• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ নৱেম্বৰত অৱসৰ গ্ৰহণ ডি ৱাই চন্দ্ৰচূড়ৰ, ১১ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ, কোন পৰিৱৰ্তী ন্যায়াধীশ !

১০ নৱেম্বৰত অৱসৰ গ্ৰহণ ডি ৱাই চন্দ্ৰচূড়ৰ, ১১ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ, কোন পৰিৱৰ্তী ন্যায়াধীশ !

2 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

6 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

7 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

7 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

8 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

8 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

9 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

10 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

11 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

11 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

12 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

12 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০ নৱেম্বৰত অৱসৰ গ্ৰহণ ডি ৱাই চন্দ্ৰচূড়ৰ, ১১ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ, কোন পৰিৱৰ্তী ন্যায়াধীশ !

editor by editor
October 25, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
১০ নৱেম্বৰত অৱসৰ গ্ৰহণ ডি ৱাই চন্দ্ৰচূড়ৰ, ১১ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ, কোন পৰিৱৰ্তী ন্যায়াধীশ !
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ নৱেম্বৰত অৱসৰ গ্ৰহণ ডি ৱাই চন্দ্ৰচূড়ৰ, ১১ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ, কোন পৰিৱৰ্তী ন্যায়াধীশ !

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে বৃহস্পতিবাৰে ন্যায়াধীশ সঞ্জীৱ খান্নাক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। ন্যায়াধীশ খান্না বৰ্তমান উচ্চতম ন্যায়ালয়ৰ সবাতোকৈ জ্যেষ্ঠ ন্যায়াধীশ। অহা ১১ নৱেম্বৰৰ পৰা তেওঁ মুখ্য ন্যায়াধীশৰ দায়িত্ব ল’ব। বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অহা ১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয়, ‘ভাৰতীয় সংবিধানে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি, মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰি ন্যায়াধীশ সঞ্জীৱ খান্নাক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দি আনন্দিত হৈছো’।

ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল’ব ন্যায়াধীশ খান্নাই। অৱশ্যে তেওঁৰ কাৰ্যকাল কেৱল ২০২৫ৰ ১৩ মে’লৈকেহে চলিব। উল্লেখযোগ্য যে ২০১৯ চনৰ ১৮ জানুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ খান্নাক নিযুক্তি দিয়া হৈছিল।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত ন্যায়াধীশ খান্নাই কেইবাটাও ৰাজনৈতিক স্পৰ্শকাতৰ গোচৰত বিচাৰপীঠৰ নেতৃত্ব দিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ সৈতে জড়িত গোচৰ। শেহতীয়াকৈ তেওঁৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

ন্যায়াধীশ খান্নাই ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) আৰু ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল (ভিভিপিএটি)ৰ সৈতে জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। তেওঁৰ এই সিদ্ধান্তত ভাৰতীয় নিৰ্বাচন আয়োগক অতিৰিক্ত সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chief justiceD Y ChandrachurIndian Courtsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
ঘণ্টাত ১১০ কিলোমিটাৰ বেগত বলিছে বতাহ, প্ৰচণ্ড বৰষুণ, ১৪ লাখ লোক স্থানান্তৰিত, ৫০০ ৰে’ল বাতিল

ঘণ্টাত ১১০ কিলোমিটাৰ বেগত বলিছে বতাহ, প্ৰচণ্ড বৰষুণ, ১৪ লাখ লোক স্থানান্তৰিত, ৫০০ ৰে'ল বাতিল

গেংষ্টাৰ লৰেন্সৰ ভাতৃয়ো মোষ্ট ৱাণ্টেড, ভাতৃ অনমোলৰ ওপৰত NIAৰ ১০ লাখ টকাৰ পুৰস্কাৰ

গেংষ্টাৰ লৰেন্সৰ ভাতৃয়ো মোষ্ট ৱাণ্টেড, ভাতৃ অনমোলৰ ওপৰত NIAৰ ১০ লাখ টকাৰ পুৰস্কাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.