ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। কিন্তু প্ৰায়ে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰা দেখা যায় পুলিচ কিম্বা মিলিটেৰী। কিন্তু জৰ্জিয়াত দেখা গ’ল এক ব্যতিক্ৰমী ছবি। এগৰাকী চৰকাৰী বিষয়াক সংবাদমেল সম্বোধনত বাধা দি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ সাংবাদিকে। পুলিচ জাপি দিয়াৰ পৰিৱৰ্তে প্ৰতিবাদকাৰীৰ কথা শুনি গ’ল উচ্চপদস্থ চৰকাৰী বিষয়াগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ