাটো আজি ৩০০কোটি টকাৰ মালিক…

জনী লিভাৰ নামটোৰ আঁৰৰ ৰহস্য কি

editor by editor
January 7, 2024
in চিনেমা, বিবিধ
0
এদিন বাটে বাটে কলম বেচা ল’ৰাটো আজি ৩০০কোটি টকাৰ মালিক…
0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  বলিউদৰ জনপ্ৰিয় অভিনেতা জনী লিভাৰ। যথেষ্ট সংগ্ৰামৰ মাজেৰে অভিনেতাগৰাকীয়ে আজিৰ এই পৰ্যায়ত উপনীত হৈছে।   কেৰিয়াৰত ৩০০ৰো অধিক ছবিত কাম কৰিছে অভিনেতাগৰাকীয়ে। অতিকৈ দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা জনী লিভাৰে আৰ্থিক সংকটৰ সৈতে মোকবিলা কৰিবলৈ পঢ়া-শুনা এৰি কলম বিক্ৰী কৰিছিল। কষ্ট- সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰিলেও সৰুৰে পৰাই ধেমেলীয়া স্বভাৱৰ আছিল জনী লিভাৰ।

জনী লিভাৰৰ দেউতাকে আগতে হিন্দুস্তান লিভাৰ কোম্পানীত কাম কৰিছিল। পৰিয়ালটোৰ আৰ্থিক সংকট দেখি দেউতাকে জনী লিভাৰক সেই কোম্পানীটোৰে মজদুৰৰ চাকৰিত জইন কৰাই দিলে।  সেই কোম্পানীটোৰ বন্ধুসকলক তেওঁৰ কমেডীৰে বহুত হঁহুৱাইছিল। ইয়াৰ বাবেই তেওঁৰ নাম জন প্ৰকাশ ৰাও জানুমালাৰ সলনি জনী লিভাৰলৈ সলনি কৰা হয়।

জনী লিভাৰে কমেডীৰ লগতে মিমিক্ৰীও কৰিছিল। তেওঁ ষ্টেণ্ডআপ কমেডিয়ান হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মঞ্চ শ্ব’ৰ সময়ত সঞ্জয় দত্তৰ পিতৃ সুনীল দত্তৰ চকু পৰিল তেওঁৰ ওপৰত। তেওঁ জনী লিভাৰক ‘দৰ্দ কা ৰিষ্ঠা’ ছবিখনত প্ৰথম সুযোগ দিছিল, তাৰ পিছৰে পৰাই আৰু পিছলৈ উভতি চাব লগা হোৱা নাই বলিউদৰ প্ৰখ্যাত কমেডিয়ান গৰাকীয়ে।

বৰ্তমান জনী লিভাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৭৭কোটি। এখন ছবিত অভিনয়ৰ বাবে জনী লিভাৰে ৪কোটিৰো অধিক টকাৰ ফ্ৰীজ লয়। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ প্ৰথমগৰাকী ষ্টেণ্ডআপ কমেডিয়ান হৈছে জনী লিভাৰ। যাৰ বাবে তেওঁক কিং অৱ কমেডি বুলিও জনা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
বাণিজ্য

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

August 11, 2026
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!
প্ৰযুক্তি

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

August 11, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

August 11, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

August 11, 2026
Next Post
চিভিল ভাল! আকৌ ১হাজাৰ কোটি ঋণ ল’ব বিচাৰিছে অসম চৰকাৰে…

চিভিল ভাল! আকৌ ১হাজাৰ কোটি ঋণ ল'ব বিচাৰিছে অসম চৰকাৰে...

অযথা বেমাৰ গোটাই নল’ব! ৰাতি ভুলটো নাখাব এইকেইবিধ খাদ্য…

অযথা বেমাৰ গোটাই নল'ব! ৰাতি ভুলটো নাখাব এইকেইবিধ খাদ্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.