• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে ক’ত পাব টিকট! সকলো হিচাপ কৰিব জে পি নড্ডাই…

কোনে ক’ত পাব টিকট! সকলো হিচাপ কৰিব জে পি নড্ডাই…

2 years ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

40 minutes ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

58 minutes ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

2 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

2 hours ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

3 hours ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

3 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

4 hours ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

4 hours ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

4 hours ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

5 hours ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

6 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কোনে ক’ত পাব টিকট! সকলো হিচাপ কৰিব জে পি নড্ডাই…

লোকসভা নিৰ্বাচনক অসম বিজেপিৰ প্ৰস্তুতি আৰু ৰণকৌশলৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে

editor by editor
January 10, 2024
in অসম
0
কোনে ক’ত পাব টিকট! সকলো হিচাপ কৰিব জে পি নড্ডাই…
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  মঙলবাৰে নিশা গুৱাহাটী পালেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি  জে পি নড্ডা।  বিমান বন্দৰত মুখ্যমন্ত্ৰীসহিতে ৰাজ্যিক বিজেপিৰ বিষয়-ববীয়াই নড্ডাক স্বাগতম জনালে অসম ভূমিলৈ। বুধবাৰে পুৱাই কামাখ্যা মন্দিৰত সেৱা গ্ৰহণ কৰি দলীয় কামত মনোনিৱেশ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

লোকসভা নিৰ্বাচনক অসম বিজেপিৰ প্ৰস্তুতি আৰু ৰণকৌশলৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৰাজ্যিক প্ৰতিনিধিৰ সৈতে বৈঠকত অংশ লব।  ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই  ভ্ৰমণকালত ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিত টিকট প্ৰত্যাশীসকলৰ সন্দৰ্ভতো ৰাজ্যিক বিজেপিৰ পৰা বুজ লব।

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ পৰা ১২খনৰো অধিক আসনত জয়ৰ ৰণকৌশল প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে। দলীয় ভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰাজ্যিক বিজেপিৰ ফালৰ পৰা প্ৰতিটো সমষ্টিত তীব্ৰতৰ কৰা হৈছে। এনে সময়তে ৰাষ্ট্ৰীয় সভাপতিগৰাকী অসম ভ্ৰমণে দলীয় কাৰ্যকতাসকলৰ মনোবল আৰু যে বৃদ্ধি কৰিব সেয়া নিশ্চিত।

ইফালে লোকসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছো পিছ পৰি ৰব বিচৰা নাই। ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ ইতিমধ্যেই প্ৰদেশ কংগ্ৰছে ভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে। ভাৰত জোডো় যাত্ৰাৰ দ্বিতীয় সংস্কৰণৰ সৈতে অসমৰ লগতে উত্তৰ-পূবৰ বহুকেইখন ৰাজ্যত ৰাহুল গান্ধীয়ে আওপকীয়াকৈ ২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব।

অসমৰ আঞ্চলিক ৰাজনৈতিক দল কেইটাও বিগত দিনকেইটাত সাংগাঠনিক কাম-কাজ তীব্ৰতৰ কৰি তোলা দেখা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?
অপৰাধ

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

May 25, 2026
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?
অসম

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

May 25, 2026
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Next Post
নিজম পৰিল চানমাৰিঃ ৫কোটি ৫৫লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা…

নিজম পৰিল চানমাৰিঃ ৫কোটি ৫৫লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা...

মামণিৰ নহয়, এইবেলি মাঘত বিজয়-ৰশ্মিকাৰ বিয়া…

মামণিৰ নহয়, এইবেলি মাঘত বিজয়-ৰশ্মিকাৰ বিয়া...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.