যোৰহাটত মহিলাক দলবদ্ধ বলাৎকাৰ। ৰেষ্টুৰেণ্টত কাম শেষ কৰি ঘৰলৈ উভতিছিল মহিলাগৰাকী। দুটা দুর্বৃত্তক গ্ৰেপ্তাৰ।