• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

5 months ago
নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

8 hours ago
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

9 hours ago
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

10 hours ago
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

11 hours ago
কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

12 hours ago
শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

13 hours ago
নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

15 hours ago
অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

1 day ago
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, December 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

editor by editor
July 8, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

বৈদিক জ্যোতিষৰ মতে জুলাই মাহত বিভিন্ন গ্ৰহ-নক্ষত্ৰৰ অৱস্থানত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যায়। জুলাই মাহত সূৰ্য্যই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। এই সময়ত বুধ গ্ৰহ কৰ্কট ৰাশিত থাকিব।

সূৰ্য্য আৰু বুধৰ সংমিশ্ৰণে গঠন কৰিব বুঢ়াদিত্য ৰাজযোগ। পুনৰ এই মাহৰ শেষৰ ফালে মংগল গ্ৰহ কন্যা ৰাশিলৈ গতি কৰিব আৰু শুক্ৰ গ্ৰহ বৃষ ৰাশি এৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষৰ হিচাপ অনুসৰি এই পৰিঘটনাৰ বাবে জুলাই মাহত চাৰিটা ৰাশিৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।

মেষ ৰাশি
জুলাই মাহত বুধ ট্ৰেনজিটে মেষ ৰাশিৰ লোকৰ সমস্যা বৃদ্ধি কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত সমস্যাৰ সন্মুখীন হ’ব পাৰে। ভাই-ভনীৰ সৈতে সম্পৰ্কত টান পৰিব পাৰে। এই সময়ছোৱাত শাৰীৰিক স্বাস্থ্যও ভাল নহ’ব।

কৰ্কট ৰাশি
জুলাই মাহত সূৰ্য্য আৰু বুধৰ সংযোগে কৰ্কট ৰাশিৰ লোকৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। কেইবাটাও গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে। সমাজত আৰু পৰিয়ালত বেয়া খ্যাতি পাব পাৰে। যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ কষ্ট কৰিব লাগিব।

বৃশ্চিক ৰাশি
জুলাই মাহত বৃশ্চিক ৰাশিৰ লোকে চাকৰি সলনি কৰিব লাগিব। বৃশ্চিক ৰাশিৰ লোকসকলে কেৰিয়াৰৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই সময়ত কোনো ধৰণৰ বিপদজনক ব্যৱস্থা গ্ৰহণ নকৰিব। টকাৰ লোকচান হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা আছে।

মকৰ ৰাশি
মকৰ ৰাশিৰ জুলাই মাহত সাৱধান হোৱাটো প্ৰয়োজন। এই সময়ছোৱাত এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে বিভিন্ন ফালৰ পৰা শত্ৰুতাৰ সন্মুখীন হ’ব লাগিব। নিজৰ ব্যক্তিগত জীৱনৰ কথা কাকো নকব। বেয়া সংগ এৰক। মানসিক অস্থিৰতাই আপোনাক জুৰুলা কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও
জীৱনশৈলী

December 13, 2025
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

December 13, 2025
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?
জীৱনশৈলী

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

December 13, 2025
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?
জীৱনশৈলী

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

December 13, 2025
Next Post
কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন